• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

2 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

44 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

6 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

7 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ধন-সম্পত্তি সকলোঃ কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…

কিমান সম্পত্তিৰ গৰাকী কংগ্ৰেছ, বিজেপিৰ দৰে বৃহত ৰাজনৈতিক দলবোৰ

editor by editor
December 25, 2023
in Uncategorized
0
ধন-সম্পত্তি সকলোঃ  কংগ্ৰেছ-বিজেপিৰ ওচৰত আছে ৯হাজাৰ কোটি টকা…
0
SHARES
182
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ আপুনি বাৰু কেতিয়াবা ভাৱিছেনে! আমাৰ ৰাজনৈতিক দলবোৰৰ হাতত কিমান টকা জমা আছে! কিমান সম্পত্তিৰ গৰাকী কংগ্ৰেছ, বিজেপিৰ দৰে বৃহত ৰাজনৈতিক দলবোৰ! শেহতীয়াকৈ ৰাজহুৱা তথ্য অনুসৰি কংগ্ৰেছৰ হাতত জমা থকা ধনৰ পৰিমাণ অতিপাত গতিত হ্ৰাস পোৱাৰ বিপৰীতে বহুগুণ জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে বৰ্তমানৰ শাসকীয় বিজেপি দলৰ।

এছচিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR)এ মুকলি কৰা তথ্য অনুসৰি বিগত ৬বছৰত কংগ্ৰেছৰ দলীয় পুজিঁৰ পৰিমাণ অতিপাত গতিত হ্ৰাস পাইছে। ২০১৪-১৫বিত্তীয় বৰ্ষত কংগ্ৰেছৰ পলিটিকেল ফাণ্ডিং আছিল ৭৬৫কোটি টকা। কিন্তু ইয়াৰ তিনি বছৰৰ পাছতে ২০১৭-১৮ বিত্তীয় বৰ্ষত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং আছিল মাত্ৰ ১৯৯কোটি টকা। ২০১৯-২০ত লোকসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং হৈছিল ৯৯৮কোটি টকা। কিন্তু লক্ষ্যণীয়ভাৱে ২০২১-২২বৰ্ষত কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং হ্ৰাস পাই হলগৈ ৫৪১কোটি টকা। বিগত ৬বছৰত এনেদৰেই হ্ৰাস পালে কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং। ৬বছৰত প্ৰায় ২৯শতাংশ হ্ৰাস পালে কংগ্ৰেছৰ পাৰ্টি ফাণ্ডিং।

কংগ্ৰেছৰ এই শোচনীয় অৱস্থাৰ বিপৰীতে বিজেপিৰ বাবে বিগত ৬বছৰ কাল জয় জয় ময় ময়। এ ডি আৰে মুকলি কৰা তথ্য অনুসৰি, ২০১৪-১৫বিত্তীয় বৰ্ষত বিজেপিৰ পলিটিকেল ফাণ্ডিং আছিল ৯৭০কোটি টকা। ২০১৭-১৮চনত এই ধনৰ পৰিমাণ বৃদ্ধি হৈ হলগৈ ১০২৭কোটি টকা। ২০১৯-২০চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এই পুজিৰ পৰিমাণ প্ৰায় ৩গুণ বৃদ্ধি হৈ বিজেপিৰ একাউন্টত জমা হল ৩হাজাৰ ৬২৩কোটি টকা। কিন্তু ২০২১-২২বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ হ্ৰাস পালে। এই বছৰটোত বিজেপিৰ পাৰ্টি ফাণ্ডিঙৰ পৰিমাণ ১৯১৭কোটি টকা।

উল্লেখ কৰা প্ৰয়োজন যে, স্থায়ী সম্পত্তিৰ ক্ষেত্ৰত বিজেপিতকৈ বহু পিচ পৰি আছে কংগ্ৰেছ। ২০২১-২২চনৰ তথ্য অনুসৰি বিজেপিৰ স্থায়ী সম্পত্তিৰ পৰিমাণ ৬হাজাৰ কোটি আৰু কংগ্ৰেছৰ এই সম্পত্তিৰ পৰিমাণ হৈছে ৮০৫কোটি টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য
Uncategorized

কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

April 9, 2026
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ
Uncategorized

হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

April 2, 2026
শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
Next Post
সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

সোন হেৰুৱাই হীৰা ক্ৰয় কৰিলে! হাৰ্দিকক কিমান কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে?

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব, ২০২৪ত মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.