• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১০ এপ্ৰিল দিনটো...

editor by editor
April 10, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
148
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— পৰিৱেশ অনুকূল থাকিব৷ ঘৰত প্ৰিয়জনৰ আগমন ঘটিব পাৰে৷ নতুন কোনো কামত সফল হ’ব পাৰিব৷ বিশেষ কোনো আশা নকৰাই ভাল৷ আৰ্থিক উন্নতি৷ ব্যৱসায়ত উন্নতি৷ প্ৰেমত অশুভ৷

বৃষ— সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ খং নিয়ন্ত্ৰণৰ ৰাখক৷ দুপৰীয়াৰ পাছত আৰ্থিক শুভ৷ বাধাৰ মাজেৰে কৰ্মৰ সাফল্যৰ যোগ৷ ব্যৱসায়-বাণিজ্যত শুভ৷ প্ৰেম-প্ৰীতিত অশুভ৷

মিথুন— শুভ বুধৰ প্ৰভাৱত আয়ৰ উন্নতি৷ কৰ্মক্ষেত্ৰত অশান্তি৷ বুধ শুভ হোৱা বাবে ব্যৱসায়-বাণিজ্যত উন্নতি হ’ব৷ নতুন কামত সাফল্য৷ দিনটোত নতুন কোনো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে৷ দাম্পত্য-প্ৰেমত শুভ৷

SEE MORE: হনিমুনত গৈ গম পালে স্বামী সমকামী! ইয়াৰ পিছত কি কৰিলে নৱবিবাহিতা পত্নীয়ে?

কৰ্কট— মনৰ অৱস্থা বিশেষ ভাল নাথাকিব৷ একাধিক সুযোগ-সুবিধা বেয়া হ’ব পাৰে৷ বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ বৃদ্ধি৷ পাৰিবাৰিক দিশত মত-বিৰোধ হ’ব পাৰে৷ ভ্ৰমণৰ যোগ৷ প্ৰেমত শুভ৷

সিংহ— পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ অশুভ ৰাহুৰ বাবে আয় উন্নতিত বাধা৷ ব্যৱসায়-বাণিজ্যত মধ্যম৷ প্ৰেম-দাম্পত্যত মত বিৰোধৰ সম্ভৱনা৷ বিদ্যাৰ্থীৰ মধ্যম৷ কন্যা— পৰিশ্ৰম অনুপাতে দিনটোত আয় কম৷ শত্ৰুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত শান্তি থাকিব৷ কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত দিনটো মধ্যম৷ প্ৰেম-দাম্পত্যত শুভ৷

SEE MORE: ইমৰাণ খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ! ভাৰতৰ প্ৰাঃ প্ৰধানমন্ত্ৰী বাজপেয়ীক কিয় স্মৰণ?

তুলা— বিশেষ কোনো গুণৰ বাবে সন্মানপ্ৰাপ্তিৰ যোগ৷ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ৷ আৰ্থিক ক্ষেত্ৰত দিনটো শুভ যদিও মানসিক অশান্তি থাকিব৷ কৰ্মক্ষেত্ৰত সৰু-সুৰা সমস্যাই দেখা দিব পাৰে যদিও সমাধান কৰিবলৈ সক্ষম হ’ব৷ বিদ্যাৰ্থীৰ শুভ৷

বৃশ্চিক— শনি অশুভ হোৱাৰ বাবে খং-ৰাগ বৃদ্ধি৷ ব্যয় বৃদ্ধি৷ কিবা কাৰণত ঋণ ল’ব লগা হ’ব পাৰে৷ দিনটোত মনৰ আশা পূৰণ হোৱাৰ যোগ৷ দুৰ্ঘটনা হ’ব পাৰে, গতিকে সাৱধানে থাকক৷

ধনু— শৰীৰত আঘাত পাব পাৰে৷ চলা-ফুৰাত সতৰ্ক থাকক৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি৷ আৰ্থিক উন্নতিত ব্যৰ্থ৷ কৰ্মৰ প্ৰতি উৎসাহ৷ প্ৰেম-দাম্পত্যত শান্তি৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাৰ্থীৰ মধ্যম৷

মকৰ— কৰ্মক্ষেত্ৰত সুনাম লাভ৷ ন্যায়প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে৷ পাৰিবাৰিক ক্ষেত্ৰত মধ্যম৷ আবেলিৰ ভাগত আৰ্থিক ক্ষেত্ৰ পৰিৱৰ্তন৷ আপোনাৰ বিশ্বাসীয়ে ক্ষতিসাধন কৰিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব৷ আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব৷ আৰ্থিক ক্ষেত্ৰত দিনটো শুভ৷ খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে৷ পিতৃ-মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব৷ শত্ৰুৰ তৎপৰতা বৃদ্ধি৷ শত্ৰুৰ পৰা সতৰ্ক থাকিব৷

মীন— মীন ৰাশিৰ বাবে দিনটো শুভ৷ আবেলি ভাগত কিছু সমস্যা আহিব পাৰে৷ বৃহস্পতিৰ শুভ প্ৰভাৱত নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ ব্যৱসায়-বাণিজ্যত শুভ৷ কিবা কাৰণত পাৰিবাৰিক শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা৷ বিদ্যাৰ্থীৰ শুভ৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা...পুষ্পাৰাজ...আপোন কভী লিখেগা নহী ছল্লা!

ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

ঠিকেই- "ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ"

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.