• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

13 minutes ago
হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

হায় ৰে স্বাস্থ্য বিভাগ! কামুৰিছিল সাপে, বেজি দিলে কুকুৰৰ…

57 minutes ago
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

2 hours ago
থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

থমকি ৰৈছে নেকি Gen Z ভোটাৰৰ নাম অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া?

3 hours ago
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

3 hours ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

4 hours ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

5 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

6 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

18 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

19 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

19 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?

editor by editor
July 26, 2022
in অসম, বিবিধ
0
লাখ লাখ আধাৰ নম্বৰ বাতিল! আপোনাৰটো নিৰাপদ নে? কেনেকৈ জানিব?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি চমুকৈ ইউ আই ডি এ আই-এ প্ৰায় ছয় লাখ আধাৰ নম্বৰ বাতিল কৰিছে।

ইউ আই ডি এ আইৰ মতে, এই আধাৰ নম্বৰবোৰ প্ৰকৃততে ভুৱা আৰু এই আধাৰ কাৰ্ডবোৰ বেছিকৈ অপৰাধমূলক কাম-কাজৰ বাবে ব্যৱহাৰ কৰা হৈছিল। গতিকে চৰকাৰৰ সন্মতি সাপেক্ষে এই সিদ্ধান্ত লোৱা হৈছে।

চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আধাৰ কাৰ্ডৰ সৈতে জড়িত জালিয়াতি ৰোধ কৰাৰ বাবে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ডেমোগ্রাফিক মেচিং  প্ৰক্ৰিয়া শক্তিশালী কৰা হৈছে, নতুন নাম পঞ্জীয়ন কৰিলে বায়’মেট্ৰিক মেচিং এতিয়া বাধ্যতামূলক কৰা হৈছে। ফ’টোও এই সময়ৰ পৰা বাধ্যতামূলক কৰা হৈছে।

 

লগতে পঢ়ক ‘মই বহু দিন যৌন সম্পৰ্কই কৰা নাই’, কিয় ক’লে বিশ্বৰ ধনাৰ্ঢ্য ব্যক্তি এল’ন মাস্কে?

আপুনি কেনেকৈ জানিব যে আপোনাৰ আধাৰ কাৰ্ড সুৰক্ষিত হয় নে নহয়?

১. ইউ আই ডি এ আইৰ অফিচিয়েল ৱেবছাইটলৈ যাওক (https://resident.uidai.gov.in/offlineaadhaar)৷

২. ইয়াৰ পিছত ‘Aadhaar Verify’ বিকল্প নিৰ্বাচন কৰক।

৩. এইবাৰ আপোনাৰ ১২ অংকৰ আধাৰ নম্বৰ বা ‘ভাৰ্চুৱেল আইডি’ দিয়ক।

 

লগতে পঢ়ক প্ৰেমিকে কৰিলে প্ৰতাৰণা! প্ৰেমিকৰ পিতৃৰে বিয়াত বহিল প্ৰেমিকা, ইয়াৰ পিছত কি হ’ল?

৪. নম্বৰটো টাইপ কৰাৰ পিছত স্ক্ৰীণত প্ৰদৰ্শিত ছিকিউৰিটি ক’ডটো দি ৱান টাইম পাছৱৰ্ড বা OTP ৰ অনুৰোধ কৰক।

৫. আপোনাৰ পঞ্জীয়ন কৰা মোবাইল নম্বৰত OTP প্ৰেৰণ কৰা হ’ব। সেই OTTP ৱেবচাইটত দিয়ক।

৬. ইয়াৰ পিছত ৱেবচাইটত এটা নতুন পেজ খোল খাব য’ত লিখা থাকিব আপোনাৰ আধাৰ নম্বৰ বৈধ নে নহয়।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aadhaar Cardasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

September 25, 2026
পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু
জীৱনশৈলী

পাকঘৰত ভুলতো নাৰাখিব এই ৫টা বস্তু

September 25, 2026
BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ
বিনোদন

BIG BOSSত ঈশ্বৰ পুত্ৰৰ প্ৰসংগ

September 25, 2026
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?
অসম

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

September 25, 2026
Next Post
আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

আহি আছে ভাল খবৰ! পুনৰ আৰম্ভ ৰন্ধন গেছৰ ৰাজসাহায্য!

দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

দুগৰাকী পত্নী, ৬ টাকৈ সন্তানৰ পিতৃৰ কামনাৰ বলি নিজ কন্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.