• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰ্মান্তিক, চালকৰ এটা মাথো ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে

মৰ্মান্তিক, চালকৰ এটা মাথো ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে

2 years ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

17 minutes ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

49 minutes ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

1 hour ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

2 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

2 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

3 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

3 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

4 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

5 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

5 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

8 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মৰ্মান্তিক, চালকৰ এটা মাথো ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে

editor by editor
November 12, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
মৰ্মান্তিক, চালকৰ এটা মাথো ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মৰ্মান্তিক, চালকৰ এটা মাথো ভুলৰ বাবে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে

যোৱা নিশা প্ৰায় ২ মান বজাত সংঘটিত হোৱা এক অতিকে ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ৬ জনকৈ লোকে। চালকৰ এটা মাথো ভুলৰ বাবে এইদৰে প্ৰাণ হেৰুৱাব লগা হয় লোক কেইগৰাকীয়ে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ ডেৰাডুনৰ অ’এন জি চি চক ৰোডত।

এখন ইনোভা বাহন আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ ফলতে এইদৰে প্ৰাণ হেৰুৱাই ৬ জন লোকে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ পিছতে ইনোভা বাহনখন উফৰি গৈ পথৰ দাঁতিত থকা গছ এজোপাৰ সৈতে খুন্দা মাৰে।

দুৰ্ঘটনাটোত ইনোভা বাহনখন উফৰি গৈ টুকুৰা টুকুৰ হৈ পৰে। আনকি বাহনখনৰ বহু অংশও ৰাস্তাত সিঁচৰতি হৈ পৰে। দুৰ্ঘটনাৰ সময়ত বাহনখনত মুঠ ৭গৰাকী লোক আছিল। দুৰ্ঘটনাটোৰ ফলত বাহনখনত থকা সাতোজন লোক বেয়াকৈ আবদ্ধ হৈ পৰে। থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন যুৱক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় , যদিও দুৰ্ঘটনাৰ দৃশ্য দেখি শিহৰিত হৈ পৰে। বাহন কাটি টানি কোনোমতে আৰক্ষীয়ে মৃতদেহবোৰ উলিয়াই অনাৰ লগতে আহত লোকগৰাকীকো উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

আৰক্ষীৰ তদন্তত ধৰা পৰে যে, দুৰ্ঘটনাৰ সময়ত ইনোভা বাহনখনৰ গতিবেগ অতিমাত্ৰা আছিল। বাহনখনে কণ্টেইনাৰ খনক পিছ পেলাই আহিবলৈ অভাৰটেক কৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। অভাৰটেকেই কাল হৈ নামে বাহনখনত থকা কেউজনৰ বাবে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: road accidentuttarakhandUttarakhand Accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !

নিম্ৰতলৈ ফুলৰ থোপা আৰু চিঠি বিগ বিৰ, অভিষেক-নিম্ৰতৰ নামতেই নেকি এই উপহাৰ !

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.