• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

2 years ago
লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

লস্কৰৰ প্ৰতিষ্ঠাতা সদস্য আমিৰ হামজাক লক্ষ্য কৰি গুলি, লাহৌৰত সংকটজনক অৱস্থাত হামজা, ভাৰতত কৰা বহু সন্ত্ৰাসবাদী আক্ৰমণত জড়িত হামজা

19 minutes ago
মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি ৪ ৰাশিৰ জীৱনত, শুক্ৰ গুৰুৰ দ্বিদ্বাদশ যোগত জীৱনলৈ সুখৰ বতৰা আহিব কাৰ কাৰ?

42 minutes ago
কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

কৰ্পৰেট জেহাদঃ কৰ্পৰেট খণ্ডৰ মহিলাক লক্ষ্য কৰি ইছলামিক প্ৰচাৰকৰ শো**ষণ, নি**ৰ্যাতন, নাছিকৰ TCS গোচৰক লৈ দেশজুৰি কিয় চৰ্চা?

2 hours ago
আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

আজি অৰ্থাৎ ১৬ এপ্ৰিলৰ পৰা ৪৮ ঘণ্টাৰ বাবে তৈয়াৰ হৈছে চতুৰ্গ্ৰহী ৰাজযোগ, এই ৪ৰাশি মালামাল হ’ব

2 hours ago
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

3 hours ago
কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

3 hours ago
ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

ভালে নাই প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলি! হেৰুৱাই পেলাইছে স্মৃতিশক্তি, যিকোনো সময়ত ব্ৰেইন ষ্ট্ৰোকৰ আশংকা চিকিৎসকৰ

3 hours ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

20 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

21 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

21 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

22 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

editor by editor
March 31, 2024
in উত্তৰ-পূব
0
বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি
0
SHARES
448
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিধানসভা নিৰ্বাচন, ভোট গ্ৰহণৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি

অৰুণাচল প্ৰদেশত সাধাৰণ নিৰ্বাচন তথা বিধানসভা নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব, পাছে নিৰ্বাচনৰ পূৰ্বেই ১০ আসনত জয়ী বিজেপি।

১০ গৰাকীকৈ বিজেপি প্ৰাৰ্থীৰ জয়ী হোৱাত এতিয়া উচবমুখৰ হৈ পৰিছে ৰাজ্যখনৰ বিজেপি দল। মনোনয়ন উঠাই লোৱাৰ অন্তিন দিন পাৰ হোৱাৰ লগে লগে বিজয়ী হিচাপে পৰিগনিত হয় ১০ প্ৰাৰ্থী।

কিয়নো সেই ১০ টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বাহিৰে অন্য কোনেও মনোনয়নেই দাখিল কৰা নাই। যাৰ বাবে বিনা প্ৰতিদ্বন্দিতাই বিজয় সাব্যস্ত কৰে ১০ গৰাকী বিজেপি প্ৰাৰ্থীয়ে।

উল্লেখ্য যে, অহা ১৯ এপ্ৰিলত প্ৰদেশ খনত ৬০ টা সমষ্টিত ভোটগ্ৰহণ হোৱাৰ কথা আছিল, এতিয়া সেই ১০ টাৰ বাদে বাকি ৫০ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

নিৰ্বাচন প্ৰতিনিধিয়ে এই ক্ষেত্ৰত জানিবলৈ দিয়া অনুসৰি, কেৱল ৬ টা সমষ্টিত অকল বিজেপিৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তাৰ বাহিৰে অন্য ৪ টাত বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন উঠাই লয়।

এই বিজয়ত ৰাজ্যখনৰ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সমষ্টি কেইটাৰ সকলো জনসাধাৰণকে ধন্যবাদ জনাই, লগেত কয় এয়া সকলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাল দৃষ্টিকোনৰ বাবে সম্ভৱ হৈ পৰিছে।

উল্লেখ্য যে, এইবাৰেই প্ৰথম বিজেপিয়ে এনেদৰে নিৰ্বাচন নেখেলাকৈয়ে বিজয় সাব্যস্ত কৰিছে। তথপি ই ৰেকৰ্ড নহয়, ইয়াৰ পূৰ্বে ২০১৪ চনত ৰাজ্যখনত কংগ্ৰেছৰ ১১ প্ৰাৰ্থীয়ে নিৰ্বাচন নেখেলাকৈয়ে বিনা প্ৰতিদ্বন্দিতাই বিজয়ী হিচাপে ঘোষিত হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: arunachal pradeshArunachal Pradesh ElectionBidhan Sabha ElectionbjpBJP win
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ
উত্তৰ-পূব

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

March 27, 2026
উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ
অসম

উত্তৰ-পূবৰ লোকৰ বিৰুদ্ধে দেশত জাতিগত বিদ্বেষ, চৰকাৰে দিলে উত্তৰ

March 25, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
Next Post
আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ’ল ময়ংক যাদৱ

আই পি এলৰ প্ৰথমখন খেলতেই ধুমুহাৰ সৃষ্টি, ১৫৫.৮ কিলোমিটাৰ বেগত বল কৰি শ্ৰেষ্ঠ খেলুৱৈ হ'ল ময়ংক যাদৱ

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.