• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

4 years ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

13 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

9 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?

editor by editor
March 10, 2022
in ভাৰত, ৰাজনীতি
0
পঞ্জাৱৰ মুখ্যমন্ত্ৰী নহয় আপ নেতা ভগৱন্ত সিং মান; হ’ব পঞ্জাৱৰ ‘কমন মেন’, কিন্তু কিয়?
0
SHARES
469
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৃহস্পতিবাৰে আন চাৰিখন ৰাজ্যৰ সৈতে পঞ্জাৱত ভোটগণনা অব্যাহত আছে৷ ভোটগণনা আৰম্ভ হোৱাৰে পৰা পঞ্জাৱত আম আদমি পাৰ্টি-এ বৃহৎসংখ্যক আসনত অগ্ৰগতি লাভ কৰিছে৷ এই মুহূৰ্তলৈকে দলটোৱে প্ৰায় ৯১ খন আসনত অগ্ৰগতি লাভ কৰি আছে৷

আম আদমি পাৰ্টি-এ পঞ্জাৱত চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈছে৷ ইতিমধ্যে দলটোৱে পঞ্জাৱৰ লোকসভাৰ সাংসদ ভগৱন্ত সিং মানক মুখ্যমন্ত্ৰী হিচাপে পক্ষেপ কৰিছে৷ ভগৱন্ত সিং মানৰ নেতৃত্বতে আপ-এ পঞ্জাৱত চৰকাৰ গঠন কৰিব৷

সেয়ে আজি পুৱাৰে পৰা সংবাদ মাধ্যমৰ কেন্দ্ৰবিন্দু হৈ পৰিছে একালৰ কৌতুক অভিনেতা তথা পঞ্জাৱৰ ভাবী মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান৷ পঞ্জাৱত বৃহৎ ব্যৱধানত আপ-এ অগ্ৰগতি লৈ থকাত সংবাদ মাধ্যমে কৰা এক প্ৰশ্ন উত্তৰত ভগৱন্ত সিং মানে কয় যে তেওঁ মুখ্যমন্ত্ৰী নহয়, পঞ্জাৱৰ কমন মেন (সাধাৰণ মানুহ)হে হ’ব৷

লগতে পঢ়ক মঞ্চৰ এজন কমেডিয়ানৰ পৰা পঞ্জাৱৰ মুখ্যমন্ত্ৰীলৈ ভগৱন্ত সিং মানৰ ৰোমাঞ্চকৰ যাত্ৰা…

ভগৱন্ত সিং মানে লগতে কয় যে তেওঁ পঞ্জাৱৰ সাধাৰণ মানুহৰ সৈতে থাকিব আৰু সেয়ে তেওঁ এজন ‘কমন মেন’হে হৈ থাকিব৷ মুখ্যমন্ত্ৰীৰ গাদীত বহিলেও তেওঁ নিজকে সদায় ‘কমন মেন’ অৰ্থাৎ সাধাৰণ মানুহৰূপে নিজকে গণ্য কৰিব৷ মানুহৰ মাজত বৈষম্য তেওঁ হ’বলৈ নিদিয়ে আৰু তেওঁৰ মনলৈও কোনো বৈষম্যৰ মনোভাৱ আহিবলৈ নিদিয়ে বুলিও কয় মানে৷

তেওঁ কয়, ‘‘ৰাজ্যখনৰ মানুহে পুৰণি পঞ্জাৱ ঘূৰাই বিচাৰে। সেয়েহে মোৰ সপোন হৈছে পুৰণি পঞ্জাৱক ঘূৰাই অনা। মই পাঞ্জাৱক পেৰিছ, লণ্ডন বা কেলিফৰ্ণিয়াত পৰিণত কৰাৰ কথা একেবাৰে নাভাবো। মই পুৰণি পঞ্জাৱক ঘূৰাই আনিম যে পঞ্জাৱ এখন সপোনৰ ৰাজ্য।’’

লগতে পঢ়ক ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ পত্নী জেলেনস্কাৰ বিশ্ববাসীলৈ পত্ৰ; কি ক’লে পত্ৰত?

উল্লেখ্য যে একালৰ অতি জনপ্ৰিয় আৰু দক্ষ কৌতুক অভিনেতা ভগৱন্ত সিং মানে বিভিন্ন সময়ত নিজৰ আচৰণ আৰু বক্তব্যৰ বাবে বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ বিশেষকৈ ৰাজহুৱা স্থানত মদ্যপান কৰা আৰু মদ্যপান কৰি সংসদলৈ যোৱাৰ বাবে বাৰে বাৰে বিতৰ্কৰ সোমাই পৰিছিল ভগৱন্ত সিং মানে৷ আনকি মদ্যপান কৰি সংসদত উপস্থিত হৈ তেওঁ শাস্তিও সন্মুখীন হৈছিল৷

অৱশ্যে ২০১৯ চনত ভগৱন্ত সিং মানে মদ্যপান নকৰো বুলি ৰাজহুৱাকৈ শপত খাইছিল৷ তেতিয়াৰে পৰা নিজকে মদ্যপান কৰাৰ পৰা দূৰত ৰাখিছে ভগৱন্ত মান সিঙে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aapasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest Portal in AssamBhagwant Singh MannpunjabPunjab AAP
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!
ভাৰত

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

July 21, 2026
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি
ভাৰত

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

July 21, 2026
ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ
বিবিধ

ফুটপাথৰ দোকানেৰে পিতৃৰ জীৱন সংগ্ৰাম, NEET পৰীক্ষাত উজলিল পুত্ৰ

July 20, 2026
Next Post
৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

৩৭ বছৰৰ অন্তত উত্তৰ প্ৰদেশত ইতিহাস ৰচিব যোগীয়ে! কি ইতিহাস ৰচিব যোগী আদিত্যনাথে?

লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

লাইভ আপডেট: মণিপুৰ, উত্তৰাখণ্ড, গোৱাতো গেৰুৱাৰ বাহিনীৰ দৌৰাত্ম্য! নিচিহ্ন কংগ্ৰেছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.