• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

4 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

27 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

5 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

6 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?

editor by editor
May 16, 2022
in জীৱনশৈলী, বিবিধ
0
উলংগ হৈ শুৱাৰ উপকাৰিতা: ৰাতি উলংগ হৈ শুলে স্বাস্থ্যৰ কি কি উপকাৰ হয়?
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সুস্বাস্থ্যৰ বাবে নিশা কমেও ছয়ৰ পৰা আঠ ঘণ্টা টোপনি যোৱাটো অতি প্ৰয়োজনীয়। কিন্তু কেৱল সুস্থ শিক্ষাই নহয় এই ক্ষেত্ৰত সজাগতা আৰু নিষ্ঠাও আটাইতকৈ প্ৰয়োজনীয়। বেছিভাগ মানুহে ৰাতি বেলেগ বেলেগ ধৰণৰ শোৱা কাপোৰ পিন্ধে।

আমাৰ ধাৰণা আছে পৰিষ্কাৰ আৰু আৰামদায়ক কাপোৰ পিন্ধাৰ পিছত সোনকালে টোপনি আহিব। কিন্তু ইয়াৰ পিছতো হাজাৰ হাজাৰ চেষ্টাৰ অন্তত বহু লোক অনিদ্ৰাত ভুগিবলগীয়া হয়।

বিশেষজ্ঞসকলে সোনকালে টোপনিৰ বাবে সাজ-পোছাক নিপিন্ধাকৈ অৰ্থাৎ উলংগ হৈ ৰাতি শোৱাৰ পৰামৰ্শ দিয়ে। কেৱল টোপনিৰ সমস্যাই নহয়, ৰাতি উলংগ হৈ শুই থকাটো সামগ্ৰিক স্বাস্থ্যৰ বাবে উপকাৰি হ’ব পাৰে।

লগতে পঢ়ক বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

১. ৰাতি উলংগ হৈ শুলে বয়সৰ চাপ কমোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। বিশেষজ্ঞসকলে কয় যে কাপোৰ নোলোৱাকৈ অৰ্থাৎ নগ্ন হৈ শুই থাকিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। এনেদৰে বয়সৰ চাপ ৰোধ কৰাটোও সম্ভৱ।

২. ই মানসিক চাপ কমোৱাতো সহায় কৰে। বিজ্ঞানীসকলৰ মতে, উলংগ হৈ শুই থাকিলে তেজত অক্সিট’চিনৰ মাত্ৰা বৃদ্ধি পায়। মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে। ৰক্তচাপও নিয়ন্ত্ৰণো কৰাতো সহায়ক হয়।

৩. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰ ওজনৰ ভাৰসাম্য ৰক্ষাতো ই ফলদায়ক হয়৷ উলংগ হৈ শুলে গভীৰ টোপনি হয়, যাৰ ফলত তেজত কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পায়। ইয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

লগতে পঢ়ক ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

৪.  ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়াৰ এটা গৱেষকৰ দলে দাবী কৰে যে যদি ছোৱালীয়ে উলংগ হৈ শুই থাকে তেন্তে তেওঁলোকৰ যৌনাংগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা কমি যায়। শুই থাকোঁতে আণ্ডাৰৱেৰ নিপিন্ধিলে ভাল।

৫. যৌন ক্ষমতা বৃদ্ধিৰ বাবে ল’ৰাবোৰে এই পদ্ধতি মানি চলিব পাৰে। অধ্যয়নত দেখা গৈছে যে টাইট আণ্ডাৰৱেৰ পিন্ধিলে যৌনাংগৰ চাৰিওফালে উষ্ণতা বৃদ্ধি পায়, যাৰ ফলত শুক্ৰাণুৰ সংখ্যা হ্ৰাস পায়। গতিকে উলংগ হৈ শুই থকাটোৱেই হ’ব পাৰে এটা ভাল যৌন জীৱনৰ চাবিকাঠি!

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBenefits of sleeping nakedbest news channel in assamBest news channel of assamBest News Portal in Assamhealth tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

বাওঁ আঁঠুত ভৰ দি প্ৰেমৰ প্ৰস্তাৱ কিয় আগবঢ়োৱা হয়? কি গোপন ৰহস্য আছে?

মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

মাত্ৰ এই নিয়ম মানি চলক, এতিয়াৰ পৰা গাড়ীত উঠিলেও বমি নহয় আৰু আপোনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.