অপৰাধ

অভিনেত্ৰীক যৌন নিগ্ৰহ! পলাতক দক্ষিণৰ তাৰকা বিজয় বাবুৰ পাছপ’ৰ্ট জব্দ

অভিনেত্ৰীক অভিনয়ৰ সুযোগ দি যৌন শোষণ কৰাৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতে পলাতক হৈ আছে দক্ষিণৰ তাৰকা তথা অভিনেতা-প্ৰযোজক বিজয় বাবু৷...

Read more

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

অভিনেত্ৰী শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে বেআইনীভাৱে ধনৰ লেনদেন কৰাৰ অভিযোগ উত্থাপন কৰিছে এনফ’ৰ্ছমেণ্ট ডাইৰেক্ট(ইডি)এ। সংবাদ সংস্থা এএনআই-এ প্ৰকাশ...

Read more

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজোৎ সি সিদ্ধুক এক হত্যাকাণ্ডৰ অপৰাধত ১ বছৰৰ কাৰাবাসৰ ৰায় প্ৰদান কৰিছে...

Read more

আৰক্ষীয়ে FIR পঞ্জীয়ন কৰা নাই নেকি? তেনে ক্ষেত্ৰত কি কৰিব আপুনি?  

ভাৰতত আৰক্ষীৰ বিৰুদ্ধে এটা অতি পৰিচিত অভিযোগ আছে৷ অভিযোগটো সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ আৰক্ষীৰ বিৰুদ্ধেই আছে৷ সেই অভিযোগটো হৈছে আৰক্ষীয়ে এজাহাৰ...

Read more

ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

ৰক্ষকে ভক্ষকেই! এগৰাকী আৰক্ষী কনিষ্টবলে বন্ধুসহ এগৰাকী কিশোৰীক দলৱদ্ধ ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি দুদিন পূৰ্বে...

Read more

বিবাহৰ উপহাৰ বিস্ফোৰণ, আহত ভতিজাসহ নৱবিবাহিত দৰা

এক চাঞ্চল্যকৰ ঘটনাই সংবাদ মাধ্যমৰ পোহৰলৈ আহিছে৷ এখন বিবাহত উপলব্ধ এটা উপহাৰ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে দৰাসহ কণমানি ভতিজাক৷ মংগলবাৰে...

Read more

অন্য যুৱকেৰে প্ৰেমিকাৰ বন্ধুত্ব! ব্লেডেৰ কাটি প্ৰেমিকাক হত্যা প্ৰেমিকৰ

অন্য যুৱকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক থকাৰ অভিযোগত নিজৰ প্ৰেমিকাক হত্যা কৰিছে এগৰাকী যুৱকে৷ এই চাঞ্চল্যকৰ ঘটনাটো ৰাজধানী দিল্লীৰ উত্তম নগৰত...

Read more

জঘন্য কাণ্ড! গৰু পোৱালিক ধৰ্ষণ কৰি ত্ৰিপুৰাত গ্ৰেপ্তাৰ হ’ল অসমৰ যুৱক

উত্তৰ ত্ৰিপুৰা জিলাৰ অসম-ত্ৰিপুৰা আন্তঃৰাজ্যিক সীমান্তৰ সমীপৰ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত সৰলাত মঙলবাৰে এটি গৰু পোৱালিক ধৰ্ষণ (অস্বাভাৱিক যৌন সম্পৰ্ক)...

Read more

যুৱতীলৈ মেছেজ যুৱকৰ! উলংগ কৰি গাঁৱত ঘূৰাই ঘূৰাই দিয়া হ’ল যুৱকক শাস্তি

এগৰাকী যুৱতীলৈ মেচেজ প্ৰেৰণ কৰাৰ ‘অপৰাধ’ত এগৰাকী যুৱকক এখনত গাঁৱত দুদিন ধৰি মাৰপিট কৰাৰ লগতে উলংগ কৰি ঘূৰাই ফুৰাৰ দৰে...

Read more

জাৰ্মান পৰ্যটকসহ এগৰাকী ব্ৰিটিছ ভূতত্ত্ববিদক মৃত্যুদণ্ড ইৰাকত, কিন্তু কিয়?

এগৰাকী ব্ৰিটিছ ভুতত্ত্ববিদ আৰু এগৰাকী জাৰ্মান পৰ্যটকক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছে মধ্যপ্ৰাচ্য দেশ ইৰাকৰ এক আদালতে৷ দুয়ো গৰাকী লোকৰ বিৰুদ্ধে...

Read more
Page 52 of 137 1 51 52 53 137

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]