Uncategorized

সৰ্প মাছাজঃ ৩০মিনিট ধৰি সাপে কৰিব আপোনাৰ মালিচ…

ডিজিটেল ডেস্কঃ কোনো এডাল মোটা, কোনো এডাল পাতল। কোনোডাল সমগ্ৰ শৰীৰত ঘূৰিছে। এইদৰে নানা আকৃতিৰ, নানা চেহেৰাৰ সাপ ঘূৰিছে খালী...

Read more

ন্যায় যাত্ৰা আধাতে পৰিব নেকি ইতিঃ গ্ৰেপ্তাৰ হ’ব ৰাহুল গান্ধী!

ডিজিটেল ডেস্কঃ ভাৰত জোডো় ন্যায় যাত্ৰা আধাতে সামৰি লকআপত সোমাব পাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী। অতি সোনকালে ৰাহুল গান্ধীৰ বিৰুদ্ধে...

Read more

ৰাতি প্ৰেমিকাই লগ কৰিবলৈ মাতিছিল! ঘৰৰ মানুহে গম পাই প্ৰেমিকক দিলে ৰামপিটন, তাৰপিছত…

ডিজিটেল ডেস্কঃ প্ৰেমিকলৈ হঠাতে এটা ফোন আহিল। বিপৰীতফালৰ পৰা ক'লে- ''আজি ৰাতি মোক লগ কৰিবলৈ আহিবা। ঘৰৰ কোনোৱে যাতে গম নাপায়...

Read more

ৰাম মন্দিৰলৈ সকলো আহিল! কিন্তু কিয় নাহিল কোহলী আৰু ধোনী…

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত দেশৰ প্ৰায়সংখ্যক গণ্যমাণ্য ব্যক্তিয়ে অংশ গ্ৰহণ কৰিলে। আম্বানীৰ পৰা আদি কৰি দক্ষিণৰ ছুপাৰষ্টাৰ...

Read more

গুৱাহাটীত অমিত শ্বাহৰ ডাঙৰ ঘোষণা…

ডিজিটেল ডেস্কঃ  সীমান্ত সুৰক্ষাক লৈ গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এক ডাঙৰ ঘোষণা। বাংলাদেশ সীমান্তৰ দৰেই এইবাৰ ম্যানমাৰ সীমান্তও...

Read more

নতুন ৫০০টকীয়া নোট সচাঁকৈ ওলাব নেকি?

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ এতিয়া ৰামময়। ২২জানুৱাৰীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহক লৈ এতিয়া দেশত উখল-মাখল পৰিৱেশ। ৰাম মন্দিৰক লৈ...

Read more

মুক্তহস্তে দানঃ ৰাম মন্দিৰৰ দানপাত্ৰত প্ৰতিদিনাই জমা হৈছে নগদ ৪লাখ টকা…

ডিজিটেল ডেস্কঃ  ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাথোঁ কেইটামান দিন। ইতিমধ্যে দেশ-বিদেশৰ অজস্ৰ ভক্তপ্ৰাণ ৰাইজ অযোধ্যাৰ ৰাম মন্দিৰ অভিমুখে ৰাওনা...

Read more

APSCৰ প্ৰথম স্থানত উজ্বলিল ৰাচিকা আৰু ৰোহিত…

ডিজিটেল ডেস্কঃ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ২০২২বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ৯১৩গৰাকী প্ৰাৰ্থী উৰ্ত্তীণ হৈছে।...

Read more

নিমন্ত্ৰণ নাপালেও ৰাম মন্দিৰৰ বাবে ১০কোটি টকা দান বাদশ্বাহ শ্বাহৰুখৰ…

ডিজিটেল ডেস্কঃ ৰাম মন্দিৰৰ বাবে বলিউদৰ তিনি খানক নিমন্ত্ৰণ নিদিলেও মন্দিৰ নিৰ্মাণৰ বাবে ট্ৰাষ্টৰ একাউন্টত শ্বাহৰুখ খানে দান দিছে প্ৰায়...

Read more

৪বছৰত অসমত ৪৭লাখ দুখীয়া নাইকিয়া হ’লঃ নীতি আয়োগৰ তথ্য…

ডিজিটেল ডেস্কঃ বিগত ৯বছৰত ভাৰতত প্ৰায় ২৪কোটি ৮২লাখ দৰিদ্ৰ লোক নোহোৱা হ'ল। এই তথ্য কোনো এলাপেচা এজেঞ্চীয়ে দিয়া নাই। শেহতীয়াকৈ...

Read more
Page 10 of 28 1 9 10 11 28

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]