• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খেলিবলৈ গাড়ীত সোমাই শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু দুটি শিশুৰ

খেলিবলৈ গাড়ীত সোমাই শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু দুটি শিশুৰ

4 years ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

22 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

49 minutes ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

2 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

3 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

5 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

13 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

15 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

খেলিবলৈ গাড়ীত সোমাই শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু দুটি শিশুৰ

editor by editor
June 14, 2022
in ভাৰত
0
খেলিবলৈ গাড়ীত সোমাই শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু দুটি শিশুৰ
0
SHARES
17.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ বাহিৰত খেলা-ধূলা কৰি আছিল দুটা পাঁচ বছৰীয়া শিশু। খেলি থাকোতে সিহঁতে কিছু দূৰত ৰখাই থোৱা এখন গাড়ীত উঠিল। গাড়ীত উঠাৰ লগে লগে দুৱাৰখন স্বয়ংক্ৰিয়ভাৱে ভিতৰৰ পৰা বন্ধ হৈ যায়। দুৱাৰ খুলিব ওলাব নোৱাৰাত দুয়োটি শিশুৰ শ্বাসৰুদ্ধ হৈ কৰুণ মৃত্যু ঘটে।

এই কৰুণ ঘটনাটো যোৱা সোমবাৰে উত্তৰ প্ৰদেশৰ বদাউনত সংঘটিত হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত্যু হোৱা শিশু দুটিৰ নাম হৈছে চেলিম আৰু অয়ান। সোমবাৰে বিয়লি ঘৰৰ সন্মুখতে দুয়ো খেলি আছিল। যেতিয়া সন্ধিয়া হোৱাৰ পিছতে দুয়ো শিশু ঘৰলৈ উভতি নাহিল, তেতিয়াহে বিচাৰ খোচাৰ আৰম্ভ হয়৷

লগতে পঢ়ক দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

সন্ধিয়ালৈকে ঘৰলৈ ওভতি নহাত শিশু দুটিয়ে খেলি থকা ঠাইত গৈ পৰিয়ালৰ লোকে গৈ দেখে যে দুয়োটি শিশুৱে খেলি থকা ঠাইত নাই৷ ইয়াৰ পিছতে আতংকিত হৈ দুয়োটি শিশুৰ পৰিয়ালৰ লোক আৰু ওচৰ-চুবুৰীয়াই বিচাৰিবলৈ ধৰিলে। এইদৰে বিচাৰ খোচাৰ কৰি শিশুদুটিৰ সন্ধান লাভ নকৰি পৰিয়ালৰ লোকে মছজিদৰ মাইকযোগে শিশু দুটি বিচাৰি ঘোষণা কৰে।

ইয়াৰ পিছতো শিশুদুটিৰ সন্ধান লাভ নকৰাত পৰিয়ালে নিশা প্ৰায় ১০ বজাত আৰক্ষী থানাত সন্ধানহীন হোৱাৰ এক অভিযোগ দাখিল কৰে।

লগতে পঢ়ক পত্নীৰ হাত কাটি দুচে কৰি অনুতপ্ত নে স্বামী? কি ক’লে অভিযুক্ত নিৰ্দয় স্বামীয়ে?

আৰক্ষীয়ে অভিযোগ পোৱাৰ লগে লগে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছতে পৰিয়ালৰ লোকে কিছু দূৰৈত ৰখাই থোৱা এখন গাড়ীৰ ভিতৰত কাচৰ খিৰিকীৰে শিশু এটিৰ হাত এখন দেখা পায়৷ লগে লগে গাড়ীখনৰ গৰাকীক ফোন কৰি মাতি গাড়ীৰ দৰ্জা খুলি দেখে যে শিশু দুটি গাড়়ীৰ ভিতৰতে শ্বাসৰুদ্ধ ইতিমধ্যে মৃত্যুক আকোৱালি লৈছে৷

আৰক্ষী বিষয়া সঞ্জীৱ শুক্লাই কয়, ‘‘এলেকাৰ ৰাজপথত শিশুদুটিৰ সন্ধান পোৱা নগ’ল। তেতিয়া দেখিলো ঘৰৰ পৰা কিছু দূৰৈত এখন গাড়ী ৰখাই থোৱা আছে। দুই সন্তানৰ পৰিয়ালৰ এজন সদস্যই হঠাতে গাড়ীৰ ভিতৰত হাত এখন দেখি চিঞৰি উঠিল। মই লগে লগে মালিকক ফোন কৰি গাড়ীখন খুলি দেখিলো যে দুয়োটা শিশুৱে ফ্ৰীজ হৈ আছে।’’

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamuttar pradesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?
প্ৰযুক্তি

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

October 13, 2026
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন
জীৱনশৈলী

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

October 13, 2026
Next Post
পত্নীৰ বয়স ২৫ আৰু স্বামীৰ ৭০ বছৰ, বিয়াৰ কাৰণ ফাদিল কৰিলে পত্নীয়ে!

পত্নীৰ বয়স ২৫ আৰু স্বামীৰ ৭০ বছৰ, বিয়াৰ কাৰণ ফাদিল কৰিলে পত্নীয়ে!

প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.