• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত

6 months ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

45 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত

ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত

editor by editor
October 22, 2025
in জীৱনশৈলী
0
ছটপূজাৰ পৰা সলনি হৈ যাব জীৱন, প্ৰচুৰ লাভৰ যোগ ৫ ৰাশিৰ ভাগ্যত
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছটপূজাক সূৰ্য উপাসনাৰ সকলোতকৈ পবিত্ৰ উৎসৱ হিচাপে বিবেচনা কৰা হয়৷ কাতিৰ শুক্লা ষষ্ঠীত পালিত হয় ষট পূজা৷ এই সময় অত্যন্ত শুভ সময়৷ এই সময়ত সূৰ্য দেৱতা আৰু ছট দেৱীৰ পূজা কৰিলে জীৱনলৈ সমৃদ্ধি, স্বাস্থ্য আৰু সাফল্যৰ আশীৰ্বাদ আহে৷

জ্যোতিষীৰ মতে এই বছৰ সূৰ্যদেৱ আৰু ছট দেৱীয়ে নিৰ্দিষ্ট কিছু ৰাশিৰ ওপৰত বিশেষ আশীৰ্বাদ বৰ্ষণ কৰে৷ ছট উৎসৱৰ পাছত এই ৫ ৰাশিৰ জাতকৰ ভাগ্য উজ্জ্বল হ’ব পাৰে আৰু জীৱনত নতুন দিশা দেখা পাব পাৰে৷ জানি থওক এই ৰাশিসমূহ কি কি?

মেষ ৰাশি

ছট উৎসৱ মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ’ব৷ সূৰ্য দেৱতাৰ আশীৰ্বাদত কৰ্মজীৱন আৰু ব্যৱসায়ত অপ্ৰত্যাশিত লাভ পাব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হ’ব৷ তেওঁলোকৰ সন্মান আৰু মৰ্যদা বৃদ্ধি পাব৷ আত্মবিশ্বাস বৃদ্ধি পাব আৰু পৰিয়ালত আনন্দৰ পৰিবেশ থাকিব৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে ছট দেৱীৰ আশীৰ্বাদত তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ তৈয়াৰ হ’ব৷ চাকৰিয়ালৰ পদোন্নতি বা বোনাছ লাভৰো সম্ভাৱনা আছে৷ পাৰিবাৰিক জীৱনত সম্প্ৰীতি বিৰাজ কৰিব আৰু নতুন সম্পৰ্ক দৃঢ় হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰত সূৰ্যদেৱতাৰ কৃপা থাকিব৷ সেয়ে ছট উৎসৱ এই জাতকৰ বাবে অত্যন্ত শুভ হব৷ সন্মান, প্ৰতিপত্তি আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব৷ প্ৰশাসনিক বা চৰকাৰী ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ পদোন্নতিৰ সুযোগ থাকিব৷ এই সময়কালত স্বাস্থ্যও ভালে থাকিব৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ে তেওঁলোকৰ জীৱনলৈ স্থিতিশীলতা আনিব৷ ব্যৱসায় সম্প্ৰসাৰণ আৰু বিনিয়োগ লাভৱান হ’ব৷ নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ আগ্ৰহ কৰি থকাসকলৰ বাবে এই সময় অনুকূল হব৷ ছট দেৱীৰ আশীৰ্বাদত পাৰিবাৰিক দ্বন্দৰ অৱসান হ’ব আৰু মানসিক শান্তি বৃদ্ধি পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই ছট উৎসৱে জীৱনলৈ উল্লেখযোগ্য পৰিবৰ্তন আনিব৷ অমীমাংসিত কামসমূহ সম্পন্ন হব আৰু নতুন কামৰ সুযোগ তৈয়াৰ হব৷ যিসকলে প্ৰচেষ্টাত পূৰ্বে ব্যৰ্থ হৈছিল তেওঁলোকৰ সূৰ্য দেৱতাৰ আশীৰ্বাদত সাফল্য পাব৷ আৰ্থিক অৱস্থা শক্তিশালী হব আৰু ভাগ্য তেওঁলোকৰ অনুকূল থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
হাড়ৰ ৰোগ বাঢ়িছে ভাৰতীয়ৰ, আয়ডিন ভিটামিন ডিৰ অভাৱ প্ৰায়সকলৰেই সমস্যা হৈ উঠিছে, কিয় বাঢ়িছে এই সমস্যা?

১০০ বছৰৰ পাছত শনিৰ ওপৰত বৃহস্পতিৰ নজৰ, ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ, বাঢ়িব সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন