• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

9 minutes ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

20 minutes ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

48 minutes ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

1 hour ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

3 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

5 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

5 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

6 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

6 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

7 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ১১ এপ্ৰিল দিনটো...

editor by editor
April 11, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘ— মঙলৰ শুভ প্ৰভাৱত ধন আৰু ভূ-সম্পত্তি লাভৰ যোগ৷ দিনটোত কিবা কাৰণত মানসিক দুখ পাব৷ প্ৰেম-প্ৰণয়ত শুভ৷ শাৰীৰিক দুৰ্বলতা৷ আৰ্থিক ক্ষেত্ৰ মধ্যম৷

বৃষ— পাৰিবাৰিক সুখ-শান্তিত থাকিব৷ অৰ্থক্ষতিৰ সম্ভাৱনা৷ সম্পদপ্ৰাপ্তিৰ যোগ৷ পুত্ৰ-কন্যাৰ উন্নতিৰ যোগ৷ শাৰীৰিক কষ্ট ভোগ কৰিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷

মিথুন— বুধৰ শুভ প্ৰভাৱত কৰ্মত সুখ্যাতি লাভ৷ হিংস্ৰ জীৱ-জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব৷ সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধি৷ অৰ্থ ব্যয় হ’ব পাৰে৷ ব্যৱসায়ত মধ্যম ফল৷ বিদ্যাৰ্থীৰ শুভ৷

SEE MORE: ঠিকেই- “ৰজা ডাঙৰ, নে পায়খানা ডাঙৰ”

কৰ্কট— পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব৷ মিছা অপবাদ উঠাব পাৰে৷ যান-বাহন লাভৰ যোগ৷ হতাশাত ভুগিব পাৰে৷ শুভ সংবাদ প্ৰাপ্তিৰ ফলত মনত আনন্দ৷ পৰীক্ষাৰ্থীৰ শুভ ফল৷

সিংহ— অশুভ ৰাহুৰ কাৰণে ন্যায্য ধনপ্ৰাপ্তিত বাধা৷ চোৰৰ পৰা সতৰ্ক থাকক৷ ভাতৃৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ যদিও ৰাহুৰ বাধা থাকিব৷ বিদ্যাৰ্থীৰ মানসিক চঞ্চলতা বৃদ্ধি৷

কন্যা— বুধৰ প্ৰভাৱত ব্যৱসায়-বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত প্ৰভাৱ আহিব৷ ঘৰত প্ৰিয়জনৰ আগমন৷ মনত আনন্দ৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ৷ চাকৰিয়ালসকলে কৰ্তব্য পালনৰ ক্ষেত্ৰত সতৰ্ক থাকক৷

SEE MORE: কোনজন ছাত্ৰই পৰীক্ষাৰ উত্তৰ বহিত লিখিলে, পুষ্পা…পুষ্পাৰাজ…আপোন কভী লিখেগা নহী ছল্লা!

তুলা— সন্তানৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা৷ দিনটো মধ্যমেৰে পাৰ হ’ব৷ সাৱধানেৰে চলা-ফুৰা কৰিব৷ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল৷ উচ্চ বিদ্যাৰ বাবে বাহিৰলৈ যোৱাৰ যোগ৷ প্ৰেমত অশুভ৷

বৃশ্চিক— কাৰোবাৰ লগত বিবাদ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত পদপ্ৰাপ্তিৰ যোগ আছে যদিও বাধা আহিব পাৰে৷ আৰ্থিক মধ্যম৷

ধনু— কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্ৰত খেলিমেলি৷ মনৰ কোনো আশা পূৰণ হোৱাৰ যোগ৷ বন্ধুৰ লগত মত-বিৰোধ হ’ব পাৰে৷ শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব৷

মকৰ— শনিৰ প্ৰভাৱৰ ফলত আৰ্থিক সংকট হ’ব পাৰে৷ ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা৷ আত্মীয়-স্বজনৰ লগত বিবাদ হ’ব পাৰে৷ পেট সংক্ৰান্তত কিবা সমস্যাই দেখা দিব পাৰে৷ বিদ্যাৰ্থীৰ শুভ৷

কুম্ভ— পাৰিবাৰিক ক্ষেত্ৰত শুভ ফল৷ ভ্ৰমণত সমস্যাই দেখা দিব পাৰে৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে৷ আৰ্থিক সংকটত ভুগিব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভবামতে ফল নাপাব৷ বিদ্যাৰ্থীৰ মধ্যম৷

মীন— কৰ্মক্ষেত্ৰত সন্মানবৃদ্ধিৰ যোগ৷ পাৰিবাৰিক বিবাদ৷ ভ্ৰমণত শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ আয় উন্নতিৰ বাবে দিনটো মধ্যম৷ প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে৷

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?
জীৱনশৈলী

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

March 19, 2026
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

March 19, 2026
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?
জীৱনশৈলী

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

March 19, 2026
Next Post
জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জেএনইউৰ হোষ্টেলত আক্ৰমণ : এবিভিপি সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

ৰ’পৱেত উঠাৰ পূৰ্বে সাৱধান! ৰ’পৱেত ভয়ংকৰ দুৰ্ঘটনা, ২ জনৰ মৃত্যু, অৰ্ধশতাধিক আৱদ্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.