শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

মানৱ শৰীৰত ৭৮টা অংগ আছে, তথাপিও ইয়াৰে কিছুমান সম্পূৰ্ণ অসাৰ বুলি জানি আপুনি আচৰিত হ’ব। আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ...

Read more

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

বহু বছৰ ধৰি ধূমপান কৰি অহা লোকৰ মনত এটা প্ৰশ্ন প্ৰায়ে উদয় হয়—ধূমপান এৰি দিলে ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ হ’ব...

Read more

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণী প্ৰ'টিনৰ উৎস। যিসকলে ওজন কমাব বিচাৰে বা জিমলৈ গৈ পেশী গঠন কৰিব বিচাৰে তেওঁলোকৰ দৈনন্দিন খাদ্যত কণী নিশ্চয় থাকিব।...

Read more

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

অসমীয়াৰ এক অন্যতম খাদ্য হ’ল কল পচলাৰ ব্যঞ্জন। কল পচলা ঔষধী গুণেৰে ভৰপূৰ। আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেৱল গ্ৰাম্যাঞ্চলতে...

Read more

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

মুখৰ আলচাৰ এটা সাধাৰণ সমস্যা, কিন্তু দীৰ্ঘদিন ধৰি থাকিলে ইয়াক আওকাণ কৰা উচিত নহয়। বিশেষকৈ যিসকলে নিয়মিতভাৱে ধুম্ৰপান আৰু সুৰা...

Read more

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

কল স্বাস্থ্যৰ বাবে উপকাৰী ফল হিচাপে পৰিচিত। ইয়াত পটাছিয়াম, ভিটামিন B6, আঁহ আৰু কাৰ্বহাইড্ৰেট থাকে। নিয়মিত পৰিমাণত কল খালে শক্তি...

Read more

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

Male Birth Control Pills: দীৰ্ঘদিন ধৰি পৰিয়াল পৰিকল্পনা আৰু গৰ্ভনিৰোধৰ দায়িত্ব মূলতঃ মহিলাৰ ওপৰতেই পৰি আহিছে। জন্ম নিয়ন্ত্ৰণৰ বড়ি, কপাৰ-টি,...

Read more

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

কেন্দ্ৰীয় চৰকাৰৰ এনে এখন আঁচনি আছে, যাৰ জৰিয়তে অতি কম প্ৰিমিয়ামত পৰিয়াললৈ দুৰ্ঘটনাজনিত আৰ্থিক সুৰক্ষা লাভ কৰিব পাৰি। এই আঁচনিখনৰ...

Read more

শীঘ্ৰেই বজাৰলৈ আহিব প্ৰটিনযুক্ত বীয়েৰ!

স্বাস্থ্য উন্নত কৰা, শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱা বা ফিটনেছ বজাই ৰখাৰ ক্ষেত্ৰত প্ৰটিনৰ গুৰুত্ব যথেষ্ট। বিগত কেইবছৰমানত বজাৰত প্ৰটিনযুক্ত বিভিন্ন...

Read more

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

কঁঠাল খাই প্ৰায় সকলোৱে ভাল পায়, কিন্তু ফল খোৱাৰ পিছত গুটিবোৰ বহুতে ডাষ্টবিনত পেলাই দিয়ে। বহু ঘৰত এই গুটিবোৰেৰে সুস্বাদু...

Read more
Page 2 of 125 1 2 3 … 125

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]