Tag: Best news channel of assam

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

মেঘ— শুভ কাম সম্পন্ন হ’ব, পিছবেলা ভ্ৰমণ কৰিব, ৰঙা বস্তু দান কৰক, ব্যয় বৃদ্ধি, শৰীৰ মধ্যম, শুভ ৰং- বগা, শুভ সংখ্যা- ৯ বৃষ— কৰ্মচিন্তা উন্নত, মূল্যবান সম্পদ লাভ, বিদ্যাত শুভ, ভ্ৰমণৰ যুগ, শুভ ৰং- সোণালী, শুভ ...

কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

কেন্দ্ৰীয় মন্ত্ৰীয়ে আগবঢ়ালে ফুলৰ থোপা; ইউক্ৰেইনৰ পৰা ওভতা শিক্ষাৰ্থীয়ে কৰিলে উপেক্ষা

অ’পাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীসকলক উদ্ধাৰ অভিযান কৰিছে ভাৰত চৰকাৰে৷ কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডীয়ে অ’পাৰেশ্যন গংগাৰ অধীনত ভাৰতত উপস্থিত ...

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

অবিশ্বাস্য! তালিবানৰ নাৰী দিৱসৰ শুভেচ্ছা; আফগান মহিলাৰ সন্মান ৰক্ষাৰ প্ৰতিশ্ৰুতি

৮ মাৰ্চ আন্তজাৰ্তিক নাৰী দিৱস৷ বিশ্বৰ নাৰী সমাজৰ গণতান্ত্ৰিক তথা ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক অধিকাৰ সাব্যস্তকৰণৰ আন্দোলনে সমগ্ৰ বিশ্বতে স্বীকৃতি ...

ভাৰতবাসীৰ বাবে স্বস্তি! যুদ্ধবিধ্বস্ত চুমীত আৱদ্ধ ৭শ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ

ভাৰতবাসীৰ বাবে স্বস্তি! যুদ্ধবিধ্বস্ত চুমীত আৱদ্ধ ৭শ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ

যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ চুমীত আৱদ্ধ সকলো ভাৰতীয় শিক্ষাৰ্থীকে উদ্ধাৰ কৰা হৈছে৷ সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ ...

তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

তেওঁলোকৰ কি কি গোপনীয়তাৰ বিষয়ে পুৰুষে জনাতো বিচাৰে মহিলাই?

আপুনি নিশ্চয় প্ৰায়ে পুৰুষৰ মুখৰ পৰা শুনিছে যে মহিলাসকলক বুজি পোৱাটো অসম্ভৱ। প্ৰকৃততে, মহিলাসকলে পুৰুষৰ তুলনাত তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিবলৈ ...

চীন-ভাৰতৰ সীমান্ত  সমস্যা : দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ আলোচনা

চীন-ভাৰতৰ সীমান্ত সমস্যা : দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব উচ্চ পৰ্যায়ৰ আলোচনা

ভাৰত আৰু চীনে শুকুৰবাৰে পূব লাডাখৰ অৱশিষ্ট সীমা সমস্যা সমাধানৰ বাবে ১৫ সংখ্যক উচ্চ পৰ্যায়ৰ সামৰিক আলোচনাত মিলিত হ’ব৷ মঙলবাৰে ...

ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

ৰাছিয়াই প্ৰকাশ কৰিছে শত্ৰু ৰাষ্ট্ৰৰ তালিকা! কোন কোন ৰাষ্ট্ৰ আছে এই তালিকাত?

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে প্ৰায় দুসপ্তাহ স্পৰ্শ কৰিলে। ইউক্ৰেইনৰ প্ৰধান প্ৰধান চহৰসমূহক ধ্বংসস্তূপত পৰিণত কৰিলেও ৰাছিয়াৰ সেনাই এতিয়ালৈকে কীয়েভ দখল কৰা ...

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে মংগলবাৰে ১৩ টা দিনত ভৰি দিলে৷ এই তেৰটা দিনত ৰাছিয়াই মাজতে চহৰকেন্দ্ৰিক নামমাত্ৰ যুদ্ধবিৰতি ঘোষণা কৰিলেও ইউক্ৰেইনৰ ...

কি হ’ব বলিউদৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ? কাইলৈ শুনানি বোম্বে উচ্চ ন্যায়ালয়ত

কি হ’ব বলিউদৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ? কাইলৈ শুনানি বোম্বে উচ্চ ন্যায়ালয়ত

মুক্তিৰ পূৰ্বে দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত বলিউদৰ ছবি দ্য কাশ্মীৰ ফাইলছ-এ৷ অহা ১১ মাৰ্চত মুক্তি লাভ ...

প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

প্ৰেম বিবাহৰ পিছতো সংসাৰত সমস্যাৰ সৃষ্টি হৈছে নেকি? তেনে এই দিশবোৰত গুৰুত্ব দিয়ক…

জীৱনত প্ৰেম থাকিলে গোটেই পৃথিৱীখন ধুনীয়া দেখা যায়৷ কিন্তু একোটা সম্পৰ্ক আগুৱাই নিয়াৰ বাবে কেৱল প্ৰেমেই যথেষ্ট নহয়। সম্পৰ্কক দায়িত্ব ...

Page 374 of 376 1 373 374 375 376

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]