• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?

বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?

editor by editor
March 19, 2022
in অসম, জীৱনশৈলী, বিবিধ
0
বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ ব্যক্তিগৰাকীক আৱিষ্কাৰ, কোন সেই ব্যক্তিগৰাকী?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ (most boring) ব্যক্তিক আৱিষ্কাৰ কৰা হৈছে৷ ইউনিভাৰ্ছিটি অৱ এচেক্সৰ এটা গৱেষক দলে বিশ্বৰ এই সৰ্বাধিক বিৰক্তিকৰ ব্যক্তিক চিনাক্ত কৰিছে৷

ব্ৰিটিছ সংবাদ পত্ৰ ডেইলী মিৰ’ৰ মতে গৱেষকৰ দলটোৱে ৫০০ গৰাকী লোকৰ জীৱনশৈলী অধ্যয়ন কৰাৰ পিছতে বিশ্বৰ সৰ্বাধিক বিৰক্তিকৰ ব্যক্তিক চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷

এই অধ্যয়নটোৰ নেতৃত্ব দিছিল এচেক্স বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ ডঃ ভিজনান্দ ভান টিলবাৰ্গে৷ তেওঁ কয় যে বিৰক্তিকৰ লোকসকলক একাকীত্বই তেওঁলোকৰ জীৱনত সঁচাকৈয়ে নেতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু ক্ষতিকৰ আসক্তি আৰু মানসিক স্বাস্থ্যৰ সমস্যাৰ বাবে অধিক বিপদৰ আশংকা থাকিব পাৰে৷

লগতে পঢ়ক ‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’

তেওঁ লগতে কয় ‘‘বিদ্ৰূপাত্মকভাৱে বিৰক্তিকৰ অধ্যয়ন কৰাটো প্ৰকৃততে অতি আকৰ্ষণীয় আৰু ইয়াৰ বাস্তৱ জীৱনৰ বহুতো প্ৰভাৱ আছে। আমি বিচাৰি পাইছিলো যে আমনিৰ বিষয়ে কিমান প্ৰেৰণাদায়ক ধাৰণা আৰু ইয়াৰ ফলত মানুহৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে।’’

তেওঁ লগতে কয় যে ‘‘ধাৰণা সলনি হ’ব পাৰে কিন্তু মানুহে ‘বিৰক্তিকৰ’ ৰুচি থকা লোকসকলে আনৰ সৈতে কথা পাতিবলৈ সময় নাপায় বাবে তেওঁলোকৰ প্ৰতি মানুহৰ ভুল আৰু নেতিবাচক ধাৰণাবোৰ ভাঙিবলৈ সুযোগ নাপায়৷’’

লগতে পঢ়ক গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন

অধ্যয়নটোৰ মতে ডাটা বিশ্লেষণ, একাউণ্টিং, কৰ বা বীমাত কাম কৰা, পৰিষ্কাৰ কৰা আৰু বেঙ্কিংকো বিৰক্তিকৰ চাকৰিৰ তালিকাৰ শীৰ্ষত পোৱা গৈছে৷ আনহাতে তেওঁলোকৰ অধ্যয়নে পাৰ্ফমিং আৰ্ট, বৈজ্ঞানিক প্ৰতিষ্ঠান কৰ্মৰত লোক, সাংবাদিক, পেছাদাৰী স্বাস্থ্য কৰ্মী বা শিক্ষকসকল আটাইতকৈ আকৰ্ষণীয় বুলি পতিয়ন গৈছে৷

ইফালে, আটাইতকৈ আমনিদায়ক হিচাপে দেখা ৰুচিবোৰৰ ভিতৰত আছে টোপনি যোৱা, টিভি চোৱা, ধৰ্মীয় কামকাজ আৰু অংক কৰা আদি।

আচলতে অধ্যয়নটোৰ দ্বাৰা পৃথিৱীৰ আটাইতকৈ ব্যক্তিকৰ মানুহ গৰাকীক বিচাৰি উলিওৱা হোৱা নাছিল৷ অধ্যয়নৰ দ্বাৰা বিশ্বৰ আটাইতকৈ বিৰক্তিকৰ স্বভাৱ আৰু পেছাত জড়িত শ্ৰেণীটোকহে সন্ধান কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assammost boring person
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…

শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.