• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

4 years ago
২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

11 minutes ago
NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

NDA মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী তালিকা! ২৬ সমষ্টিৰ ১৩ সমষ্টিতেই মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ অগপৰ

23 minutes ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

3 hours ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

3 hours ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

4 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

4 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

5 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

5 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

6 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

7 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

8 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ

editor by editor
August 25, 2022
in অপৰাধ, ভাৰত
0
ৰক্ষাবন্ধনৰ দিনাই নাবালিকা ভগ্নীক ধৰ্ষণ, হত্যা দুই সম্পৰ্কীয় ভাতৃৰ; আইতাককো ধৰ্ষণ
0
SHARES
12.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ জবলপুৰৰ জিলাৰ ৰাঞ্জী থানা এলেকাত দুজন সম্পৰ্কীয় ভাতৃয়ে সম্পৰ্কীয় ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে। সম্পৰ্কীয় ভগ্নীগৰাকীয়ে এই ধৰ্ষণক বিৰোধ কৰিবলৈ চেষ্টা কৰাত দুই ভাতৃয়ে মিলি কিশোৰীগৰাকীক বেয়াকৈ মাৰপিট কৰে।

দুই ভাতৃয়ে প্ৰহাৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত কিশোৰী ভগ্নীক চিকিৎসাৰ বাবে চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়তে কিশোৰীগৰাকীৰ মৃত্যু হয়। ইয়াৰ পিছতে দুই অভিযুক্তই কিশোৰীগৰাকীৰ মৃতদেহ সমাধিস্থ কৰে৷

ঘটনাটোৰ বিষয়ে কিশোৰীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত কাষ চপাৰ পিছতে পোহৰলৈ আহে।

লগতে পঢ়ক অচিনাকি যাত্ৰীৰ কান্ধত মূৰ থৈ শুই যাত্ৰা কৰিছিল এক যুৱতীয়ে! পাছত দুই সহযাত্ৰীৰ মাজত আৰম্ভ প্ৰেম

আচলতে ৰক্ষাবন্ধন উপলক্ষে মুম্বাইৰ পৰা জবলপুৰৰ সম্পৰ্কীয় ভাতৃৰ ঘৰলৈ আহিছিল কিশোৰীগৰাকী। কেইমাহমান আগতে কিশোৰীগৰাকীৰ পৰিয়ালটো জবলপুৰৰ পৰা মুম্বাইলৈ স্থানান্তৰিত হৈছিল। কিছুদিনৰ আগতে কিশোৰীগৰাকীৰ আইতাকে মুম্বাইলৈ গৈছিল আৰু কিশোৰীগৰাকীয়ে ৰক্ষা বন্ধনৰ পূৰ্বে ১০ আগষ্টত আইতাকৰ সৈতে জবলপুৰলৈ আহিছিল।

কিশোৰীগৰাকীয়ে দুই সম্পৰ্কীয় ভাতৃয়ে আৰু পৰিয়ালৰ সৈতে ভালদৰে ৰক্ষাবন্ধন পালন কৰিলে। ১৬ আগষ্টত পৰিয়ালৰ লোকসকল ক’ৰবালৈ গৈছিল, এই সময়ছোৱাত দুয়ো ভাতৃয়ে নিজৰ সম্পৰ্কীয় ভগ্নীক তেওঁলোকৰ লগত থাকিবলৈ বাধ্য কৰে৷ ঘৰত কোনো নথকাৰ সুযোগতে দুই ভাতৃয়ে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে৷

কিশোৰীগৰাকীয়ে ইয়াক বিৰোধ কৰাৰ বাবেই দুই ভাতৃয়ে মিলি কিশোৰীগৰাকীক নিৰ্মমভাৱে প্ৰহাৰ কৰে। পিছদিনা ১৭ আগষ্টত দুয়োজন ভাতৃয়ে কিশোৰীগৰাকীক মেডিকেল কলেজলৈ লৈ যায় আৰু দুদিন পিছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। কিশোৰীগৰাকীৰ বয়স আছিল ১৫ৰ পৰা ১৬ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ

ভগ্নীৰ মৃত্যুৰ পিছত দুয়োজন অভিযুক্তই খৰখেদাকৈ কিশোৰীগৰাকীৰ মৃতদেহটো একাংশ লোকৰ সৈতে সমাধিস্থ কৰে। কিশোৰীগৰাকীৰ দেউতাকক অভিযুক্তই জনোৱা মতে, অসুস্থতাৰ বাবেই ছোৱালীজনীৰ মৃত্যু হৈছিল৷ আনহাতে আইতাকক কোৱা হৈছিল যে কিশোৰীগৰাকীৰ স্বাভাৱিক মৃত্যুৱে হৈছিল।

যোৱা ২৩ আগষ্টত কিশোৰীগৰাকীৰ পিতৃয়ে এছ পি সিদ্ধাৰ্থ বহুগুণাক সাক্ষাৎ কৰি তদন্তৰ দাবী জনায়, তাৰ পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো খান্দি উলিওৱা হয়। আৰক্ষীয়ে সন্দেহৰ ভিত্তিত এজন ভাতৃক আটক কৰি জেৰা কৰাৰ সময়ত সমগ্ৰ ঘটনাটো বর্ণনা কৰি অপৰাধ স্বীকাৰ কৰে৷

ইয়াৰ পাছতে আৰক্ষীয়ে দুয়োজন অভিযুক্তৰ বিৰুদ্ধে হত্যা, ধৰ্ষণ আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি এজনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আনজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে। আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্তই জনায় যে তেওঁ জ্যেষ্ঠ ভাতৃৰ সৈতে কিশোৰীগৰাকীক ধৰ্ষণ কৰি আক্ৰমণ কৰিছিল। আইতাক মদ্যপান কৰি ধৰ্ষণ কৰা বুলিও প্ৰকাশ কৰে অভিযুক্তই। দুয়োজন অভিযুক্তক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে কিশোৰীগৰাকীৰ পিতৃয়ে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamCRIMEraped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?
অসম

২২ সমষ্টিৰ প্ৰাৰ্থী তালিকাৰে তৃতীয়খন তালিকা প্ৰকাশ কংগ্ৰেছৰ, ক’ত কাক প্ৰাৰ্থিত্ব প্ৰদান?

March 19, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?

৫ কোটি টকাৰ ভূমিৰ অঘৰী গৰাকী কুকুৰ! কটায় বিলাসী জীৱন! কেনেকৈ কোটিপতি হ’লেই কুকুৰ?

১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

১০০ সংখ্যক জন্মদিনত গ্ৰেপ্তাৰ হ’ল মহিলা! কাৰণ জানিলে আপুনি হ’ব হতভম্ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.