• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

4 years ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

5 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

6 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

8 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

8 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

9 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

10 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

10 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

11 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

12 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

1 day ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়

editor by editor
March 24, 2022
in অপৰাধ, ভাৰত
0
‘স্বামীৰ দ্বাৰাই হওক বা আনৰ দ্বাৰাই হওক, ধৰ্ষণ ধৰ্ষণেই’ উচ্চ ন্যায়ালয়ৰ যুগান্তকাৰী ৰায়
0
SHARES
159
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈবাহিক জীৱনৰ বলপূৰ্বক যৌন সম্পৰ্কৰ বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ত মীমাংসা নৌহওতেই কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে৷

বুধবাৰে এই যুগান্তকাৰী ৰায় প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে ‘ধৰ্ষণ ধৰ্ষণেই, ই স্বামীৰ দ্বাৰাই হওক বা অন্যৰ দ্বাৰাই হওক’৷

উল্লেখ্য যে এগৰাকী মহিলাই স্বামীৰ বিৰুদ্ধে ধৰ্ষণ আৰু বলপূৰ্বক অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰাৰ অভিযোগ তুলি কৰ্ণাটকৰ বিশেষ আদালতৰ দ্বাৰস্থ হৈছিল৷

লগতে পঢ়ক ‘দ্য কাশ্মীৰ ফাইলছ’ৰ বিপক্ষে মন্তব্য কৰা দলিত যুৱকক মন্দিৰত অত্যাচাৰ, ৭ যুৱকক গ্ৰেপ্তাৰ

বিশেষ আদালতত গোচৰটো বিচাৰাধীন হৈ থকা সময়তে স্বামীগৰাকীয়ে স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ কৰিব নোৱাৰি বুলি দাবী কৰি কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ কিন্তু স্বামীগৰাকীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত চৰমভাৱে মুখ থেকেচা খালে৷

কৰ্ণাটক উচ্চ ন্যায়ালয়ে স্বামীগৰাকীৰ আবেদন খাৰিজ কৰি কয় যে বিবাহ অনুষ্ঠানৰ যোগেদি স্বামীক জন্তুৰ দৰে আচৰণ কৰাৰ অনুমতি দিয়া হোৱা নাই৷

ন্যায়াধীশ এম নাগপ্ৰসন্নে নিৰ্দেশটোত লগতে আৰু কয় যে ‘‘বিবাহ নামৰ অনুষ্ঠানৰ জৰিয়তে পুৰুষক জন্তুৰ দৰে আচৰণ কৰিবলৈ অনুমতি দিব নোৱাৰি, আমাৰ মতে দিয়া উচিত নহয়৷ পুৰুষৰ ক্ষেত্ৰত কোনো আচৰণ যদি শাস্তিযোগ্য অপৰাধ হয়, তেনে সেই শাস্তি স্বামী হ’লেও প্ৰদান কৰা উচিত৷’’

লগতে পঢ়ক মাখনতো বৰবিহ! বিষাক্ত মাখন খাই চাৰি শিশুৰ কৰুণ মৃত্যু, তিনিজনক গ্ৰেপ্তাৰ

দ্যৰ্থহীন ভাষাৰে ন্যায়ালয়ে লগতে কয় যে ‘‘পুৰুষ পুৰুষেই৷ ক্ৰিয়া ক্ৰিয়াই৷ ধৰ্ষণ ধৰ্ষণেই৷ পুৰুষ ‘স্বামী’ আৰু নাৰী ‘স্ত্ৰী’ হ’লেও৷’’

বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয় সেয়া এতিয়াই কোৱা উচিত নহয়, সেইটো নিৰ্ধাৰণ কৰাৰ দায়িত্ব আইন সভাৰ৷ এগৰাকী পত্নীয়ে পতীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে আৰু আদালতে সেই গোচৰৰ বিচাৰহে কৰিছে বুলিও ন্যায়ালয়ে মন্তব্য কৰে৷

ন্যায়াধীশ নাগপ্ৰসন্নই লগতে কয়, ‘‘স্বামীৰ দ্বাৰা সংঘটিত যৌন নিগ্ৰহে পত্নীৰ মনত গভীৰ চাপ পেলায়৷ শৰীৰ আৰু মনকো প্ৰভাৱিত কৰে৷ তাৰ ফলত পত্নীগৰাকীৰ হৃদয় ক্ষতবিক্ষত হয়৷’’

লগতে পঢ়ক দিল্লীৰ হিংসাত্মক ঘটনা : JNUৰ প্ৰাক্তন ছাত্ৰ নেতা ওমৰ খালিদৰ জামিন খাৰিজ আদালতৰ

সংবিধানৰ ১৪ নং অনুচ্ছেদে নাৰী পুৰুষ উভয়কে সমধিকাৰ দিছে৷ স্ত্ৰীৰ শৰীৰ আৰু মনৰ গৰাকী অৰ্থাৎ মালিক স্বামী নহয়৷ অন্যৰ লগত স্বামীয়ে যিটো কাম কৰিলে অপৰাধ বুলি গণ্য কৰা হয় সেইটো পত্নীৰ ক্ষেত্ৰত স্বামীয়ে কৰিলেও তাক অপৰাধ বুলিয়ে মান্যতা দিয়া উচিত৷

ইফালে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৫ ধাৰাত স্বামীক মুক্ত কৰি দিয়া বিষয়টো ‘পশ্চাদমুখী’ বুলিও অভিহিত কৰিছে ন্যায়াধীশগৰাকীয়ে৷ স্বামীগৰাকীয়ে এই ধাৰাতে স্বামীয়ে কৰা বলপূৰ্বক যৌন সম্পৰ্কক ধৰ্ষণ বুলি মানি ল’ব নোৱাৰি বুলি দাবী কৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

ইফালে পত্নীগৰাকীয়ে অভিযোগ কৰিছিল যে স্বামীয়ে তেওঁক যৌনদাসী হিচাপে ব্যৱহাৰ কৰি আহিছে৷ অভিযোগ মতে স্বামীয়ে কন্যাৰ চকুৰ আগতেও পত্নীক অপ্ৰাকৃতিক যৌন সম্পৰ্ক কৰিবলৈ বাধ্য কৰাই আহিছে৷ এই অভিযোগ তুলিয়ে পত্নীয়ে স্বামীৰ বিৰুদ্ধে ৩৭৫, ৪৯৮ক, ৫০৬সহ একাধিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamKarnataka High Coirtrape
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

March 13, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
Next Post
‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

‘কৰমুক্ত কৰাৰ কি দৰকাৰ?  ইউটিউবত আপলোড কৰক সকলোৱে চাব পাৰিব’

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.