• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

4 years ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

1 hour ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

2 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

3 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

3 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

4 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

4 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

5 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

6 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

6 hours ago
ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

ৰাজনীতি আৰু মৰমৰ যুগলবন্দী, স্বামীৰ সৈতে অনুৰাগীক অভিবাদন জনাই চৰ্চাত আইমী

7 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ এইদৰে কৰক ধন জমা

8 hours ago
পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

পত্নী বেমাৰী কিন্তু সহ অভিনেত্ৰীৰ সৈতে প্ৰেমত মচগুল নায়ক, তাৰ পিছত…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!

editor by editor
May 10, 2022
in বিশ্ব, স্বাস্থ্য
0
কোভিড সংহাৰৰ নৌযাওঁতেই আকৌ নতুন ভাইৰাছৰ আতংক!
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কোভিড মহামাৰীৰ উদ্বিগ্নতা মাৰ নৌযাওঁতেই এইবাৰ আকৌ আবিৰ্ভাৱ ঘটিছে এক বিৰল প্ৰজাতিৰ ভাইৰাছৰ৷

ইতিমধ্যে ইংলেণ্ডত মানৱ শৰীৰত ধৰা পৰিছে এই বিৰল প্ৰজাতিৰ ভাইৰাছৰ উপস্থিতি৷ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি মংকী প’ক্স নামৰ এক বিৰল প্ৰজাতিৰ ভাইৰাছত সংক্ৰমিত হৈছে এগৰাকী ব্ৰিটিছ নাগৰিক৷

ব্ৰিটেইনৰ চৰকাৰী স্বাস্থ্য বিভাগে এই কথা নিশ্চিত কৰি কয় যে নাইজেৰিয়া ভ্ৰমণ কৰি অহা এগৰাকী লোকৰ শৰীৰত মাংকী প’ক্স প্ৰজাতি ভাইৰাছ ধৰা পৰিছে৷ দেশখনৰ বিশেষজ্ঞসকলে আশংকা কৰা মতে নাইজেৰিয়াতে লোকজনে উক্ত ভাইৰাছত আক্ৰান্ত হৈ আহিছে৷

লগতে পঢ়কমোগল সাম্ৰাজ্যৰ ধ্বজাবাহক কুটুব মিনাৰ; নাম সলনিৰ দাবী হিন্দুত্ববাদীৰ

কি এই মাংকী প’ক্স?

বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে মাংকী প’ক্স বসন্তৰ দৰে এবিধ ৰোগ৷ জল বসন্ত বা গুটি বসন্ত সদৃশ হ’লেও এই ভাইৰাছৰ এতিয়াও চিকিৎসা পদ্ধতি নাই৷ নাক-মুখ, চকুৰ লগতে কাপোৰৰ পৰাও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে৷

মূলতঃ পশ্চিম আৰু মধ্য আফ্ৰিকাৰ কিছু দেশত এই ভাইৰাছ একাধিক বন্যপ্ৰাণী বিশেষভাৱে এন্দুৰৰ পৰা বিয়পে বুলি জনা যায়৷

বিশেষজ্ঞসকলৰ মতে যে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকসকলৰ শৰীৰৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ হৈছে জ্বৰ, মূৰৰ বিষ, পিঠি আৰু ডিঙিৰ বিষৰ দৰে লক্ষণ। ভাইৰাছত আক্ৰান্ত লোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। ইফালে শৰীৰৰ বিভিন্ন গ্ৰন্থি ফুলি যায় আৰু মুখত সৰু সৰু দাগ দেখা যায়। ই ক্ৰমান্বয়ে গোটেই শৰীৰত বিয়পি পৰে৷

লগতে পঢ়কবিদ্যুতৰ মহিমা! বিয়া মণ্ডপত লাগিল অথন্তৰ; আন্ধাৰতে চাৰি কইনা-দৰাৰ সাল সলনি

বিশেষজ্ঞসকলে দাবী কৰা মতে সংক্ৰমিত ব্যক্তিৰ ওচৰত থাকিলে ইয়াৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হ’ব পাৰে। ভাইৰাছটো শ্বাসনলী, ঘা, নাক, মুখ বা চকুৰ জৰিয়তে স্বাস্থ্যৱান ব্যক্তি এজনৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। আক্ৰান্ত লোকে ব্যৱহাৰ কৰা কাপোৰৰ পৰাও বিয়পিব পাৰে।

ইংলেণ্ডৰ স্বাস্থ্য বিভাগৰ মতে চিকিৎসালয়ত ভৰ্তি হোৱাৰ আগতে মানুহজন কাৰ সংস্পৰ্শলৈ আহিছিল তাক বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। ৰোগীজন বৰ্তমান সংক্ৰামক ৰোগৰ বাবে বিশেষভাৱে নিৰ্মিত এটা বিভাগত চিকিৎসাধীন হৈ আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMonkey Pox
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা
জীৱনশৈলী

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

March 20, 2026
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল
জীৱনশৈলী

৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

March 20, 2026
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
Next Post
দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

দেশৰ কিমান পুৰুষ-মহিলাই ‘পত্নী’ৰ অসন্মতিসূচক যৌন সম্পৰ্কক স্বীকাৰ কৰে? 

তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

তাজমহলৰ বিষয়ে কি ক’লে এলন মাস্ক আৰু তেওঁৰ মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.