• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

4 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

1 hour ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

4 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

6 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

6 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

8 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?

editor by editor
August 19, 2022
in অপৰাধ, ভাৰত
0
প্ৰাক্তন বিজেপি সাংসদলৈ আপত্তিজনক ভিডিঅ’ কলিং! কেনেকৈ ৰক্ষা পৰিল বিজেপি নেতাগৰাকী?
0
SHARES
788
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ প্ৰদেশৰ বিজনোৰৰ বিজেপিৰ প্ৰাক্তন সাংসদ কোঁৱৰ ভাৰততেন্দ্ৰ সিঙে আৰক্ষীৰ এজাহাৰ দাখিল কৰি অভিযোগ কৰিছে যে এগৰাকী ‘অচিনাকি মহিলা’ই তেওঁক হানিট্ৰেপিঙেৰে ‘ব্লেকমেইল’ কৰিবলৈ চেষ্টা কৰিছিল।

প্ৰাক্তন সাংসদগৰাকীয়ে দাবী কৰা মতে এগৰাকী মহিলাই তেওঁলৈ আপত্তিজনক অৱস্থাত ভিডিঅ’ কল কৰি যৌন সম্পৰ্ক স্থাপনৰ বাবে প্ৰলোভিত কৰিছিল৷

সংবাদ সংস্থা আইএএনএছৰ মতে, বিজেপিৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে তেওঁলৈ এটা অজ্ঞাত নম্বৰৰ পৰা কেইবাটাও ভিডিঅ’ কল আহে। বহুবাৰ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ পিছতো মহিলাগৰাকীয়ে বাৰে বাৰে ফোন কৰি থাকিল৷ পিছত হোৱাটছএপত এটা মেছেজ আহে৷ এগৰাকী মহিলাই মেচেজত নিজৰ এটা ভুৱা পৰিচয় দি কলটো ৰিভিচ কৰিবলৈ অনুৰোধ কৰে।

লগতে পঢ়ক কিশোৰী কন্যাক ধৰ্ষণৰ চেষ্টা প্ৰেমিকৰ, কন্যাক বচাবলৈ মাতৃয়ে কাটিলে প্ৰেমিকৰ যৌনাংগ

ইয়াৰ পিছতে প্ৰাক্তন সাংসদগৰাকীয়ে ভিডিঅ’ কলটো ৰিচিভ কৰে আৰু তেতিয়া মহিলাগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ আহ্বান জনায়। সাংসদগৰাকীয়ে কলটো বিচ্ছিন্ন কৰি দিয়ে যদিও মহিলাগৰাকীয়ে পুনৰ কে’বাবাৰো কল কৰে৷ প্ৰাক্তন সাংসদগৰাকীয়ে ফোনটো ৰিচিভ নকৰাত সাংসদগৰাকীৰ এডিট কৰা কিছুমান আপত্তিজনক ফ’টো প্ৰেৰণ কৰে৷

ইয়াৰ পিছতে মহিলাগৰাকীয়ে ফ’টোসমূহ ভাইৰেল কৰাৰ ভাবুকি দি প্ৰাক্তন সাংসদগৰাকীক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। বিজনোৰৰ আৰক্ষী অধীক্ষক দীনেশ সিঙে জনোৱা মতে, কোঁৱৰ ভাৰতেন্দ্ৰ সিঙৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আই টি আইনৰ ৬৭ (অশ্লীল সামগ্ৰী প্ৰেৰণ কৰা) আৰু আই পি চিৰ ৫০৬ (অপৰাধমূলক ভাবুকি) ধাৰাত গোচৰ ৰুজু কৰিছে।

‘‘তদন্ত চলি আছে আৰু আমি অভিযুক্ত মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰিছো। আমি ৰাইজলৈ আহ্বান জনাইছো যে তেওঁলোকে যাতে কোনো অজ্ঞাত ভিডিঅ’ কল ৰিচিভ নকৰে।’’ আৰক্ষী অধীক্ষক দীনেশ সিঙে সংবাদ মাধ্যমৰ আগত কয়৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhoneytraping
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?
জীৱনশৈলী

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

February 21, 2026
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে
জীৱনশৈলী

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

February 21, 2026
Next Post
দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

দলিত কিশোৰীক অপহৰণ মুছলমান যুৱকৰ, বন্দী কৰি কে’বাদিনো ধৰি উপৰ্যুপৰি ধৰ্ষণ! অভিযুক্তৰ সন্ধানত অভিযান

৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

৬ হাজাৰ টকাত নিজ নৱজাতক কন্যা বিক্ৰী পিতৃৰ, মৃত সন্তান জন্ম দিয়া বুলি জনালে পৰিয়ালক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.