ফ্ৰান্সত নিষিদ্ধ হ'ব নেকি ইছলাম? শিক্ষক হত্যাৰ পাছত কঠোৰৰ পৰা কঠোৰ হৈছে ফ্ৰান্স চৰকাৰ। বন্ধ কৰি দিছে মছজিদ-ইছলামিক শিক্ষানুষ্ঠান।