• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

1 year ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

4 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

4 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

5 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

6 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

7 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

8 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

8 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

9 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

10 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

10 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

11 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন

editor by editor
November 9, 2024
in প্ৰযুক্তি, বাণিজ্য
0
JIO ই যি দিছে তাৰ ডাবল দিছে BSNLয়ে! জানক আপুনিও ল’ব পৰা BSNL এইকেইটা প্লেন
0
SHARES
303
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰিচাৰ্জৰ দাম বঢ়াকলৈ অতিষ্ট হৈ আছে জনসাধাৰণ৷ মাহেকীয়া ৰিচাৰ্জৰ খৰচ যোগাৰ কৰিবলৈ গৈ মূৰৰ ঘাম মাটিত পেলাইছে বহুজনে৷ এই পৰিস্থিতিত বহুতেই বিকল্প হিচাপে বাছি লৈছে বিএছএনএল৷ এইবাৰ ধামাকা ৰিচাৰ্জ প্লেন আনিছে বিএছএনএলে৷

সম্প্ৰতি ৰিলায়েন্স জিঅ’, এয়াৰটেল, ভোডাফোন আইডিয়াকে ধৰি আটাইবোৰৰেই দাম বাঢ়িছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম বিএছএনএল৷ চৰকাৰী এই টেলিকম সংস্থাই এটকাও দাম বঢ়োৱা নাই৷ বিএছএনএলে একাধিক সস্তাৰ প্লেন আগবঢ়াইছে৷ তাৰমাজতেই অন্যতম এটা হৈছে ১৬০দিনৰ ৰিচাৰ্জ প্লেন৷ যাৰ দাম ৯৯৭ টকা৷

কি কি পৰিসেৱা পাব?

এই প্লেনত দৈনিক ২ জিবি ডাটা, ১০০ এছএমএছ আৰু ফ্ৰী কলিংৰ সুবিধা পোৱা যাব৷ ইয়াৰোপৰি অতিৰিক্ত ৩২০ জিবি ডাটাও পাব৷ প্ৰতিদ্বন্দী সংস্থাসমূহৰ সৈতে যদি তুলনা কৰা হয় তেন্তে জিঅ’ৰ এটা ৰিচাৰ্জ প্লেন আছে, যাৰ দাম ৯৯৯টকা৷ এই ৰিচাৰ্জ প্লেনত দৈনিক ২জিবি ডাটা, দৈনিক ১০০টা এছ এম এছ আৰু ফ্ৰী কলিঙৰ সুবিধা পোৱা যাব৷

এই দুই প্লেনৰ দামৰ পাৰ্থক্য মাত্ৰ ২টকা৷ জিঅ’ই য’ত ৯৯৯টকাত ৯৮ দিন বৈধতা দিছে তাতেই ৯৯৭ টকাত ১৬০দিন বৈধতা দিছে বিএছএনএলে৷ জিঅ’ৰ তুলনাত বিএছএনএলে ১২৮ জিবি বেছি ডাটাও দিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!
প্ৰযুক্তি

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

March 16, 2026
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?
বাণিজ্য

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

March 16, 2026
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!
প্ৰযুক্তি

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

March 15, 2026
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

March 12, 2026
Next Post
চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

চৰকাৰে মহিলাসকলক দিছে ৫লাখ পৰ্যন্ত ঋণ, দিব নালাগে সুদ, কেনেকৈ কৰিব আবেদন?

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.