• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

4 years ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

4 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

5 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

6 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

6 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

7 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

8 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

8 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

8 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

10 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

10 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

11 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?

editor by editor
April 1, 2022
in চিনেমা, বিশ্ব
0
অস্কাৰৰ মঞ্চত চৰ, স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু আৰক্ষী! গ্ৰেপ্তাৰ হ’ব নেকি স্মিথ?
0
SHARES
196
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯৪ সংখ্যক অকাডেমি বঁটা প্ৰদান অনুষ্ঠানত হ’ষ্ট তথা ষ্টেণ্ড আপ কমেডিয়ান ক্ৰিছ ৰ’কক প্ৰচণ্ড চৰ সোধাই বিশ্বজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল হলিউদৰ অভিনেতা ইউল স্মিথে৷

অভিনেত্ৰী পত্নী জাডা পিঙ্কেটৰ বেমাৰক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰাৰ অভিযোগ তুলি অভিনেতা স্মিথে বহি থকা আসনৰ পৰা মঞ্চলৈ উঠি গৈ ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধাইছিল৷

এই অনাকাংক্ষিত ঘটনাটোৰ বাবে পিছত নিজৰ ইনষ্টাগ্ৰামত ৰাজহুৱা ক্ষমাও খুজিলে এইবাৰ অকাডেমিৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰা উইল স্মিথে৷ স্মিথে তেওঁৰ ব্যৱহাৰ অগ্ৰহণীয় আছিল বুলি অভিহিত কৰিছে৷

লগতে পঢ়ক গাদী ৰক্ষা কৰিবলৈ ইমৰাণ খানৰ অন্তিমটো প্ৰচেষ্টা! বিৰোধীক কি প্ৰস্তাৱ দিছে ইমৰাণে?

‘‘ক্ৰিছ, মই আপোনাৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছো। মই সীমা অতিক্ৰম কৰি ভুল কৰিছিলো। ইয়াৰ বাবে মই অতিকৈ লজ্জিত আৰু মই যি কৰিলো ই মই হ’ব বিচৰা মানুহজনৰ পৰিচায়ক নাছিল।’’ স্মিথে ৰাজহুৱা ক্ষমা বিচাৰি এইদৰে কয়৷

এই ঘটনাৰ পিছতে সমগ্ৰ বিষয়টো অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে অকাডেমিয়ে৷ অকাডেমি অৱ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছাইন্সছ-এ স্মিথৰ বিৰুদ্ধে বিশেষ অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব বুলিও ঘোষণা কৰিছে৷

‘‘স্মিথে শাৰীৰিক আক্ৰমণ আৰু ভাবুকি প্ৰদানেৰে অকাডেমিৰ মৰ্যাদা ভংগ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ব’ৰ্ড অৱ গভৰ্ণছে ব্যৱস্থা গ্ৰহণ কৰিব৷’’ অকাডেমিয়ে এক আনুষ্ঠানিক বিবৃতিত এইদৰে কয়৷

লগতে পঢ়ক অসমসহ নাগালেণ্ড, মণিপুৰৰ পৰা AFPSA প্ৰত্যাহাৰ আৰম্ভ কেন্দ্ৰৰ

‘‘একাডেমীয়ে যিকোনো অনুশাসনমূলক ব্যৱস্থা ল’ব পাৰে৷ তাৰ ভিতৰত নিলম্বন, বহিষ্কাৰ, বা অন্যান্য নিষেধাজ্ঞা আদিও থাকিব পাৰে।’’ অকাডেমিয়ে লগতে আৰু কয়৷

ইফালে বৃহস্পতিবাৰে ৯৪ সংখ্যক অকাডেমিৰ ২২ মাৰ্চৰ অনুষ্ঠানৰ প্ৰযোজক উইল পাকাৰে কয় যে ক্ৰিছক শাৰীৰিকভাৱে আক্ৰমণ কৰা উইল স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সাজু হৈ আছে৷

পাকাৰৰ মতে ল’ছ এঞ্জেলছ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত অকাডেমিৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকে স্মিথক গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈ আছে৷

অৱশ্যে ভুক্তভোগী ক্ৰিছে ৰ’কে উইল স্মিথৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা নাই আৰু তেওঁ অভিযোগ দাখিল নকৰে বুলিও ঘোষণা কৰিছে৷

লগতে পঢ়ক জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

ইফালে অকাডেমিয়েও উইল স্মিথৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা নহয় বুলি স্পষ্টকৈ ঘোষণা কৰিছে৷ আৰক্ষীয়ে স্মিথক গ্ৰেপ্তাৰৰ বাবে অকাডেমিৰ সৈতে যোগাযোগ কৰোতে অকাডেমিয়ে স্মিথৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ গ্ৰহণ নকৰে বুলি দৃঢ়তাৰে প্ৰকাশ কৰে বুলিও প্ৰকাশ কৰিছে৷

উল্লেখ্য যে ক্ৰিছ ৰ’কক চৰ সোধোৱাৰ প্ৰায় ৩০ মিনিটৰ পিছতে উইল স্মিথে কিং ৰিচাৰ্ডত কৰা অভিনয়ৰ বাবে অস্কাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে৷ অকাডেমিৰ ৯৪ বছৰীয়া ইতিহাসত এই সন্মান লাভ কৰা নৱম গৰাকী কৃষ্ণাংগ অভিনেতা হৈছে ইউলস্মিথ৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assambest news channel of asssamBest News Portal in AssamCriss RockOscarWill Smith
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!
বিনোদন

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

March 23, 2026
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
Next Post
মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

মহাকাশত বিশ্বৰ প্ৰথমখন হোটেল! কেতিয়াকৈ আৰম্ভ এই বিলাসী হোটেল?

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

আকৌ ৰামটাঙোন চৰকাৰৰ : ৰন্ধন গেছৰ চিলিণ্ডাৰত পুনৰ ২৫০ টকা মূল্যবৃদ্ধি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.