• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

3 years ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

9 minutes ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

45 minutes ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

1 hour ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

3 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

3 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

4 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

16 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

16 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

17 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

17 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

18 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন

editor by editor
June 5, 2023
in জীৱনশৈলী, ভাৰত
0
জীৱনত দুখ-দুৰ্দশাৰ পৰা মুক্তি পাবলৈ আগতে দুখৰ কাৰণ জানি লওক, গৌতম বুদ্ধই দি যোৱা এইকেইটা বাণীয়েই সলাব আপোনাৰ জীৱন
0
SHARES
706
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৌদ্ধধৰ্মৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ বাণীসমূহে আমাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাই। তেওঁৰ বাণীসমূহে মানুহক দয়া আৰু অহিংসাৰ পথেৰে আগবাঢ়ি যোৱাত সহায় কৰে। গৌতম বুদ্ধৰ অমূল্য বাণীসমূহক সুখী জীৱনৰ সূত্ৰ বুলিও কোৱা হয়। বুদ্ধদেৱে আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ সত্যক চিনিবলৈ শিকাইছিল। সেই সত্যই হৈছে দুখ। প্ৰত্যেক মানুহেই জীৱনত সুখী আৰু সমৃদ্ধিশালীভাৱে জীয়াব বিচাৰে। কিন্তু গৌতম বুদ্ধই কৈছে যে প্ৰকৃতিত যেনেকৈ এটা ঋতু শেষ হ’লে আনটো ঋতুৰ আৰম্ভণি হয় তেনেদৰে আমাৰ জীৱনৰ সুখ আৰু দুখো চক্ৰাকাৰ। এজন মানুহ যিমানেই ধনী নহওক কিয় তেওঁৰ জীৱনত কিবা নহয় কিবা দুখ থাকিবই। গৌতম বুদ্ধই এই সন্দৰ্ভত কৈছে, ‘এনে কোনো মানুহ নাই, যাৰ জীৱনত দুখ নাই।’

বুদ্ধদেৱে লগতে কৈছিল, সুখ-দুখ কোনোটোৱেই জীৱনত চিৰস্থায়ী নহয়। আজি যদি আমি সুখত আছো তেন্তে ভৱিষ্যতে কেতিয়াও দুখ নাহিবই বুলি কথা নাই। আজি দুখ থাকিলেও ভাঙি নপৰিব এই দুখো চিৰস্থায়ী নহয়। ইয়াৰোপৰি গৌতম বুদ্ধই কৈ গৈছে, জীৱনত দুখৰ কাৰণ যিয়েই নহওক কিয়, আমাৰ নিজৰ ভুলৰ বাবেই এই দুখ কেতিয়াবা বাঢ়ি যায়। পৰিস্থিতি যিমানেই কঠিন নহওক কিয় ধৈৰ্যই প্রধান কথা। ধৈৰ্যৰ কাৰণেই আপুনি দুখৰ পৰা মুক্তিলাভ কৰিব। গৌতম বুদ্ধই দুখ নিয়ন্ত্ৰণ কৰিবলৈ কি কি উপায় দিছিল?

বুদ্ধদেৱৰ মতে প্ৰতিজন মানুহৰ জীৱনতেই কিবা নহয় কিবা দুখ থাকেই। কিন্তু দুখ কৰাৰ আগতে দুখৰ সঠিক কাৰণ জানি লওক। দুখত যদি আপুনি ভাঙি পৰে তেন্তে কষ্ট আৰু বাঢ়িহে যায়। দুখ দুৰ কৰাৰ সহজ উপায় হৈছে নিজৰে সুখী ৰখা। বুদ্ধদেৱে কৈছে যে মনৰ মাজত কামনা বাসনা থাকিলে দুখো থাকিবই। মনৰ মাজত কামনা বাসনা অত্যাধিক বঢ়া মানেই ক্ষোভ আৰু অসন্তুষো বৃদ্ধি হয়। সেয়ে নিজৰ মনটোক নিয়ন্ত্ৰণত ৰাখিব লাগে। গৌতম বুদ্ধৰ কথা অনুসৰি জীৱনত দুখ থকা মানেই সুখো আছে। মনত ৰখা দৰকাৰ যে সময় যদি বেয়া চলি আছে তেন্তে ভালসময়লৈ কিছু অপেক্ষা কৰাৰ দৰকাৰ। এই পৃথিৱীত এনে কোনো সমস্যা নাই যাৰ সমাধান নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ
ভাৰত

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

August 25, 2026
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
Next Post
যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ’ব পাৰে জুবিন গাৰ্গ! কোনে কিয় জুবিনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ?

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

ৰাহুল গান্ধীয়ে নিউৱৰ্কত কৈছে, ‘মোদীয়ে ইতিহাসৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰিছে, আমি ভৱিষ্যতৰ ৰাজনীতি কৰিছো’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.