সমস্যাৰ গৰাহত বোকাখাতৰ গাহৰি পালক। সমষ্টিৰ গাহৰি পালকক প্ৰৱঞ্চনা কৃষি মন্ত্ৰী অতুল বৰাৰ। ক্ষতিপূৰণ নিদিলে আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হোৱা গাহৰিৰ বিপৰীতে।