Tag: Best News Portal in Assam

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

কি কি কাৰণত ৪ এপ্ৰিল পাকিস্তান আৰু ইতিহাসৰ বাবে বিশেষভাৱে উল্লেখযোগ্য?

আজিৰ দিনটো অৰ্থাৎ ৪ এপ্ৰিল বিশ্বৰ লগতে পাকিস্তানৰ ইতিহাসৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ দিন। প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ওপৰত হোৱা আক্ৰমণৰ ...

অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

অবিশ্বাস্য হ’লেও সত্য! ১০৭ বছৰ পূৰ্বে সন্ধানহীন জাহাজ অক্ষত অৱস্থাত উদ্ধাৰ

আজিৰ পৰা এক শতিকাৰো আগতে আটলাণ্টিক মহাসাগৰৰ গভীৰতাত এংলো-আইৰিছ অভিযাত্ৰী ছাৰ আৰ্নেষ্ট শ্বেকেল্টনৰ কাঠৰ জাহাজ ‘এণ্ডুৰেঞ্চ’ বৰফৰ মাজত আৱদ্ধ হোৱাৰ ...

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

পিতৃৰ পদাংক অনুসৰণ : শীঘ্ৰেই ৰাজনীতিত ভৰি দিব জ্যোতিৰাদিত্যৰ পুত্ৰ মহাআৰ্যমানে!

পিতৃ জ্যোতিৰাদিত্য সিং সিন্ধিয়াৰ পদাংক অনুসৰণ কৰি অতি শীঘ্ৰেই ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে মহাআৰ্যমান সিন্ধিয়াই৷ এই ইংগিত দিয়ে বৰ্তমানৰ কেন্দ্ৰীয় ...

মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

মহিলাসহ কন্যা শিশুক ধৰ্ষণ ৰুছ সেনাৰ : দাহন কৰিও অত্যাচাৰ ইউক্ৰেইনৰ মহিলাক!

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ অব্যাহত আছে৷ ইয়াৰ মাজতে আক্ৰমণকাৰী ৰুছ সেনাই ইউক্ৰেইনৰ মহিলাসহ কন্যা শিশুক ধৰ্ষণ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ...

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

শিশু কন্যাক ধৰ্ষণ : ৫৬ বছৰীয়া অভিযুক্ত মহিম শৰ্মাক আৰক্ষীৰ এনকাউণ্টাৰ

আকৌ অসম আৰক্ষীৰ অভিযুক্তলৈ গুলীবৰ্ষণ৷ এইবাৰ শিশু ধৰ্ষণকাৰী এগৰাকী অভিযুক্তক এনকাউণ্টাৰ কৰিছে বিশ্বনাথ আৰক্ষীয়ে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ৯ বছৰীয়া ...

দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

দুই গঞালৈ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ : ডিব্ৰুগড়স্থিত AMCHত ভর্তি দুই গুলীবিদ্ধক

দুগৰাকী অসমাৰকি লোকলৈ গুলীবৰ্ষণ কৰিছে ভাৰতীয় সেনাই৷ শুকুৰবাৰে ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত দুগৰাকী গঞালৈ গুলীবৰ্ষণ কৰে৷ ঘটনাৰ বিৱৰণীৰ ...

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

চকুৰ এই ব্যায়ামবোৰ কৰক আৰু চকুৰ দৃষ্টি ভালে ৰাখক

চকু হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ সংবেদনশীল অংশ। আৰু মানুহৰ চকুৰ ওপৰতেই আটাইতকৈ বেছি হেঁচা পৰে৷ অফিচত দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ ...

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

অনাস্থা প্ৰস্তাৱত পৰাস্ত হ’লেও প্ৰধানমন্ত্ৰী হৈ থাকিব ইমৰাণ খান! কিন্তু কেনেকৈ?

দেওবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে অনাস্থা প্ৰস্তাৱত সন্মুখীন হ’ব৷ ইতিমধ্যে দুই সহযোগী দলে ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ ফলত ইমৰাণ ...

Page 356 of 379 1 355 356 357 379

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]