• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

4 months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

17 hours ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

18 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

19 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

20 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

23 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

23 hours ago
এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

1 day ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

3 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

3 days ago
পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

3 days ago
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

3 days ago
কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

3 days ago
  • About
  • Advertise
  • Careers
Monday, September 25, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

editor by editor
June 1, 2023
in অসম, স্বাস্থ্য
0
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল। পুৱাৰে পৰাই স্বীকৃতি বাতিলৰ খবৰে শিৰোনাম দখল কৰিছে। কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছে ৪০ খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি। বহু আঁসোৱাহ থকাৰ বাবেই স্বীকৃতি বাতিল কৰা হৈছে বুলি জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ইউজি বোৰ্ডে চিকিৎসা মহাবিদ্যালয়সমূহত অনুসন্ধান ত্ৰুটি ধৰা পেলাইছিল। তাৰ পাছতে স্বীকৃতি বাতিলৰ সিদ্ধান্ত লৈছে। ৩০ মে’ত প্ৰকাশ পাইছিল এই তথ্য। স্বীকৃতি বাতিল কৰা চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত আছে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আৰু ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়। কিন্তু আঁসোৱাহসমূহৰ কাৰণ দৰ্শাবলৈ চিকিৎসা মহাবিদ্যালয়সমূহক উত্তৰ দিবলৈ এমাহৰ সময়সীমা বান্ধি দিছে আয়োগে।

এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইয়ো প্ৰতিক্ৰিয়া দাঙি ধৰিছে। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই সন্দৰ্ভত কয়,’এয়া এক গতানুগতিক নিয়ম।এইবাৰ বাতৰিত ওলাইছে বাবে গম পাইছে। আগতে বাতৰিত নোলায়। নিয়মিত পৰিদৰ্শনত আঁসোৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে। এইবাৰ চি চি কেমেৰা নাই চলা বুলি অভিযোগ কৰিছিল। তেওঁলোকে সময় দিয়ে। সেই সময়ৰ ভিতৰত তাৰ উত্তৰ দিয়া হৈছে।’

আনহাতে জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাই স্বীকৃতি বাতিলক লৈ দিয়া প্ৰতিক্ৰিয়াত কয়, ‘এন এম চিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়। এইবাৰ এন এম চি ২৩ জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল। ৰাষ্ট্রীয় বন্ধৰ দিনত পৰিদৰ্শন কৰিছিল দলটোৱে। অভিযোগ আহিব পাৰে। আমি অভিযোগ পঢ়ি উত্তৰ দিছো। তেওঁলোকে কেমেৰাৰ কথা কৈছিল। কিন্তু এন এম চিয়ে লগোৱা কেমেৰা আমি চাব নোৱাৰো। ইতিমধ্যে ২৫ টা কেমেৰা আমি লগাইছো আৰু সেই ডাটাবোৰ এন এম চিলৈ গৈ আছে। কিন্তু কেমেৰাৰ কোড তেওঁলোকৰ ওচৰত থাকে আমি সেই কেমেৰা চাব নোৱাৰো। অন্যহাতে মেডিকেল কলেজত অধ্যাপক, কিতাপ-পত্ৰ আদি বস্তু পৰ্যাপ্ত পৰিমাণে আছে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ
অসম

সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

September 22, 2023
প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?
অসম

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

September 22, 2023
নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে
ভাৰত

নতুন কনটেণ্টমেণ্ট জ’ন ঘোষণা! নিপা’ ভাইৰাছৰ বাংলাদেশী ভেৰিয়েণ্টক লৈ মুখ খুলিলে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে

September 13, 2023
প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?
অসম

প্রধানমন্ত্ৰীতকৈয়ো বেছি দৰমহা লাভ কৰে মুখ্যমন্ত্ৰীয়ে! কোন ৰাজ্যৰ বিধায়কৰ দৰমহা সৰ্বাধিক?

September 7, 2023
Next Post
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা... ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 'তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো...’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.