• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

4 years ago
ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

ফেটি লিভাৰে ক্ষতি কৰে শৰীৰৰ এই ৪ অংগৰ, কি ৭ বিধ খাদ্য এই ৰোগৰ ৰক্ষাকবচ?

14 minutes ago
কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

কি ভিটামিনৰ অভাৱত আঁঠুৰ বিষ হ’ব পাৰে? কম বয়সতে আঁঠু বিষৰ সমস্যা হ’লে খাদ্য তালিকাত কি কি অন্তৰ্ভুক্ত কৰাটো জৰুৰী?

28 minutes ago
২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

২ এপ্ৰিলৰ পৰা এই ৪ৰাশিলৈ আহি আছে গুজ নিউজ, বাঢ়িব ইনকাম, মঙ্গল-গুৰুৰ কেন্দ্ৰ যোগে আৰু কি কি লাভ দিব?

46 minutes ago
এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

এইকেইবিধ খাদ্য খালেই কমে পুৰুষৰ শুক্ৰাণুৰ ক্ষমতা, গৱেষণাত কি কি সতৰ্কবাৰ্তা?

2 hours ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 hours ago
ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

ব্ৰেইনৰ পৰা হাৰ্ট, স্বাস্থ্যৰক্ষাত সহায়ক চকলেট, নিয়মিতভাৱে খালে কি কি সুবিধা?

2 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

2 hours ago
১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

১ লিটাৰ পেট্ৰল বিক্ৰি কৰিলে চৰকাৰৰ ঘৰলৈ কিমান টকা আহে? টেক্স নাথাকিলে আপুনি কিমান টকাত পালেহেতেন পেট্ৰল?

3 hours ago
ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

ৰাজৰাজেশ্বৰ যোগৰ ৰাজভাগ্য লাভ ৫ৰাশিৰ, শনিবাৰে শনিৰ দৃষ্টিত ভাগ্য ঘূৰিব কাৰ কাৰ?

3 hours ago
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

3 hours ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

12 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

editor by editor
April 19, 2022
in ক্ৰীড়া, বিশ্ব
0
শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু
0
SHARES
919
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাম্প্ৰতিক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ এক পুত্ৰ সন্তানৰ মৃত্যু হৈছে৷ এই দুখজনক খবৰটো ক্ৰিষ্টিয়ানো ৰ’ণাল্ডো আৰু তেওঁৰ জীৱন সংগী জৰ্জিয়া ৰ’ড্ৰিগেজে সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে৷

সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ যোগেদি ৰ’ণাল্ডো আৰু জৰ্জিয়াই জনাইছে যে তেওঁলোকৰ পৰিয়ালে অতি কষ্টকৰ আৰু কঠিন সময় পাৰ কৰিছে৷

উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰ মাহত ৰ’ণাল্ডো আৰু তেওঁৰ জীৱন সংগী জৰ্জিয়াই পুনৰ এহাল যমজ সন্তানৰ পিতৃ-মাতৃ হৈছিল৷ এই খবৰো তেওঁলোকে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছিল৷

লগতে পঢ়ক ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই যমজ সন্তানদ্বয়ৰে পুত্ৰ সন্তানটিৰ মৃত্যু হৈছে৷ বৰ্তমান মনচেষ্টাৰ ইউনাইটেডৰ ফৰৱাৰ্ডগৰাকীয়ে সোমবাৰে সামাজিক মাধ্যমত কয় যে ‘‘অতি দুখেৰে জনাওঁ যে আমাৰ পুত্ৰ সন্তানটি আৰু নাই৷ এয়া আমাৰ বাবে অসহ্যকৰ যন্ত্ৰণা আৰু দুখ, যি কেৱল অভিভাৱকসকলেহে বুজিব পাৰে৷’’

pic.twitter.com/vRNVCoegOW

— Cristiano Ronaldo (@Cristiano) April 18, 2022

যমজ সন্তানদ্বয়ৰ জীৱিত কন্যা সন্তানটিয়ে এই মুহূৰ্তত তেওঁলোকক সাহস, শক্তি, সুখ প্ৰদান কৰাৰ লগতে অকণ আশা দিছে বুলিও তেওঁলোকে প্ৰকাশ কৰিছে৷

‘‘আমি সকলো চিকিৎসক আৰু নাৰ্ছক ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে যতন লোৱাৰ লগতে আমাক সমৰ্থন দিছিল৷ কণমানিটিক হেৰুওৱাই আমি এই সময়ত অতি কঠিন সময় পাৰ কৰিছো৷’’ তেওঁলোকৰ পুত্ৰ সন্তানটিক চিকিৎসা কৰা চিকিৎসক আৰু নাৰ্ছসকলক ধন্যবাদ জ্ঞাপন কৰি ৰ’ণাল্ডো আৰু জৰ্জিয়াই লগতে কয়৷

লগতে পঢ়ক আহিব নেকি তৃতীয়টো ঢৌ! একেদিনাই দেশত ৯০ শতাংশ কোভিড আক্ৰান্তৰ বৃদ্ধি

উল্লেখ্যে বৰ্তমান মনচেষ্টাৰ ইউনাটেডৰ সৈতে ইংলিছ প্ৰিমিয়াৰ লীগত ব্যস্ত থকা ক্ৰিষ্টিয়ানো ৰ’ণাল্ডোৰ পৰ্টুগালে কঠিন যুঁজৰ অন্তত আগন্তুক কাটাৰ ফিফা বিশ্বকাপ ২০২২ৰ মূল পৰ্বত প্ৰৱেশ কৰিছে৷ বৰ্তমান দুটা পুত্ৰ সন্তান ক্ৰমে ক্ৰিষ্টিয়ানো জুনিয়ৰ, মাটিও আৰু কন্যা ক্ৰেম ইভা আৰু এলেনাৰ নামৰ চাৰি সন্তানৰ পিতৃ ক্ৰিষ্টিয়ানো ৰণাল্ডো৷

ইফালে এই বাৰ্তা লাভ কৰিয়ে তেওঁৰ ক্লাৱ মনচেষ্টাৰ ইউনাইটেডেও শোক প্ৰকাশ কৰি ফুটবলাৰ গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

‘‘তোমাৰ শোক আমাৰো শোক, ক্ৰিষ্টিয়ানো, তোমাৰ লগতে তোমাৰ পৰিয়াললৈ আমি মৰম, শক্তি আৰু সাহস প্ৰেৰণ কৰিছো৷’’ ক্লাবটোৱে কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom love 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamcristiano ronaldoGeorgina Rodriguez
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
Next Post
ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

ডেভিদ বেকহামৰ ১৩.৭৪ কোটি মূল্যৰ যৌনাংগাকৃতিৰ পুতলা উপহাৰ পত্নী ভিক্টোৰিয়ালৈ!

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.