লেখা

GI-টেগ পাইয়ো সংকটত গামোছা! মন্ত্ৰীৰ ডিঙিত উজ্বলিল আধা গামোছা, আধা…?

অসম লাইভ২৪ঃ ‘সমম্বয়ৰ বাবেই এই বস্ত্ৰ৷ আদৰি লওক গামোছাৰ নামেৰে এই নতুন বস্ত্ৰক৷’ দুই মন্ত্ৰীয়েই হাঁহি হাঁহি পিন্ধিছে এই বস্ত্ৰ৷...

Read more

ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…

অসম লাইভ২৪ঃ ৰাহুল পৰিপক্ক হৈছে। বিভিন্ন সময়ত এটাৰ পিছত এটা অভিযোগ ৰাহুলৰ বিৰুদ্ধে আহিছে যদিও ৰাহুল স্থিতঃপ্ৰজ্ঞ। পিছে এই পৰিপক্কতাৰ...

Read more

‘২০১৩ ত নিজকে মহান প্ৰতিষ্ঠা কৰিবলৈ যোৱাটোৱেই কাল হৈছে বাবা ৰাহুলৰ’, সাংসদ নহয়, ৰাহুল এতিয়া কেৱল এজন কংগ্ৰেছীহে…

অসম লাইভ২৪ঃ সেই বিশেষ অধ্যাদেশ, যি অধ্যাদেশে ৰাহুল গান্ধীৰ সদস্যপদ আজি ৰক্ষা কৰিব পাৰিলহেতেন৷ ছেপ্টেম্বৰ ২০১৩, সেই সময়তে ইউপিএ চৰকাৰে...

Read more

ভগৎ সিঙৰ জীৱনৰ শেষৰ ১২ ঘণ্টা, কাৰাগাৰত সেইদিনা ভগৎ সিঙৰ সৈতে কি কি ঘটিছিল?

অসম লাইভ২৪ঃ লাহোৰ চেন্ট্ৰেল কাৰাগাৰত ২৩ মাৰ্চ ১৯৩১ ৰ পুৱাটো অন্য দিনাৰ দৰেই আৰম্ভ হৈছিল৷ পাৰ্থক্য কেৱল এটাই আছিল, সেইদিনা...

Read more

কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে মুখে চলি অহা বাক, বিৰা, বুঢ়াডাঙৰীয়া কেনেকৈ আমাৰ সন্মুখত?

অসম লাইভ২৪ঃ কাহিনীবোৰ তেতিয়া আমি শুনিছিলো৷ সৰুতেই আমাক মা, আইতা, জেঠাইহঁতে কাহিনী কৈছিল৷ আমনি কৰিলেই কৈছিল যখিনী আহিব শুই থাক৷...

Read more

আদানীলৈ সহায়ৰ হাত! পৰিস্থিতি জানিও ১৫ হাজাৰ কোটিৰ বিনিয়োগ! আদানীৰ এই ৰক্ষাকৰ্তা কোন?

অসম লাইভ২৪: আদানী ডুবিছে। শ্বেয়াৰ মাৰ্কেটত আদানীৰ পতনে চুই গৈছে জঁকাইচুকৰ পৰিয়াল এটাকো। পূৰ্বে নাজানিলেও আদানীৰ সৈতে তেওঁলোকো সংপৃক্ত হৈ...

Read more

ভালপোৱাৰ সংজ্ঞা কি? পাৰ্বতীয়ে মহাদেৱক সোধা প্ৰশ্নৰ উত্তৰত শিৱই কি কৈছিল?

অসম লাইভ২৪ঃ ভালপোৱাৰ উৎসৱ হিচাপে ভেলেণ্টাইন ডে’ পালন কৰা হয় যদিও শিৱ পূজাৰ দিনটো দম্পতিসকলৰ বাবে এটা বিশেষ দিন। বহুতেই...

Read more

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ, জুই লাগিলে প্ৰাথমিক অৱস্থাত কি কৰিব লাগে?

অসম লাইভ২৪ঃ ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল যোৰহাটৰ চ’ক বজাৰ। বহু প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনীয়ে।...

Read more

ভগৱান শিৱক ক্ৰোধিত কৰে এই ৫ বিধ বস্তুৱে! মহাশিৱৰাত্ৰীত শিৱলিংগত এই ৫ বস্তু কাহানিও অৰ্পণ নকৰিব

অসম লাইভ২৪ঃ হিন্দু ধৰ্মত ভগৱান শিৱৰ পূজাৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় ভগৱান শিৱৰ আৰাধনা কৰিলে সমস্ত দুখ কষ্ট দূৰ...

Read more
Page 214 of 227 1 213 214 215 227

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]