Tag: axom live 24 digital

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

পিতৃও সেই সমষ্টিৰ সাংসদ আছিল, গৌৰৱেই যোগ্য উত্তৰসূয়ী

অসম লাইভ২৪ঃ পিতৃও সেই সমষ্টিৰেই সাংসদ আছিল। পুত্ৰইয়ো সেই সমষ্টিৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই জয়ী হোৱাটো নিশ্চিত। জনতা জনাৰ্দনেই সিদ্ধান্ত ...

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

কংগ্ৰেছত থাকোতে কিয় ৰাহুলে ভালপোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাক? পুৰণি কাহিনীৰ ন-চৰ্চা

অসম লাইভ২৪ঃ হিমন্ত বিশ্ব শৰ্মাই কিয় ত্যাগ কৰিছিল কংগ্ৰেছ দল? সকলোবোৰ কথা মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ নকৰিলেও প্ৰাক্তন কংগ্ৰেছ ...

এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

এহাতত শ্বাহৰুখে তুলি দিছে ব্লেঙ্ক চেক, আনখন হাতত ধৰি টানিছে জয় শ্বাহে! ধৰ্মসংকটত এতিয়া গৌতম গম্ভীৰ, টীম ইণ্ডিয়াৰ পৰবৰ্তী কোচৰ দায়িত্ব ল’বনে গম্ভীৰে?

‘তুমি নহ’লে মই শূন্য৷’ গৌতম গম্ভীৰক মাত্ৰ এটা কথাই বিপদত পেলাইছে৷ আশাকৰামতেই গৌতমৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত আইপিএলৰ ট্ৰফী তুলি ল’লে কেকেআৰে৷ ...

কাব্যাৰ চকুপানীৰ বাবেই KKRক ক্ষমা কৰিব নোৱাৰিম! কান্দোনত ভাঙি পৰিছে SRHৰ মালিক কাব্যা… জয়ী টীমতকৈ কাব্যাক লৈ ব্যস্ত কিয় নেটিজেন?

কাব্যাৰ চকুপানীৰ বাবেই KKRক ক্ষমা কৰিব নোৱাৰিম! কান্দোনত ভাঙি পৰিছে SRHৰ মালিক কাব্যা… জয়ী টীমতকৈ কাব্যাক লৈ ব্যস্ত কিয় নেটিজেন?

অসম লাইভ২৪ঃ ৪৮ ঘণ্টাৰ মাজত সকলোবোৰ সলনি৷ বিগত ২৪ মে’ত ৰাজস্থান ৰয়েলছক কোয়ালিফায়াৰ টুত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদ ছবছৰৰ পাছত ...

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

বিৰাট কোহলিৰ পৰা সুনীল নাৰায়ণ, IPL ৰ ফাইনেলত ১৮টা বিশেষ পুৰস্কাৰ, কোনে লাভ কৰিলে কিমান টকা?

অসম লাইভ২৪ঃ চেন্নাইৰ মাটিত আইপিএলৰ খিতাপ দখল কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে৷ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক হৰুৱাইছে কেকেআৰে৷ ফাইনেলৰ শেষত মুঠ ১৮টা ...

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

সম্পত্তিয়ে আকাশ চুইছে, ইংলেণ্ডৰ ধনীতম ব্যক্তিৰ তালিকাত এজন ভাৰতীয় লোক

মুকেশ আম্বানীয়েই হওক বা ৰতন টাটা, উদ্যোগপতি হিচাপে তেওঁলোকৰ নাম কেৱল ভাৰততেই লোৱা হয় তেনে নহয়৷ বিশ্বৰ সকলো প্ৰান্ততেই তেওঁলোক ...

আয় কমিলেও সুখৰ জীৱন কটাব,মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব,মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

অসম লাইভ২৪ঃ বাস্তু শাস্ত্ৰ আৰু ধৰ্ম গ্ৰন্থত এনে কিছু নিয়ম আছে যিসমূহ মানি চলিলে জীৱনত উন্নতি আৰু সমৃদ্ধি লাভ কৰিব ...

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

দেশৰ বিভিন্ন কোণৰ পৰা আহিছে হিটষ্ট্ৰোকৰ খবৰ৷ হিটষ্ট্ৰোকত আক্ৰান্ত হৈ বহুজনে মৃত্যুকো সাবটি লৈছে৷ এই পৰিস্থিতিত জটিলতাৰ পৰা ৰক্ষা পাবলৈ ...

হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

বিগত তিনি চাৰি দিন ধৰি ক্ৰিকেট তাৰকা হাৰ্দিক পাণ্ডিয়া নাতাশা ষ্টানকোভিচৰ বিচ্ছেদক লৈ জল্পনা আৰম্ভ কৰিছে৷ অৱশ্যে বিষয়টোক লৈ সামাজিক ...

Page 24 of 418 1 23 24 25 418

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]