• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শুই-বহি কেনেকৈ কটাব বিন্দাছ লাইফ?

শুই-বহি কেনেকৈ কটাব বিন্দাছ লাইফ?

5 years ago
পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

পুনৰ বাঢ়িব নেকি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম?

9 minutes ago
সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

সুখবৰ! ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ সন্তানৰ লালন-পালনৰ খৰচো বহন কৰিব লাগিব প্ৰতিষ্ঠানে

42 minutes ago
ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ আগতে সাৱধান!

2 hours ago
শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

শুভেন্দু অধিকাৰীৰ PA চন্দ্ৰনাথ ৰাথৰ হত্যাত জড়িত আছিল ২ বিজেপি কৰ্মীও!

2 hours ago
বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

বিৱাহিত নোহোৱাকৈয়ে মাতৃ হ’ব খোজে এইগৰাকী অভিনেত্ৰীয়ে

3 hours ago
অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

অসমৰ বানপীড়িতসকলৰ বাবে ছালমান খানৰ বৃহৎ পদক্ষেপ

4 hours ago
নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

নামী-দামী ব্ৰেণ্ডৰ কাপোৰ-জোতা কিনোতে সাৱধান!

4 hours ago
মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

মেচ চলি থকাৰ সময়ত খেলপথাৰতেই মৃ*ত্যুক সাবটিলে খেলুৱৈয়ে

5 hours ago
আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

আজি এই ৫ ৰাশিৰ লোকৰ বাবে অতি শুভ দিন

6 hours ago
ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

ভাৰতৰ AGNI-4ৰ সফল পৰীক্ষামূলক উৎক্ষেপণ

14 hours ago
এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

এক বিৰল সংযোগ! এই ৫ ৰাশিৰ লোকৰ বাবে আহি আছে মালব্য ৰাজযোগ

15 hours ago
ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

শুই-বহি কেনেকৈ কটাব বিন্দাছ লাইফ?

editor by editor
July 5, 2021
in বিশ্ব
0
শুই-বহি কেনেকৈ কটাব বিন্দাছ লাইফ?
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আপুনি একো কাম নকৰাকৈ এটা আৰামৰ জীৱন পাৰ কৰিব বিচাৰে নেকি? শুই-বহিয়েই কটাব বিচাৰে নেকি ওৰেটো জীৱন? তেন্তে আপোনাৰ বাবে এটা সুখবৰ। ইতিমধ্যে চুবুৰীয়া দেশ চীনত উদ্ভাৱন হৈছে শুই-বহিয়েই বিন্দাছ লাইফ কটাব পৰা কৌশল। আজিৰ পৰা ৫ বছৰ পূৰ্বে এই সূত্ৰৰ উদ্ভাৱন কৰিছিল চীনৰ এজন যুৱক লো হোৱাজঙে। ইয়াৰ পূৰ্বে এটা ফেক্টৰীত কৰ্মৰত আছিল যুৱকজন। ফেক্টৰীটোত কৰ্মৰত অৱস্থাতেই হোৱাজঙে এদিন ভাবিলে একো নকৰাকৈ কেনেকৈ জীৱন কটাব পাৰি? অৱশেষত উদ্ভাৱন কৰিলে সূত্ৰটো। যাৰ নাম দিলে lying flat। এই সূত্ৰ অনুসৰি বিয়া নপতাকৈ, সন্তান জন্ম নিদিয়াকৈ, কোনো চাকৰি নকৰাকৈ অত তত পৰি পাৰ কৰিব পাৰি এটা সাধাৰণ জীৱন। যি সময়ত চীনত সপ্তাহৰ ৬ দিনত ১২ ঘণ্টাকৈ কাম কৰাৰ সংস্কৃতি গঢ় লৈ উঠিছে, তেনে সময়তে যুৱকজনে উদ্ভাৱন কৰা এই সূত্ৰৰ প্ৰতি আকৃষ্ট হৈছে দেশখনৰ অধিকাংশ যুৱ সমাজ। যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা এই প্ৰৱণতা দেখি উদ্বিগ্ন হৈ পৰিছে চীন চৰকাৰ। ইতিমধ্যে চীন চৰকাৰে প্ৰায় ৯ হাজাৰ যুৱকৰ ছ’চিয়েল মিডিয়া পোষ্ট ডিলিট কৰাইছে। এনে হৈ থাকিলে অতিশীঘ্ৰেই চীনত নিষিদ্ধ হ’ব lying flat।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24chinalying flat
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ
বিনোদন

ক্ৰিকেটাৰৰ বাসগৃহত পেট্ৰ’ল বো*মাৰে আক্ৰমণ দুৰ্বৃত্তৰ

August 6, 2026
৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ
জীৱনশৈলী

৫৫৭ কোটি টকা খৰচ কৰি ৩.৬৩ লাখ কোটি টকাৰ বিনিয়োগ

August 6, 2026
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা
নিয়োগ

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

August 5, 2026
Next Post
সন্তান উৎপাদনৰ কাৰখানা

সন্তান উৎপাদনৰ কাৰখানা

৫৯ হাজাৰ কোটি টকাৰ আছিল ৰাফেল চুক্তি

৫৯ হাজাৰ কোটি টকাৰ আছিল ৰাফেল চুক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.