• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

10 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

1 week ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

1 week ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

1 week ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

1 week ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

1 week ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

1 week ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

1 week ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

1 week ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

1 week ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

1 week ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

1 week ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

1 week ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?

editor by editor
May 5, 2025
in স্বাস্থ্য
0
মুখতেই ফুঁটি উঠে কিডনি বিকল হোৱাৰ ৫ লক্ষণ! কি কি লক্ষণ দেখিলে অৱহেলা কৰা উচিত নহয়?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ শৰীৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অংগসমূহৰ মাজত এটা হৈছে কিডনি৷ মূত্ৰৰ পৰা আৰম্ভ কৰি হৰমনৰ ভাৰসাম্য, ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ সহ একাধিক জৰুৰী কামত এই অংগ লাগে৷ মানুহৰ শৰীৰত কিডনিৰ সংখ্যা দুটা, এটা বিকল হ’লে আনটোৱে কাম চলাব পাৰে৷ ফলত অন্যান্য অংগৰ দৰে প্ৰথম কি়ডনিৰ ক্ষতি সহজে গম পোৱা নাযায়৷ আৰু সময় থাকোতেই কিডনিৰ সমস্যা ধৰা নপৰিলে সেয়া ভাল হোৱাৰো সম্ভাৱনা কমি যায়৷ অৱশ্যে শৰীৰত ফুটি উঠা কেইটামান লক্ষণ চাই কিডনিৰ স্বাস্থ্য সম্পৰ্কে জানিব পাৰিব৷ ইয়াৰে কিছু উপসৰ্গ মুখত ফুঁটি উঠে৷

১. মুখৰ ফোলাভাৱ

কিডনিৰ সমস্যা হ’লে বহুসময়ত মুখ ফুলি উঠে৷ যাৰ বাবে মুখ স্বাভাৱিকৰ তুলনাত ডাঙৰ দেখা যায়৷ মুখৰ ফোলাভাৱ নজৰত আহিলে অৱহেলা কৰা উচিত নহয়৷ এই ক্ষেত্ৰত যিমান পাৰে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷

২. চকু চাৰিওপাশ ফুলি উঠা

বহুতৰে আকৌ চকুৰ চাৰিওপাশো ফুলি উঠে৷ ক্লান্ত অনুভৱো হৈ থাকে তেনে লক্ষণে দেখা দিলেও উপেক্ষা নকৰিব৷ এয়াও কিডনি বিকল হোৱাৰেই উপসৰ্গ হব পাৰে৷ কিডনিয়ে যেতিয়া শৰীৰৰ পৰা টক্সিন বাহিৰ কৰিব নোৱাৰে তেতিয়া শিৰাত প্ৰৱাহিত তেজত প্ৰটিন কণা বিয়পি পৰে৷ আৰু এই প্ৰটিনসমূহে চকুৰ চাৰিওপাশে জমা হৈ ফোলাভাৱ অনুভৱ কৰায়৷

৩. ছালৰ ৰঙৰ পৰিবৰ্তন

মুখৰ ছালৰ ৰং পৰিবৰ্তন, যেনে বৰণ হালধীয়া কিংবা কলা হোৱাও কিডনি বিকল হোৱাৰ লক্ষণ হব পাৰে৷

৪. শুকান ছাল

যেতিয়া কিডনিয়ে সঠিকভাৱে কাম কৰিব নোৱাৰে তেতিয়া শৰীৰত পানীৰ ভাৰসাম্য নষ্ট হয়৷ ফলত শৰীৰ ডিহাইড্ৰেট হৈ পৰে৷ এনে পৰিস্থিতিত ছাল শুকাই যায়৷ যদি আপোনাৰ ছাল হঠাৎ কোনো কাৰণ অবিহনেই শুকাব ধৰিছে তেন্তে অৱহেলা নকৰি চিকিৎসকৰ সহায় লওক৷

৫. ছালত খজুৱতি

কিডনি বিকল হ’লে ছাল শুকাই যোৱাই নহয় শৰীৰৰ বিভিন্ন স্থান অতিকৈ শুকাই খজুৱাবলৈ ধৰে৷ যদি ছালত দীৰ্ঘ সময় ধৰি এনে খজুৱতি হৈ থাকে তেন্তে উপেক্ষা কৰা উচিত নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা
জীৱনশৈলী

প্ৰতিদিনৰ এই ৪ বদভ্যাস ত্যাগ কৰক! আপোনাৰ এই অভ্যাসেই বঢ়াইছে কৰ্কটৰ আশংকা

February 4, 2026
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

January 29, 2026
ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?
জীৱনশৈলী

ব্ৰেইন ষ্ট্ৰোকৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰথম ৪ মিনিট, এই সময়ত কি কৰিব?

January 24, 2026
বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?
জীৱনশৈলী

বয়স বা ওজন নহয়, বন্ধ্যাত্বৰ সকলোতকৈ ডাঙৰ কাৰণ আমাৰ দৈনন্দিন এইকেইটা অভ্যাস, কি কয় চিকিৎসকে?

January 20, 2026
Next Post
পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

পাকিস্তান মন্ত্ৰীসভাত তেওঁ আছিল হিন্দু সাংসদ, ভাৰতলৈ আহি আজি কুলফি বিক্ৰি কৰি সংসাৰ চলাইছে পাক আইনপ্ৰণেতাই, আঁৰত কি কাৰণ?

নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

নন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.