• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

4 years ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

2 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

3 hours ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

3 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

4 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

4 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

5 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

6 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

6 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

7 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

7 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

8 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!

editor by editor
May 4, 2022
in চিনেমা, বিনোদন
0
মুক্তিৰ পূৰ্বেই সংকটত ৰণবীৰ সিঙৰ নৱতম ছবি জয়েশভাই জ’ৰ্ডাৰ!
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰণবীৰ সিঙৰ অভিনীত ছবি জয়েশভাই জ’ৰ্ডাৰ নামৰ বলিউদৰ ছবিখনে মুক্তি পূৰ্বেই সংকটৰ সন্মুখীন হৈছে৷ প্ৰকাশিত খবৰ মতে ছবিখনে আইনী সংকটৰ সন্মুখীন হৈছে৷

ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰাৰ পিছতে এটা বেচৰকাৰী সংস্থাই ছবিখনৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিছে৷

লাইভ ল’ৰ সূত্ৰৰ মতে য়ুথ এগেইনষ্ট ক্ৰাইম নামৰ এটা সংস্থাই ছবিখনৰ বিৰুদ্ধে জন্মৰ পূৰ্বে লিংগ নিৰ্ধাৰণ তথা পৰীক্ষা কৰাৰ গুৰুতৰ অভিযোগ কৰিছে৷

লগতে পঢ়ক  ‘অভিনেতা ধনুষ আমাৰ তৃতীয় সন্তান’ দাবী বৃদ্ধ তামিল দম্পতীৰ

ইতিমধ্যে সংস্থাটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ অধিবক্তা পৱণ প্ৰকাশ পাঠকে আবেদন কৰা অভিযোগনামাত কোৱা হৈছে ছবিখনৰ ট্ৰেইলাৰত আলট্ৰাছাউণ্ড পৰীক্ষাৰ মাধ্যমেৰে জন্মৰ পূৰ্বে ভ্ৰণৰ লিংগ নিৰ্ণয় কৰোৱা দেখুওৱা হৈছে৷

উল্লেখ্য যে প্ৰি-কনচেপ্টচন এণ্ড প্ৰি-নেটাল ডাইগন’ষ্টিক টেকনিকছ (PCPNDT) আইন, ১৯৯৪ৰ অনুসৰি ভাৰতত জন্মৰ পূৰ্বে গৰ্ভতে লিংগ নিৰ্ধাৰণ বা পৰীক্ষা কৰাতো কেৱল নিষিদ্ধই নহয়, ইয়াক দণ্ডীয় অপৰাধ হিচাপেও গণ্য কৰা হয়৷

লগতে পঢ়ক সুৰাত মগন নিচাগ্ৰস্ত চালক; ঘণ্টা ঘণ্টা ধৰি ৰৈ থাকিল যাত্ৰীবাহী ৰে’ল, ক’ত?

বিতৰ্কৰ আৱৰ্ত সোমাই পৰা ৰণবীৰ সিঙৰ অভিনীত ছবিখন প্ৰযোজনা কৰিছে যশৰাজ ফিল্মছৰ আদিত্য চোপ্ৰা আৰু মনীষ শৰ্মাই৷

ছবিখনৰ কাহিনী আৰু পৰিচালনা হৈছে দিব্যাংগ থক্কৰ৷ মূলতঃ হাস্যৰসধৰ্মী এই ছবিখনত ৰণবীৰ সিঙৰ বিপৰীতে চালিনী পাণ্ডে অভিনয় কৰাৰ লগতে বুমন ইৰাণী, ৰত্না পাঠক শ্বাহ, দীক্ষা যোশী আদিয়েও অভিনয় কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywooddelhi high courtJayeshbhai JordaarPCPNDT Act 1994Ranbir SinghYouth Against Crime
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!
বিনোদন

যুৱক পছন্দ নহ’ল এইকেইগৰাকী ক্ৰিকেটাৰৰ, পাতিলে বান্ধৱীৰ সৈতে বিয়া!

May 11, 2026
IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম
বিনোদন

IPL ত নোৱাৰে প্ৰেয়সী ৰাখিব! BCCI এ বান্ধি দিলে নতুন নিয়ম

May 10, 2026
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?
অসম

‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

May 9, 2026
Next Post
কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

কিয় হ’ব লগা স্বামীক গ্ৰেপ্তাৰ কৰিলে লেডী সিংঘম জোনমণি ৰাভাই?

বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

বলিউদৰ অভিনেত্ৰী দিশা পাটানিক ট্ৰ’ল! কিয় ট্ৰ’ল খালে মোহময়ী অভিনেত্ৰী দিশাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.