বিবিধ

গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ

শুনিবলৈ এক আমোদজনক হ’লেও এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে গুৱাহাটী গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান ইণ্ডিগ’ৰ এখন উৰন্ত যাত্ৰীবাহী বিমানত৷ ঘটনাৰ...

Read more

বিশ্বৰ আটাইতকৈ দামী পানীৰ বটলটোৰ দাম কিমান লাখ টকা? জানিলে আপোনাৰ চকু কপালত উঠিব!

মানুহেই হীৰা-মুকুতা, সোণ-ৰূপক আটাইতকৈ দামী বস্তু বুলি গণ্য কৰে৷ কিন্তু মানুহৰ সেই ধাৰণাক এতিয়া অসত্য প্ৰমাণ কৰিছে বিভিন্ন বস্তু তথা...

Read more

নিজৰ পিতৃৰ সৈতে কন্যাৰ বিবাহ! এজন ব্যক্তিৰ সৈতেই বিয়া হয় মাতৃ আৰু কন্যাৰ

শুনিবলৈ আচৰিত লাগিলেও এয়াই সঁচা৷ বিশ্বজুৰি বিভিন্ন জাতি-জনজাতিৰ মাজত অদ্ভুত ৰীতি-নীতি আৰু পৰম্পৰা প্ৰচলিত আছে। পৰম্পৰাসমূহ বিশ্বাস কৰাৰ আঁৰত সকলোৰে...

Read more

২০০ বাৰতকৈ অধিক বিষাক্ত সৰ্পৰ দংশন! তাৰ পিছতো কেনেকৈ জীয়াই আছে এজন মানুহ?

বিষাক্ত সাপে এজন ব্যক্তিক ২০০ বাৰতকৈও অধিক দংশন কৰাৰ পিছতো জীয়াই আছে। এই বিষাক্ত সাপবোৰৰ ভিতৰত মাম্বাৰ পৰা কোব্ৰালৈকে আছে।...

Read more

প্ৰেমিকাক প্ৰতাৰণা! অন্য যুৱতীৰ বাবে ৫০ লাখ টকা খৰচ! প্ৰেমিকাই কি শাস্তি দিলে প্ৰেমিকক?

এগৰাকী বিখ্যাত খেলুৱৈৰ প্ৰেম-প্ৰতাৰণাৰ কাহিনীয়ে সামাজিক আৰু সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ লগতে ভাইৰেল হৈ পৰিছে৷ ব্ৰিটিছ সংবাদ পত্ৰ...

Read more

পত্নীৰ বয়স ২৫ আৰু স্বামীৰ ৭০ বছৰ, বিয়াৰ কাৰণ ফাদিল কৰিলে পত্নীয়ে!

পত্নীৰ বয়স ২৫ বছৰ আৰু স্বামীৰ বয়স ৭০ বছৰ। দুয়োৰে বয়সত ৪৫ বছৰৰ পাৰ্থক্য আছে। কিন্তু দম্পতীহালে কয় যে তেওঁলোকে...

Read more

দুৰ্ঘটনাত বান্দৰ পোৱালিৰ মৃত্যু! গঞাক আক্ৰমণ মাতৃৰ, ২০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

এজনী বান্দৰৰ আক্ৰমণত অতি ক’মেও ২০ গৰাকী লোক আহত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ চুবুৰীয়া ৰাজ্য পশ্চিমবংগত এই...

Read more

এখন দেশত সোণতকৈ কণ্ডমৰ দাম বেছি! এটা পেকেটৰ মূল্য ৬০ হাজাৰ টকা!

বিজ্ঞানৰ অন্যান্য বিভাগসমূহৰ অৱদানৰ দৰেই চিকিৎসা বিজ্ঞানে মানুহৰ জীৱন যাত্ৰাত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে৷ এটা সময় আছিল মানুহে অবাঞ্চিত গৰ্ভধাৰণ...

Read more

নাৰীক পুৰুষতকৈ ক্ষীপ্ৰতাৰে চৰম যৌন সুখ দিব পাৰে এবিধ বিশেষ উদ্ভিদে!

নাৰীৰ যৌন সন্তুষ্টি সম্পৰ্কে আলোনচাৰ অন্ত নাই। চাবলৈ গ’লে আলোচনাৰ সমান্তৰালভাৱে সমালোচনাও কম নহয়। বহুতৰে মনত বহুতো প্ৰশ্ন থাকে যে...

Read more

এই পৃথিৱীত অসম্ভৱ একো নাই! পক্ষাঘাতগ্ৰস্ততাক পৰাস্ত কৰি সেনাত ভৰ্তি যুৱক

এই পৃথিৱীত অসম্ভৱ বুলি যেন একোৱেই নাই৷ এজন যুৱকে যেন পুনৰ এবাৰ এই কথাষাৰকে প্ৰমাণ কৰি দিলে৷ পক্ষাঘাতগ্ৰস্ত ৰোগত আক্ৰান্ত...

Read more
Page 838 of 922 1 837 838 839 922

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]