• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

4 years ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

20 minutes ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

1 hour ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

2 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

3 hours ago
গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

গোপন চুক্তিৰ বিনিময়ত অনশন ভংগৰ অভিযোগ! ছোনম ৱাংচুকৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

4 hours ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

12 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

13 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

14 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

14 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…

editor by editor
June 6, 2022
in চিনেমা
0
পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…
0
SHARES
111
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পংকজ ত্ৰিপাঠী আজিৰ সময়ত বলীউডৰ নম্বৰ ১ অভিনেতা। পংকজ ত্ৰিপাঠীয়ে চলচ্চিত্ৰসমূহত তেওঁৰ শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছে। পংকজ ত্ৰিপাঠী এনে এজন অভিনেতা যাক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ভাল পায়।

শেহতীয়াকৈ, পংকজ ত্ৰিপাঠীৰ ছবি Sherdil- The Pilibhit Saga ৰ ট্ৰেইলাৰ মুকলি হৈছে আৰু দৰ্শকে ট্ৰেইলাৰটো আকোৱালি লোৱা দেখা গৈছে।

যদি আপুনিও পংকজ ত্ৰিপাঠীৰ অনুৰাগী, তেন্তে আজিৰ পোষ্টত আপোনালোকে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু আভাস পাব। আপুনি জানেনে পংকজ ত্ৰিপাঠীৰ জীয়ৰী আশী ত্ৰিপাঠীয়ে সৌন্দৰ্যৰ ক্ষেত্ৰত বলীউডৰ অভিনেত্ৰীসকলক কঠিন তক্কৰ দিছে!

লগতে পঢ়ক ভয়ংকৰ অগ্নিকাণ্ড! অগ্নিকাণ্ডত ভস্মীভূত হ’ল ৪০ জন লোক! কিন্তু ক’ত? জানিবলৈ পঢ়ক

পংকজ ত্ৰিপাঠীৰ জীয়ৰীৰ নাম আশী ত্ৰিপাঠী। ৪৫ বছৰীয়া পংকজ ত্ৰিপাঠীয়ে ২০০৪ চনত মৃদুলাক বিয়া কৰাইছিল। তেওঁৰ জীয়ৰী আশী দেখাত অত্যন্ত ধুনীয়া। ‘IIFA Award 2022’ত পংকজ ত্ৰিপাঠী তেওঁৰ জীয়ৰী আশী আৰু পত্নী মৃদুলাৰ সৈতে উপস্থিত হৈছিল।

আশীৰ ফটো ৰিভিল হোৱাৰ পিছতেই সকলো তেওঁৰ সৌন্দৰ্যত প্ৰভাৱিত হোৱা দেখা গৈছে। আশী ত্ৰিপাঠীৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাত এতিয়া নিজকে বাধা দিব পৰা নাই সাধাৰণ লোকে।

লগতে পঢ়ক ‘বিজেপিয়ে কাশ্মীৰ চম্ভালিব নোৱাৰে, কাশ্মীৰক লৈ কেৱল লেতেৰা ৰাজনীতি কৰে’

পংকজ ত্ৰিপাঠীৰ জীয়ৰীৰ ফটোখনত, তেওঁক তেওঁৰ দেউতাক আৰু মাতৃৰ সৈতে ‘IIFA Award’ৰ অনুষ্ঠানত সৈতে দেখা গৈছে। আশী ত্ৰিপাঠী ৰয়েল ব্লু গাউন পিন্ধি ‘IIFA’ত উপস্থিত হৈছিল। নিজৰ সৰলতাৰে জনসাধাৰণৰ হৃদয় জয় কৰিব সক্ষম হৈছিল আশী ত্ৰিপাঠী।

এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফটোখনত মন্তব্য কৰি লিখিছে, ‘‘কি ধুনীয়া দেখা পৰিয়াল’’৷ আন এজনে লিখিছে, ‘‘মই আনকি নাজানিছিলো যে পংকজ ছাৰৰ ইমান মৰমলগা ছোৱালী আছে!’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actorpankaj tripathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ
বিনোদন

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

July 24, 2026
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ
বিনোদন

‘ধুৰন্ধৰ’ ছবিৰ এইগৰাকী অভিনেত্ৰীক আটক আৰক্ষীৰ

July 22, 2026
Next Post
চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

চুলিৰ যতন : ঘৰুৱা উপায়েৰে কেনেকৈ চুলিৰ ৰং কৰিব?

বিজেপিৰ নেতাৰ অদ্ভূত মন্তব্য, ‘গাঁৱৰ শৌচালয়লৈ যোৱাৰ সময়তহে ধৰ্ষণ হয়!’

বিজেপিৰ নেতাৰ অদ্ভূত মন্তব্য, ‘গাঁৱৰ শৌচালয়লৈ যোৱাৰ সময়তহে ধৰ্ষণ হয়!’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.