ভাৰত

মাজনিশাই এৰিলে পৃথিৱীৰ মায়া! সূৰুযমুখী স্বপ্ন হৈ পৃথিৱীৰ কক্ষপথ এৰিলে সৌৰযান আদিত্য এল-১য়ে

অসম লাইভ২৪ঃ পৃথিৱীৰ কক্ষপথ এৰিলে ইছৰোৰ সৌৰযান আদিত্য এল-১য়ে। কক্ষপথ পৰিবৰ্তন কৰি পৃথিৱীৰ মধ্যাকৰ্ষণৰ পৰা বাহিৰলৈ ওলাই গ’ল সৌৰযান আদিত্য...

Read more

৫ দিনৰ পাছতেই আৰম্ভ হ’ব জীৱন মৰণৰ পৰীক্ষা, কি হ’ব চন্দ্ৰযান-৩ৰ? অপেক্ষাৰত ইছৰোৰ বিজ্ঞানী

অসম লাইভ২৪ঃ সকলো বাধা অতিক্ৰমী অক্লান্ত পৰিশ্ৰম কৰিছে ইছৰোৰ দলে৷ বিজ্ঞানীয়ে আশা কৰাতকৈয়ো ভাল ফল দিছে ইছৰোৰ দলে পঠিওৱা চন্দ্ৰযান-৩...

Read more

১০০, ৫০০ৰ নোট! মুঠ ৬৫ লাখ টকা গাঁথি সজোৱা হৈছে মন্দিৰ, ক’ত এই মন্দিৰ?

অসম লাইভ২৪ঃ কাইলৈ গণেশ চতুৰ্থী৷ গণেশ বন্দনাত মুখৰিত হৈ উঠিব দেশ৷ ইতিমধ্যেই বাপ্পাক স্বাগত জনোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে৷ মহাৰাষ্ট্ৰ, গোৱাসহ...

Read more

লাখ লাখ মানুহে লাভ কৰিব সুবিধা, পি এম বিশ্বকৰ্মা প্ৰকল্পৰ অধীনক কোনে কোনে লাভ কৰিব ধন? জানি থওক সবিশেষ…

অসম লাইভ২৪ঃ বিশ্বকৰ্মা পূজা উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ১৭ তাৰিখেই দিল্লীৰ দ্বাৰকাৰ পৰা ‘পি এম বিশ্বকৰ্মা’ নামৰ নতুন প্ৰকল্প আৰম্ভ কৰিছে৷...

Read more

মমতা বেনাৰ্জীৰ আঁচনিৰ নকল কৰি ছোনীয়া গান্ধীয়ে তেলেংগানাবাসীক দিলে ৫টা প্ৰতিশ্ৰুতি, প্ৰতিমাহে একাউণ্টত ২৫০০ টকাকৈ ধন আৰু কি কি সুবিধা লাভ কৰিব তেলেগানাবাসীয়ে?

অসম লাইভ২৪ঃ মমতা বেনাৰ্জীৰ আঁচনি এইবাৰ ছোনীয়াৰ হাতত৷ পশ্চিমবংগৰ ‘মহালক্ষ্মী’ প্ৰকল্প এইবাৰ আৰম্ভ কৰিছে কংগ্ৰেছ দলেও৷ তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছে...

Read more

গণেশৰ কৃপাত ভাগ্যোদয় হ’ব ৪ৰাশিৰ, সকলো বাধা আঁতৰাৰ ওপৰিও হাতলৈ আহিব ধন

অসম লাইভ২৪ঃ যিকোনো শুভ অনুষ্ঠানৰ পূৰ্বে গণেশক আৰাধনা কৰা হয়৷ এইবাৰ কিন্তু বিশ্বকৰ্মা পূজা গণেশ পূজাতকৈ আগেয়ে সম্পন্ন হৈছে৷ বিঘ্নহৰ্তা...

Read more

৪লাখ ১৫ হাজাৰ টকাৰ পুৰস্কাৰ উভতাই দিলে মহম্মদ ছিৰাজে, কিন্তু কিয়?

অসম লাইভ২৪ঃ ভাৰতৰ হৈ বিশেষ পাৰদৰ্শিতা দেখুৱাইছে মহম্মদ ছিৰাজে৷ মহম্মদ ছিৰাজৰ খেলে ধৰাশায়ী কৰিছে শ্ৰী লংকাক৷ ফাইনেলত মাত্ৰ ৫০ ৰান...

Read more

কৰ্মচঞ্চল আদিত্য এল১! গন্তব্য স্থান পোৱাৰ আগতেই তথ্য সংগ্ৰহ কৰাত লাগিছে ইছৰোৰ সৌৰযান আদিত্য এল-১

অসম লাইভ২৪ঃ সূৰ্যৰ পথত ধাপে ধাপে আগুৱাইছে সৌৰযান আদিত্য এল-১৷ ইতিমধ্যেই পৃথিৱীৰ চতুৰ্থ কক্ষপথত ভৰি থৈছে আদিত্য এল-১য়ে৷ গন্তব্যৰ দিশে...

Read more

৫০ বছৰ পাছত বিশ্বকৰ্মা পুজাত এই দুৰ্লভ সংযোগ, এই উপায় অৱলম্বন কৰিলে ব্যৱসায়ত মুনাফা চাৰি গুণ বৃদ্ধি হ’ব

অসম লাইভ২৪ঃ আজি দেৱশিল্পী বিশ্বকৰ্মাৰ পূজা৷ বিশ্বকৰ্মাক পৃথিৱীৰ প্ৰথমগৰাকী কৰ্মকাৰ বুলি শাস্ত্ৰত উল্লেখ আছে৷ প্ৰতি বছৰে কন্যা সংক্ৰান্তি অৰ্থাৎ সূৰ্যই...

Read more

জন্মদিনত প্ৰতিবাৰেই চমক! ১০ বছৰত দেশবাসীক কি কি উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে?

অসম লাইভ২৪ঃ ৭৩ বছৰত ভৰি দিলে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰত গুজৰাটৰ ভদনগৰ এলেকাত জন্মগ্ৰহণ কৰিছিল প্রধানমন্ত্ৰী...

Read more
Page 604 of 1032 1 603 604 605 1,032

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]