• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি পদেকেৰে আৰম্ভ হ’ব ভাৰতৰ অলিম্পিক অভিযান, ফাইনেলত মনু ভাকেৰ

আজি পদেকেৰে আৰম্ভ হ’ব ভাৰতৰ অলিম্পিক অভিযান, ফাইনেলত মনু ভাকেৰ

2 years ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

13 minutes ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

3 hours ago
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

4 hours ago
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

5 hours ago
আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

আজি ৩ ৰাশিৰ হাতলৈ আহিব ধন, কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনতো পাব নতুন সুযোগ!

6 hours ago
আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

আজি কপাল ফুলিব ৪ ৰাশিৰ, হাতলৈ আহিব সুযোগ, পঢ়ক দৈনিক ৰাশিফল

6 hours ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

15 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

16 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

16 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

17 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

17 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আজি পদেকেৰে আৰম্ভ হ’ব ভাৰতৰ অলিম্পিক অভিযান, ফাইনেলত মনু ভাকেৰ

editor by editor
July 28, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
আজি পদেকেৰে আৰম্ভ হ’ব ভাৰতৰ অলিম্পিক অভিযান, ফাইনেলত মনু ভাকেৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি পদেকেৰে আৰম্ভ হ’ব ভাৰতৰ অলিম্পিক অভিযান, ফাইনেলত মনু ভাকেৰ

২০২৪ চনৰ পেৰিছ অলিম্পিকৰ প্ৰথম দিনটোতে ভাৰতৰ পদকৰ জোলোঙা খালী হৈ থাকিল। মিক্সড শ্বুটিং ইভেণ্টত পদক লাভৰ বাবে ভাৰতে আশাবাদী আছিল যদিও ভাৰতীয় পুৰুষৰ শ্বুটাৰসকলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। পাছে সন্ধিয়ালৈ মহিলা শ্বুটাৰ মনু ভাকৰে ভাৰতক ভাল খবৰ দিয়ে।

১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি মনুই ইতিহাসৰ সৃষ্টি কৰে। এই অলিম্পিক ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে হাৰিয়ানাৰ মনু। আজি মনুৰ পৰা সোণ আশা কৰিছে দেশবাসীয়ে।

পেৰিছ অলিম্পিকৰ দ্বিতীয় দিনা মনু ভাকেৰৰ লগতে পিভি সিন্ধু, মণিকা বাট্ৰা আৰু নিখাত জৰীণকো একচনত দেখা যাব। আজি দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ অৰ্হতা প্ৰতিযোগিতাত শ্বুটাৰ ইলাভেনিল ভেলাৰিভানে শ্বুটিং ৰেঞ্জত প্ৰৱেশ কৰিব। এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ১২.৪৫ বজাৰ পৰা অনুষ্ঠিত হ’ব।

আনহাতে বেডমিণ্টনত মহিলা শ্বাটলাৰ পিভি সিন্ধুৱে মালদ্বীপৰ আব্দুল ৰজাকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। এই খেলখন নিশা ১২:৫০ বজাৰ পৰা অনুষ্ঠিত হ’ব। পুৰুষৰ একক শাখাত নিশা ৮ বজাৰ পৰা এইচ এছ প্ৰানয় আৰু জাৰ্মানীৰ ফেবিয়ান ৰথৰ বিৰুদ্ধে খেলিব।

দিনৰ ২.৪৫ বজাৰ পৰা পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফলৰ অৰ্হতাত সন্দীপ সিং আৰু অৰ্জুন বাবুতাক একচনত দেখা যাব। আনহাতে মনু ভাকাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেলত প্ৰৱেশ কৰিব। এই খেলখন বিয়লি ৩.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব। পালতোলাত বলৰাজ পানৱাৰে দিনৰ ১.১৮ বজাৰ পৰা পুৰুষৰ একক স্কাল (ৰেপেচ টু)ত একচনত অংশগ্ৰহণ কৰিব।

মহিলা একক (দ্বিতীয় ৰাউণ্ড) টেবুল টেনিছত নিশা ১২.১৫ বজাত ছুইডেনৰ ক্ৰীষ্টিনা কালবাৰ্গৰ বিৰুদ্ধে খেলিব শ্ৰীজা আকুলা। মহিলা একক (দ্বিতীয় ৰাউণ্ড)ত নিশা ১২.১৫ বজাৰ পৰা মণিকা বাট্ৰা বনাম আন্না হাৰ্চি (গ্ৰেট ব্ৰিটেইন)ৰ খেল অনুষ্ঠিত হ’ব। পুৰুষৰ একক (দ্বিতীয় ৰাউণ্ড): শৰথ কমল বনাম ডেনি কোজুল (স্লোভেনিয়া) খেলখন বিয়লি ৩.০০ বজাৰ পৰা আৰম্ভ হ’ব।

পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰ’ক (হিট ২)ত বিয়লি ৩.১৬ বজাৰ পৰা সাঁতোৰত শ্ৰীহৰি নটৰাজ দেখা পোৱাৰ বিপৰীতে মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল (হিট ১)ত ৩.৩০ বজাত পুলত প্ৰৱেশ কৰিব ধীনিধি দেশিংগুৱে।

আৰ্চাৰীত মহিলা দল (কোৱাৰ্টাৰ ফাইনেল) ভাৰত (অংকিতা ভক্ত, ভজন কৌৰ আৰু দীপিকা কুমাৰী) বনাম ফ্ৰান্স/নেদাৰলেণ্ডৰ খেলখন সন্ধিয়া ৫.৪৫ বজাৰ পৰা অনুষ্ঠিত হ’ব, আনহাতে মহিলা দল (ছেমি ফাইনেল) সন্ধিয়া ৭.১৭ বজাৰ পৰা আৰম্ভ হ’ব। নিশা ৮.১৮ বজাৰ পৰা মহিলা দল (পদক ৰাউণ্ডৰ খেল) অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Gold Medalindian playersindian teamMedalolympicOlympic Indian Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ
জীৱনশৈলী

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

September 22, 2026
প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!
অসম

প্ৰেমৰ বতাহত মাতাল হৈ হালিছে কঁহুৱা, কবিৰ হৃদয়ত বাজিছে বীণা!

September 22, 2026
Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?
বাণিজ্য

Bank Strike: দেশজুৰি ব্যাহত হ’ব বেংকিং সেৱা! কি ভাবিছে চৰকাৰে?

September 22, 2026
Next Post
এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

আজি এবাৰ নহয় দুবাৰকৈ মুখামুখি হ’ব ভাৰত-শ্ৰীলংকা, এখন ফাইনেল আনখন টি২০

আজি এবাৰ নহয় দুবাৰকৈ মুখামুখি হ'ব ভাৰত-শ্ৰীলংকা, এখন ফাইনেল আনখন টি২০

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.