• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…

একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

2 hours ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

3 hours ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

4 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

5 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

6 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

6 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

7 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

7 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

8 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

8 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

9 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…

টিনা যতীন খান্নাৰ আজি ওপজা দিন

editor by editor
December 29, 2023
in বিনোদন
0
একেলগে ৪টা বয়ফেণ্ড ৰাখিবলৈ টুইংকলক কৈছিল পিতৃ ৰাজেশ খান্নাই…
0
SHARES
997
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ- আজি ২৯ডিচেম্বৰ। টিনা যতীন খান্নাৰ আজি ওপজা দিন। আপুনি ভাৱিছে ছাগে, টিনা যতীন খান্না আচঁলতে কোন। বৰ্তমান টুইংকল খান্না হিচাপে জনাজাত বলিউদৰ মোহময়ী অভিনেত্ৰী তথা লেখিকাগৰাকীৰ সৰু কালৰ নামেই আছিল টিনা যতীন খান্না। অভিনেত্ৰী হোৱাৰ সমান্তৰাল ভাৱে লেখিকা হিচাপেও বেচ খ্যাতি আছে টুইংকল খান্নাৰ। ২০১৫ চনত, তেওঁৰ প্ৰথমখন নন-ফিকচন কিতাপ মিচেচ ফানিব’নচ্‌ প্ৰকাশ হয়। প্ৰকাশৰ পিছতে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ অভিলেখ কৰে আৰু খান্না সেই বছৰৰ সৰ্বাধিক কিতাপ বিক্ৰী হোৱা মহিলা লেখকৰ তালিকাভুক্ত হৈছিল।

অক্ষয় কুমাৰৰ সৈতে ২০০১চনত যুগ্মজীৱনৰ পাতনি মেলিছিল টুইংকল খান্নাই। খান্নাই পঞ্চগনিৰ ‘নিউ এৰা হাই স্কুল’ আৰু ‘নাৰ্চি মনজী কলেজ অফ কমাৰ্চ এণ্ড ইকনমিক্স’ত পঢ়িছিল। দ্বাদশ শ্ৰেণী শেষ কৰাৰ পিছত, তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ আগ্ৰহেৰে প্ৰৱেশ পৰীক্ষা দিছিল যদিও তাৰ পৰিৱৰ্তে মাক দেউতাকৰ জোৰত চলচ্চিত্ৰ উদ্যোগত যোগদান কৰে। টুইংকল খান্নাই ১৯৯৫ চনত ৰাজকুমাৰ সন্তোষীৰ ৰোমাণ্টিক চিনেমা বৰসাতত ববি দেউলৰ বিপৰীতে পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।

বহু প্ৰতিভাৰ গৰাকী টুইংকল খান্নাৰে আজি ওপজা দিন। হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা ৰাজেশ খান্না আৰু ডিম্পল কাপাডিয়াৰ তেওঁ প্ৰথম সন্তান হৈছে টুইংকল খান্না। পিতৃৰ খুবেই মৰমৰ আছিল টুইংকল খান্না। ৰাজেশ খান্নাই টুইংকল খান্নাক এটা সময়ত ৪টাকৈ বয়ফেণ্ড ৰখাৰ বাবে পৰামৰ্শ দিছিল। ইয়াৰ কাৰন আছিল যে,  কোনোবাই প্ৰেমত প্ৰতাৰণা কৰিলে যাতে টুইংকল খান্নাই মনত আঘাত নাপায়। সেই কথা এটা সাক্ষাতকাৰত নিজেই কৈছিল টুইংকল খান্নাই।

টুইংকল খান্নাৰ মাতৃ ডিম্পল কাপাডিয়াইও অক্ষয়ৰ সৈতে টুইংকলক লিউ ইন ৰিলেশ্যনত থকাৰ পৰামৰ্শ দিছিল। বিয়াৰ কিছু বছৰৰ আগেয়ে দুয়োকে একেলগে থাকি এজনে সিজনক ভালকৈ জানি-বুজি লোৱাৰ বাবে পৰামৰ্শ দিছিল ডিম্পল কাপাডিয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব
চিনেমা

কিমান কোটি দৰমহা পায় শ্বাহৰুখ খানৰ দেহৰক্ষীয়ে? ভাইৰেল দেহৰক্ষীৰ সাক্ষাৎকাৰ, দৰমহা শুনিলে আপুনিও আচৰিত হ’ব

April 16, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ
বিনোদন

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

April 14, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা…

২০২৬ৰ অংকঃ নামনিক এৰি উজনিলৈ যাব ড০ হিমন্ত বিশ্ব শৰ্মা...

দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

দিল্লীত শান্তি চুক্তিঃ আজিৰ পৰা অসম সন্ত্ৰাসবাদমুক্ত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.