• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

4 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

13 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

25 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

7 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক

editor by editor
July 29, 2022
in অপৰাধ, ভাৰত
0
অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক
0
SHARES
39k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী ২২ বছৰীয়া শিক্ষয়িত্ৰীৰ সৈতে হোটেলত যৌন সম্পৰ্ক স্থাপনৰ ভিডিঅ’ ৰেৰ্কডিং কৰাৰ পিছত ভাইৰলে কৰি বিপদত পৰিল এগৰাকী শিক্ষয়িত্ৰীৰ স্বামী তথা নেতাই৷

ইতিমধ্যে আৰক্ষীয়ে স্থানীয় নেতা তথা অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ অভিযুক্ত নেতাজন বৰ্তমান পলাতক৷ ঘটনাটো উত্তৰ প্ৰদেশৰ শ্বাহজহানপুৰৰ৷ ইফালে ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীও যোৱা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৰ্মৰত আছিল ২২ বছৰীয়া শিক্ষয়িত্ৰীগৰাকী৷ অভিযুক্ত লোকজন উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ স্বামী৷ অভিযুক্তৰ নাম বীৰেশ শৰ্মা, তেওঁ বিদ্যালয়খনৰ মেনেজাৰ৷

লগতে পঢ়ক নকল লিংগৰেৰে ২ কিশোৰীৰ সৈতে যৌন সম্পৰ্ক ট্ৰেন্স পুৰুষৰ, আদালতে দিলে ১০ বছৰৰ কাৰাদণ্ড

প্ৰথমে অভিযুক্ত লোকজনে শিক্ষয়িত্ৰীগৰাকীক কামৰ অজুহাত দেখুওৱাই গাঁৱৰ পৰা শ্বাহজাহানপুৰ চহৰলৈ নি হোটেলত দুস্কাৰ্য কৰি সমগ্ৰ দৃশ্য ৰেকৰ্ডিং কৰে৷ ইয়াৰ পিছতে ভাইৰেল কৰাৰ ভাবুকিৰে অভিযুক্ত লোকজনে শিক্ষয়িত্ৰীগৰাকীক ধৰ্ষণ কৰি আহিছিল৷

দীৰ্ঘদিনৰ ধৰি এইদৰে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ অহা শিক্ষয়িত্ৰীগৰাকীয়ে যোৱা ২৬ জুলাইত সমস্ত ঘটনা মাতৃক অৱগত কৰে৷ ইয়াৰ পিছদিনাৰ পৰাই শিক্ষয়িত্ৰীগৰাকী সন্ধানহীন হৈ আছে৷ ইফালে আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰিলে শিক্ষয়িত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ লোকক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিবলৈ ধৰে অভিযুক্তই৷

শিক্ষয়িত্ৰীগৰাকী সন্তানহীন হোৱাৰ পাছতে পিতৃয়ে আৰক্ষী থানাত কন্যাক অপহৰণ, ধৰ্ষণ আৰু ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ দাখিল কৰে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি শিক্ষয়িত্ৰীগৰাকীক উদ্ধাৰ আৰু অভিযুক্তক কৰায়ত্ত কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamrapedUP policeVideo Viral
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

হিন্দু যুৱকৰ প্ৰেমত বিবাহিত মুছলিম মহিলা, থাকিল লিভ-ইনতো৷ তাৰ পিছত ঘটিল এই ঘটনা…

অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.