Tag: assam ka tazza khabar

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

কেন্দ্ৰীয় চৰকাৰে একেলেথাৰিয়ে জনতাৰ মূৰ ৰামটাঙোন মাৰিয়ে আছে৷ প্ৰতিদিনে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাই থকাৰ মাজতে শুকুৰবাৰে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি ...

মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

কিছু বছৰ পূৰ্বে এহাল দম্পতীয়ে মহাকাশত হনিমুন কৰিবলৈ যোৱাৰ বাতৰি বিশ্বৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ এইবাৰ মহাকাশত বিশ্বৰ প্ৰথমখন বিলাসী ...

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

৯৪ সংখ্যক অকাডেমি বঁটা প্ৰদান অনুষ্ঠানত হ’ষ্ট তথা ষ্টেণ্ড আপ কমেডিয়ান ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধাই বিশ্বজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল ...

গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ গাদী বচাবলৈ এক নতুন পদক্ষেপ লৈছে। ইমৰান খানে বিৰোধী দলৰ নেতালৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে ...

অসমসহ নাগালেণ্ড, মণিপুৰৰ পৰা AFPSA প্ৰত্যাহাৰ আৰম্ভ কেন্দ্ৰৰ

অসমসহ নাগালেণ্ড, মণিপুৰৰ পৰা AFPSA প্ৰত্যাহাৰ আৰম্ভ কেন্দ্ৰৰ

কেন্দ্ৰই ১৯৫৮ চনত উত্তৰ-পূবৰ ৰাজ্যসমূহত উগ্ৰপন্থী কাৰ্যকলাপ মোকাবিলা কৰিবলৈ সেনাক অতিৰিক্ত ক্ষমতা প্ৰদান কৰিবলৈ সেনা বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) প্ৰণয়ন ...

জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ তিনিজন লোকে এজনী গৰ্ভৱতী ছাগলীক ধৰ্ষণ কৰি হত্যা কৰিছে৷ কেৰেলাৰ কানহাংগড় চহৰত এই জঘন্য কাণ্ডটো ...

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

পাকিস্তানত ৰাজনৈতিক অস্থিৰতাই শীৰ্ষত আৰোহণ কৰিছে৷ ইমৰাণ খানৰ গাদী ৰক্ষা হ’ব নে নহয় সেই লৈ ভাৰতীয় চুবুৰীয়া তথা চিৰ বৈৰী ...

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক এই মহঙা দিনত এক বৃহৎ সকাহ দিছে৷ সপ্তম দৰমহা আয়োগে কেন্দ্ৰীয় চৰকাৰৰ ...

Page 187 of 224 1 186 187 188 224

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]