• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

10 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

9 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?

editor by editor
June 21, 2025
in জীৱনশৈলী, ফেশ্বন, বিনোদন, বিশ্ব, ভাৰত, লেখা
0
একে ছাদৰ তলত থাকিলেও বেডৰুম পৃথক! নাই কোনো সম্পৰ্ক? ভঙাৰ পথত নেকি ছলমানৰ ভগ্নী অৰ্পিতা আৰু আয়ুষৰ সংসাৰ?
0
SHARES
598
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ কথা মানেই কিবা এটা মছলা! এই ধাৰণা আমাৰ প্ৰত্যেকৰেই মনত আছে৷ নাথাকিবনো কিয়! বলীউডৰ বাহিৰৰ ৰঙীন জগতৰ আঁৰত চলি থাকে বহু ক’লা অধ্যায়৷ কিছু অধ্যায়ে জোঁকাৰি যায় আমাৰ দৰে সাধাৰণ মানুহৰ মন মগজুক৷ এই কাহিনী আয়ুষ শৰ্মা আৰু ছলমান খানৰ ভনীয়েক অৰ্পিতা খানৰ৷

২০১৪ চনত উত্তৰাখণ্ডৰ প্ৰভাৱশালী ৰাজনৈতিক পৰিয়ালৰ সন্তান আয়ুষ শৰ্মাৰ সৈতে বিয়া কৰাইছে ছলমান খানৰ ভগ্নী অৰ্পিতা খানে৷ বিবাহৰ ৪ বছৰৰ পাছত লভযাত্ৰী ছবিৰে বলীউডত অভিষেক হয় আয়ুষৰ৷ প্ৰথমৰে পৰাই সমালোচনাৰ আৱৰ্তত আয়ুষ-অৰ্পিতাৰ প্ৰেমকাহিনী৷ বহুতেই দাবী কৰে চিনেমাত কাম কৰাৰ সুযোগ পাবৰ বাবেই আয়ুষে ছলমান খানৰ ভগ্নীৰ সৈতে প্ৰেম কৰিছিল, লগতে বিবাহো কৰাইছে৷ এয়া প্ৰেম নহয় এয়া স্বাৰ্থপৰতা বুলিও বহুতে বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ এই সমালোচনাৰ মাজতেই অৱশ্যে অৰ্পিতা দুটি সন্তানৰ মাতৃও হৈছে৷ কিন্তু তেওঁলোকৰ চৰ্চা আজিও শেষ হোৱা নাই৷

বলীউডত শেহতৈয়াকৈ দুয়োৰে জীৱনশৈলীক লৈ এক গুঞ্জন উঠিছে৷ একে ছাদৰ তলত থাকিও পৃথকে পৃথকে থাকে অৰ্পিতা আৰু আয়ুষ৷ বিবাহৰ প্ৰথম দিনটোৰ পৰাই দুয়োৰে সম্পৰ্ক তেনেকৈয়ে চলি আছে৷ অৰ্পিতা আৰু আয়ুষে সম্প্ৰতি এক সাক্ষাৎকাৰত জনাইছে যে তেওঁলোকৰ দাম্পত্য জীৱনত বহু এনে কথা আছে যি কথা বহুতেই নাজানে৷ দুয়ো বৈবাহিক সম্পৰ্কত থাকিলেও একে ছাদৰ তলতেই পৃথকে থাকে৷

আয়ুষে জনাই, তেওঁলোক দুজনৰ পছন্দ-অপছন্দ, টোপনিৰ সময়, উঠাৰ সময় সম্পূৰ্ণ পৃথক পৃথক৷ আয়ুষে নিশা দেৰীকৈ শুৱে, চিনেমা চায়, কেতিয়াবা শ্বুটিংৰ প্ৰস্তুতিও কৰে এইসমূহৰ বাবে ব্যক্তিগত পৰিসৰ খুবেই প্ৰয়োজন৷ অন্যহাতে অৰ্পিতা সময় মতে শুৱে সময়মতে উঠে৷

তেওঁ লগতে জনায়, এই অভ্যাসে তেওঁলোকৰ মাজত দূৰত্ব তৈয়াৰ কৰা নাই বৰং সম্পৰ্ক আৰু মজবুতহে কৰিছে৷ তেওঁলোকে বিশ্বাস কৰে যে এক স্বাস্থ্যকৰ সম্পৰ্কত স্পেছ অত্যন্ত গুৰুত্বপূৰ্ণ৷ এহাল দম্পতিয়ে সকলো কাম একেলগে কৰা মানেই সেয়া ভালপোৱা নহয় বৰং এজনে আনজনৰ স্বাধীনতাক সন্মান জনাই পৃথক পৃথকে নিজা সিদ্ধান্ত লোৱাটোহে প্ৰকৃত ভালপোৱা৷ তেওঁলোকৰ মতে এই ব্যতিক্ৰমী দৃষ্টিভংগী আজিৰ যুগত বহুতৰ বাবেই এক উদাহৰণ হব পাৰে৷ অতিৰিক্ত নিৰ্ভৰশীলতা বা নিঃশ্বাস পেলোৱা স্থানৰ অভাৱেই একোটা সম্পৰ্ক ভাঙি পেলায় বুলিও দাবী আয়ুষৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
আগন্তুক সপ্তাহত চমক দেখুৱাব ভাস্কৰ যোগে, মাহৰ শেষত পকেট ভৰি পৰিব এই ৫ৰাশিৰ

আহি আছে শিৱৰ প্ৰিয় শাওন মাহ, জানি থওক ৰুদ্ৰাভিষেকৰ পদ্ধতি আৰু তিথিৰ তালিকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন