• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

9 months ago
ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

1 hour ago
আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

আজাৰাৰ হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃ*ত্যু 

2 hours ago
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

4 hours ago
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

4 hours ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

5 hours ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

13 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

14 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

14 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

15 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

16 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

17 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

editor by editor
December 20, 2025
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছিৰিয়াত আমেৰিকাৰ বৃহৎ আক্ৰমণ, আইছিছৰ ৭০ৰৰো অধিক আত্মগোপন স্থান ধ্বংস

ছিৰিয়াত ইছলামিক ষ্টেটৰ বিৰুদ্ধে পুনৰ এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে আমেৰিকাই। পালমাইৰা অঞ্চলত আক্ৰমণত আমেৰিকান সৈন্যৰ মৃত্যুৰ পিছত এইদৰে আমেৰিকাই ছিৰিয়াৰ বিৰুদ্ধে আক্ৰমণ আৰম্ভ কৰে। আমেৰিকাৰ সেনাই “অপাৰেচন হকআই ষ্ট্ৰাইক” নামৰে আৰম্ভ কৰিছে এই অভিযান, যাৰ লক্ষ্য হৈছে আইছিছৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস কৰা।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথ আৰু স্বয়ং ৰাষ্ট্ৰপতি ট্ৰাম্পে এই আক্ৰমণ নিশ্চিত কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পেন্টাগনৰ মুৰব্বী পিট হেগছেথে কয় যে ১৩ ডিচেম্বৰত ছিৰিয়াত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণত দুজন আমেৰিকান সৈনিক আৰু এজন সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হৈছিল। এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপেই ছিৰিয়াৰ আইছিছৰ বিৰুদ্ধে এই সামৰিক অভিযান আৰম্ভ কৰা হৈছে।

আমেৰিকাৰ ফালৰ পৰা সদৰি কৰা অনুসৰি এই “অপাৰেচন হকআই ষ্ট্ৰাইক” অভিযানত মধ্য ছিৰিয়াৰ ৭০ৰৰো অধিক আইছিছৰ আত্মগোপন স্থান ধ্বংস কৰা হৈছে। সেই স্থান সমুহ কেৱল সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানেই নাছিল, অস্ত্ৰ-শস্ত্ৰ সংৰক্ষণৰ সুবিধা আৰু প্ৰশিক্ষণ ঘাটিয়ো আছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই সামৰিক কাৰ্যকলাপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছ’চিয়েল মিডিয়াত লিখিছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে আইছিছৰ দুৰ্গ। ট্ৰাম্পে সকীয়াই দিয়ে যে যিকোনো সন্ত্ৰাসবাদী সংগঠনে আমেৰিকাক আক্ৰমণ বা ভাবুকি দিবলৈ চেষ্টা কৰিলে পূৰ্বতকৈ অধিক বিপজ্জনক সঁহাৰিৰ সন্মুখীন হ’ব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো
বাণিজ্য

ব্ৰিটিছৰ দাসত্বৰ মাজতো আত্মনিৰ্ভৰতাৰ জয়গান, নষ্টালজিয়াৰ সেই নীলা টিউবটো

September 26, 2026
অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?
নিয়োগ

অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন কেতিয়া আহিব?

September 26, 2026
পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬
ভাৰত

পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নি*হত ৬

September 26, 2026
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া
বিশ্ব

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

September 25, 2026
Next Post
অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে’ল

অতিকে শোকাৱহ, তীব্ৰবেগী ৰেলৰ খুন্দাত ৭ টাকৈ হাতীৰ অকাল মৃ***ত্যুৰ পাছতে ৰাজ্যত বাতিল বহু কেইখন ৰে'ল

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

২০২৫ চনৰ শেষৰটো সপ্তাহ ৪ ৰাশিৰ বাবে অনুকূল, বুধৰ বৃশ্চিক ৰাশিলৈ ট্ৰেনজিট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.