• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

4 years ago

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

2 seconds ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

51 minutes ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

1 hour ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

2 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

2 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

3 hours ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

3 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

4 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

5 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

5 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

6 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা

editor by editor
April 19, 2022
in অপৰাধ, ভাৰত
0
লোভত মৰিল বৰশীৰ মাছ! ৭.৫ লাখ টকাৰ লোভত হেৰুওৱালে ১৬ লাখ টকা
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতে আছে লোভত মৰিল বৰশীৰ মাছ৷ হয় বৰশীত লগাই দিয়া টোপটোৰ লোভতেই মাছে বৰশীত লাগি মৰে৷ এজন লোকৰ অৱস্থাও ঠিক তেনেকুৱাই হ’ল৷ অৰ্থাৎ লোভত পৰি লোকজনে হেৰুওৱালে দ্বিগুণৰো অধিক সাচতীয়া ধন৷

ঘটনাটো সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ কল্যাণ জিলাত৷ আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে ভুক্তভোগী লোকজনৰ ঘৰৰ ঠিকনাত এটা অজ্ঞাত অনলাইন শ্ব’পিং প্ৰতিষ্ঠানৰ পৰা এখন পত্ৰ আহে, য’ত প্ৰতিষ্ঠানটোৱে অনুষ্ঠিত কৰা ভাগ্য পৰীক্ষাত তেওঁ ৭.৫ লাখ টকা নগদ পুৰস্কাৰ লাভ কৰা বুলি কোৱা হয়৷

এইদৰেই ভুক্তভোগী লোকজনে পুৰস্কাৰৰ ধন উলিয়াবলৈ গৈ প্ৰৱঞ্চকৰ জালত ভৰি দিয়ে আৰু ১৬ লাখ টকা তেওঁৰ পৰা প্ৰৱঞ্চকৰ দলটোৱলে সৰকাই নিয়ে৷ ঘটনাটো যোৱা বৰ্ষৰ ডিচেম্বৰতে সংঘটিত হৈছিল৷

লগতে পঢ়ক শোকস্তব্ধ ৰ’ণাল্ডোৰ পৰিয়াল : ৰ’ণাল্ডো-জৰ্জিয়াৰ পুত্ৰ সন্তানৰ মৃত্যু

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ভুক্তভোগী লোকজনলৈ কলকতাৰ পৰা উক্ত পত্ৰখন আহে৷ পত্ৰখনত উল্লেখ থকা অনুসৰি প্ৰতিষ্ঠানটোৱে ১২ বছৰীয়া পুৰ্তি উপলক্ষ্যে এক উপহাৰ খেল অনুষ্ঠিত কৰিছিল আৰু উক্ত খেলতে ভুক্তভোগী লোকজনে ৭.৫ লাখ টকা লাভ কৰা বুলি কোৱা হৈছিল৷ উক্ত পত্ৰখনৰ লগতে এখন স্কেৰ্টছ কাৰ্ডো আছিল৷

‘‘যেতিয়া ভুক্তভোগীয়ে কাৰ্ডখন স্কেৰ্টছ কৰে তেতিয়া ৭.৫ লাখ টকা লাভ কৰা বুলি লিখা পায়৷ ইয়াৰ পিছতে এটা প্ৰাইজ ক’ড লাভ কৰে৷ লাভ কৰা ধনখিনি কেনেকৈ সংগ্ৰহ কৰিব লাগিব সেই বিষয়ে সুধিবলৈ পত্ৰখনত এটা হেল্পলাইন নম্বৰ আছিল৷’’ আৰক্ষীয়ে কয়৷

ভুক্তভোগী লোকজনে হেল্পলাইন নম্বৰটোত কল কৰোতে উত্তৰ প্ৰদেশৰ দয়াশংকৰ মিশ্ৰ নামৰ লোকজনে তেওঁৰ ধনখিনি লাভ কৰাত সহায় কৰিব বুলি কয়৷ এইদৰে লোকজনে ভুক্তভোগীজনক সহায় কৰাৰ নামত বিভিন্ন বেংক একাউণ্টত প্ৰায় ৪৪ বাৰকৈ ধন আদায় লয়৷

লগতে পঢ়ক ৰঙালী বিহুৰ উছাহৰ মাজতে কিশোৰীক ধৰ্ষণ! পলাতক অভিযুক্ত

এইদৰে ধন দি দি এটা সময়ত ভুক্তভোগী লোকজনে লটাৰী পুৰস্কাৰৰ ধনতকৈ তেওঁ দিয়া ধনৰ পৰিমাণ বেছি হ’বলৈ ধৰিলে৷ ইয়াৰ পিছতো ভুক্তভোগী লোকজনে পুৰস্কাৰৰ ধন লাভ নকৰাত অৱশেষত আৰক্ষীৰ কাষ চাপে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ভুক্তভোগী লোকজনে বিভিন্ন বেংক একাউণ্টত ৪৪ বাৰকৈ দিয়া ধনৰ পৰিমাণ হৈছে ১৬ লাখ টকা৷

ইয়াৰ পিছতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান
অপৰাধ

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
Next Post
গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

গৰম দিনত কি কি ফলে আপোনাৰ শৰীৰ সতেজ কৰি ৰাখিব?

হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

হতাশাৰ পৰা মুক্তি পাবলৈ কি কি কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.