জীৱনশৈলী

শুক্ৰাণু বাঢ়িব অভাৱনীয় হাৰত! দৈনিক এটাকৈ খালেই আপুনিও হৈ থাকিব ফিট

তেতেলী স্বাস্থ্যৰ বাবে খুবেই উপকাৰী৷ এক টুকুৰা মুখত দিলেই বহু ৰোগৰ পৰা মুক্তি পাব পাৰে৷ চিকিৎসকে জনোৱা অনুসৰি পুৰুষে প্ৰতিদিনে...

Read more

এটাৰ পাছত এটা ভৱিষ্যদ্বাণীয়ে কঁপাইছে বিশ্ব! নষ্ট্ৰাডামূছ, বাবা ভাংগাৰ দৰেই মিলিছে ভৱিষ্যদ্বাণী, ২০২৫ক লৈ কি কৈছে ৩৮ বছৰীয়া এইগৰাকী নিকোলাছে?

ঘোৰ বিপৰ্যয় আহিব৷ ২০২৫ চনতেই আৰম্ভ হ’ব তৃতীয় বিশ্বযুদ্ধ৷ ভয়াৱহতাই প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধকো চেৰ পেলাব৷ এই ভৱিষ্যদ্বাণী কৰিছে...

Read more

আগন্তুক সপ্তাহত ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱ, সকলো কামতে সফলতা লাভ কৰিব এই ৫ৰাশিয়ে

আগন্তুক সোমবাৰে ২৭ জানুৱাৰীৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে, সেই সপ্তাহতেই মকৰ ৰাশিত ত্ৰিগ্ৰহী যোগ গঠিত হ’ব৷ নতুন সপ্তাহত...

Read more

মহাদেৱ আৰু লক্ষ্মীৰ অৱস্থান ঘৰৰ এই স্থানতেই, কেনেকৈ লাভ কৰিব আশীৰ্বাদ?

বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰৰ কোন কোন দিশত কোন কোন ঈশ্বৰৰ বসবাস সেই কথা বহুতৰেই অজ্ঞাত। এই কথা মনত ৰাখি যদি...

Read more

২০২৫ত বাহন কিনাৰ পৰিকল্পনা আছে…দৰমহা অনুযায়ী কিমান দামী বাহন কিনা উচিত?

বৰ্তমান সময়ত গাড়ী এখন চখ নহয় প্ৰয়োজনত পৰিণত হৈছে৷ বহু লোকে এখন নতুন গাড়ী কিনিবলৈ কোনো উৎসৱ পাৰ্বণলৈ অপেক্ষা কৰে৷...

Read more

Aadhaar Card দেখুৱাই লৈ লওক ৫০ হাজাৰ টকাৰ ঋণ! কোনো গেৰেণ্টাৰ নোহোৱাকৈয়ে পাব ঋণ, কিন্তু কেনেকৈ?

টকাৰ প্ৰয়োজন৷ কিন্তু ঋণ একোতেই পোৱা নাই৷ চিন্তা নাই৷ কেন্দ্ৰীয় চৰকাৰে ঋণ দিব৷ কেৱল আধাৰ কাৰ্ড দেখুৱালেই লাভ কৰিব ঋণ৷...

Read more

ব্যৱধান ২৫ বছৰ! এদিন অভিজাত হোটেলৰ মুখত দাৰোৱান হৈ ঠিয় দিয়া পিতৃক খাদ্য গ্ৰহণৰ বাবে পুত্ৰই আনিলে সেই বিলাসী হোটেললৈকে

২৫ বছৰ পূৰ্বে দিল্লীৰ এই বিলাসী হোটেলতেই দাৰোৱানৰ কাম কৰিছিল পিতৃয়ে৷ তাতেই তেওঁক আকৌ উভতাই আনিলে পুত্ৰই৷ এইবাৰ অৱশ্যে দাৰোৱান...

Read more

বন্ধ্যাত্বৰ সমস্যা বৃহৎ সমস্যা হৈ ঠিয় দিছে! এই সমস্যা দূৰ কৰিবলৈ পুৰুষে কৰক এই কাম

পুৰুষৰ শুক্ৰাণু কমাটোৱেই নাৰীৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ৷ যিসকল পুৰুষে ইতিমধ্যেই এই সমস্যাত ভূগি আছে তেওঁলোকে এই পদ্ধতি অনুসৰণ কৰিব পাৰে?...

Read more

সৰস্বতী পূজাতেই ভাগ্যোদয়! অৰ্থ-যশ-জ্ঞানেৰে ভৰিব ৫ৰাশিৰ জীৱন

বসন্ত পঞ্চমী৷ আমি সচৰাচৰ থলুৱাভাষাৰে কওঁ সৰস্বতী পূজা৷ জ্ঞান, সংগীত, শিল্পৰ দেৱীৰ আৰাধনাৰ দিন৷ শীতৰ সমাপন, বসন্তৰ আগমনত বাগদেৱীৰ পূজা...

Read more

অপেক্ষা ১ ফেব্ৰুৱাৰীলৈ…অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ ধন বাঢ়ি হ’ব ১০ হাজাৰ টকা!

আৰু কেইদিনমানৰ অপেক্ষা৷ ২০২৫-২০২৬ অৰ্থবৰ্ষৰ বাবে বাজেট পেছ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ আগন্তুক ১ ফেব্ৰুৱাৰীত পেছ কৰা হ’ব বাজেট৷...

Read more
Page 418 of 904 1 417 418 419 904

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]