Tag: best news channel in assam

আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

আকৌ শিক্ষকৰ বৰ্বৰতা! দলিত ছাত্ৰক প্ৰহাৰ, চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থীক

মধ্য প্ৰদেশৰ জলোৰ এগৰাকী দলিত ছাত্ৰক উচ্চ বৰ্ণৰ শিক্ষকে প্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌযাওঁতেই দেশত পুনৰ একাধিক ...

নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

নলবাৰীৰ পি এম কিষাণৰ হিতাধিকাৰীক ভূমিৰ তথ্য প্ৰদানৰ আহ্বান

প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ হিতাধিকাৰীসকলক চৰকাৰে অনতিপলমে তেওঁলোকৰ কৃষি ভূমিৰ তথ্যসমূহ পি এম কিষাণৰ তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ জাননী ...

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ

অসমৰ যুৱ সাহিত্যিক প্ৰদ্যুম্ন কুমাৰ গগৈলৈ সাহিত্য অকাডেমিৰ চলিত বৰ্ষৰ যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে৷ ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গল্প ...

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

আজৱ নিৰ্দেশ কৰ্তৃপক্ষৰ! ঋতুস্ৰাৱৰ সময়ত মহিলা কৰ্মচাৰীয়ে লগাব লাগিব ৰঙা ৰঙৰ ষ্টীকাৰ

এখন কেফেৰ স্বত্বাধিকাৰীৰ এক আজৱ নিৰ্দেশনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ মহিলাৰ মাজত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মহিলাসকলে ইয়াক ...

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

আকৌ খাকী পোছাকত ক’লা দাগ! নিশা পৰকীয়া প্ৰেম কৰিবলৈ গৈ ধৰা পৰিল SI

অসম আৰক্ষীৰ কিছুসংখ্যক বিষয়াৰ কৰ্মকাণ্ডই অসম আৰক্ষী নাক-কণা কাটি লজ্জানত কৰি অহাটো নতুন কথা হৈ থকা নাই৷ এইবাৰ আকৌ অসম ...

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

৮ পত্নীৰ বাবে ৭৫০০ বৰ্গফুটৰ ৰাজপ্ৰাসাদ নিৰ্মাণ! ৮ পত্নীক কেনেকৈ সময় দিয়ে স্বামীয়ে?

ব্ৰাজিলৰ বিখ্যাত মডেল আৰু প্ৰভাৱশালী আৰ্থাৰ উৰ্চোৰ এগৰাকী বা দুগৰাকী নহয়, আঠগৰাকী পত্নী আছে আৰু সকলো পত্নীয়ে তেওঁৰ লগত থাকে। ...

সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

সমকামীৰ বাবে সুখবৰ! সমকামী দম্পতীয়ে এতিয়াৰে পৰা পাতিব পাৰিব বিয়া!

দেওবাৰে ছিংগাপুৰে ঘোষণা কৰে যে বিবাহৰ সংজ্ঞা সুৰক্ষিত কৰা ঔপনিৱেশিক যুগৰ আইন বাতিল কৰি পুৰুষৰ মাজৰ অৰ্থাৎ সমকামীৰ যৌনতাক অপৰাধমুক্ত ...

Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

Zomato ডেলিভাৰী বয়ক জোতাৰে প্ৰহাৰ মহিলাৰ, ভাইৰেল ভিডিঅ’, প্ৰহাৰ কৰিলে কিয়?

Zomato ফুড ডেলিভাৰী এজন বয়ক জোতাৰে এগৰাকী মহিলাই প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ ...

এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?

এই দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰে এই আচৰিত কাম! কি এই কাম?

কোৱা হয় যে এখন দেশৰ যুৱতীসকলে সৌন্দৰ্য বৰ্ধনৰ বাবে যিকোনো কামেই কৰিব পাৰে! সেই দেশখন হৈছে এছিয়া মহাদেশৰ দক্ষিণ কোৰিয়া৷ ...

পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

পঢ়া শুনাত নাই মন, জে’লত থকাৰ মন! সেই বাবেই বন্ধুক হত্যা এক শিক্ষাৰ্থীৰ!

এক লোমহৰ্ষক হত্যাকাণ্ডই জোঁকাৰি গৈছে উত্তৰ প্ৰদেশ৷ এগৰাকী হাইস্কুলীয়া ছাত্ৰই নিজৰ বন্ধুকে অতি নৃসংশভাৱে হত্যা কৰিছে৷ হত্যাৰ কাৰণ জানিলে আপোনাৰ ...

Page 252 of 371 1 251 252 253 371

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]