• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জাৰ্মানীত মন্দাৱস্থা ; চিন্তিত ভাৰত

জাৰ্মানীত মন্দাৱস্থা ; চিন্তিত ভাৰত

3 years ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

37 minutes ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

57 minutes ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

1 hour ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

9 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

9 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

10 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

11 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

12 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

13 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

13 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

জাৰ্মানীত মন্দাৱস্থা ; চিন্তিত ভাৰত

editor by editor
May 27, 2023
in বাণিজ্য
0
জাৰ্মানীত মন্দাৱস্থা ; চিন্তিত ভাৰত
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ 

ব্যৱসায়ঃ ব্যৱসায়ৰ ক্ষেত্ৰত জাৰ্মানী আৰু ভাৰতৰ পুৰণা সমন্ধ আছে। বিগত বিত্তীয় বৰ্ষত জাৰ্মানীয়ে ভাৰতৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছিল। যাৰ ভিতৰত আছে – স্মাৰ্টফোন, কাপোৰ, জৈৱ ৰাসায়নিক পদাৰ্থ, জোতা, চামৰাৰ সামগ্ৰী, লো আৰু তীখাৰ সামগ্ৰী আৰু গাড়ীৰ উপাদানসহ ইলেক্ট্ৰনিক সামগ্ৰী। কিন্তু হঠাৎ ভাৰতৰ ৰপ্তানি উদ্যোগত সৃষ্টি হৈছে এক উদ্বেগৰ। ইয়াৰ কাৰণ হৈছে যে, একেৰাহে যোৱা তিনি মাহত জাৰ্মানীৰ জিডিপি ক্ৰমানয়ে হ্ৰাস পাইছে। ফলত জাৰ্মানীত এতিয়া বিত্তীয় মন্দাৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন কোম্পানীয়ে ইতিমধ্যে ব্যৱসায়ত ব্যাপক লোকচানৰ সন্মুখীন হৈছে।  ফলত এতিয়া ভাৰতত আশংকা প্ৰকাশ পাইছে যে, জাৰ্মানী বিত্তীয় মন্দাৱস্থাই ভাৰত আৰু জাৰ্মানীৰ ব্যৱসায় ক্ষেত্ৰতো প্ৰভাৱ পেলাব।  ফলত দেশত তৈয়াৰ কৰা সকলো সামগ্ৰীৰ বিক্ৰী হ্ৰাস হ’ব পাৰে। যাৰ ভিতৰত আছে জোতা, কাপোৰ, চামৰাৰ বিভিন্ন সামগ্ৰী।

উল্লেখযোগ্য যে, জাৰ্মানী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ অৰ্থনীতি। কিন্তু দীৰ্ঘদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ, বৰ্ধিত মূল্য আৰু বিভিন্ন দেশৰ শীৰ্ষ বেংকসমূহে ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ সূতৰ হাৰ বৃদ্ধি কৰাৰ ফলত বিগত কিছু দিনৰ পৰা পৰা বিশ্বৰ বজাৰত চাহিদা হ্ৰাস পাই আহিছে। ৰপ্তানিৰ ওপৰত ইয়াৰ প্ৰভাৱ স্পষ্ট।

তথ্য অনুসৰি, জাৰ্মানীয়ে যোৱা বিত্তীয় বৰ্ষত (২০২২-২৩) ভাৰতৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছিল। যাৰ ভিতৰত আছে কেতবোৰ যন্ত্ৰ, স্মাৰ্টফোন, কাপোৰ, জৈৱ ৰাসায়নিক পদাৰ্থ, জোতা, চামৰাৰ সামগ্ৰী, লো আৰু তীখাৰ সামগ্ৰী, গাড়ীৰ উপাদানসহ ইলেক্ট্ৰনিক সামগ্ৰী। মুম্বাইস্থিত ৰপ্তানিকৰ্তা আৰু টেকনোক্ৰাফ্ট ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ শাৰদ কুমাৰ শৰাফে কয় যে, দেশখনে ২০২২ বৰ্ষত ১০.২ বিলিয়ন ডলাৰ (প্ৰায় ৮৪,২১১ কোটি টকা) মূল্যৰ সামগ্ৰী ৰপ্তানি কৰিছিল।

বিত্তীয় উপদেষ্টা  GTRIৰ সহ-প্ৰতিষ্ঠাপক অজয় শ্ৰীবাস্তৱে দাবী কৰিছে যে, দেশৰ ৰপ্তানি প্ৰায় ২বিলিয়ন ডলাৰ (প্ৰায় ১৬,৫১২ কোটি টকা) হ্ৰাস পাব পাৰে। মন্দাৱস্থাৰ প্ৰভাৱ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত প্ৰথমে পৰে। ফলত ভাৰতৰ পৰা ৰপ্তানী হোৱা স্মাৰ্টফোন, জোতা, কাপোৰ, চামৰাৰ সামগ্ৰী আৰু আন বহুতো বস্তুৰ বিক্ৰীতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।  বস্ত্ৰ ৰপ্তানি উদ্যোগ সংস্থা AEPC-ৰ অধ্যক্ষ নৰেন্দ্ৰ গোয়েঙ্কাৰ মতে, “জাৰ্মানীৰ মন্দাৱস্থাৰ ফলত ভাৰতত ৰপ্তানি হ্ৰাস পাব। ব্যৱসায় কমেও ১০ শতাংশলৈ  হ্ৰাস হ’ব পাৰে।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?
বাণিজ্য

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

October 6, 2026
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?
বাণিজ্য

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

October 6, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Next Post
এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল’ৰাজন আৰু কেতিয়াও ঘূৰি নাহে

এবুকু সপোন বুকুত বান্ধি নিযুক্তি পত্ৰ আনিবলৈ ঘৰৰ পৰা ওলাই যোৱা ল'ৰাজন আৰু কেতিয়াও ঘূৰি নাহে

২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক’লে আশীষ বিদ্যাৰ্থীয়ে?

২২ বছৰীয়া বৈবাহিক জীৱনৰ সমাপ্তি; কি ক'লে আশীষ বিদ্যাৰ্থীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.