• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

4 years ago
ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

5 hours ago
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

6 hours ago
শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

শৰীৰত প্ৰটিনৰ ঘাটি দুৰ কৰিবলৈ কি কি খাব? এই ৫খাদ্য খালেই আপুনি নিৰোগী হৈ থাকিব

6 hours ago
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

6 hours ago
এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

এইডছ নিৰ্মূল হৈ নৱজীৱন পালে নৰৱেৰ ব্যক্তিয়ে, কি চিকিৎসাৰে অসম্ভৱক সম্ভৱ কৰিলে চিকিৎসকে?

7 hours ago
১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

১৬ এপ্ৰিলৰ পৰা ৩ৰাশিৰ ভাগ্য চমকিব! মহালক্ষ্মী ৰাজযোগত হাতলৈ আহিব ধন

7 hours ago
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

8 hours ago
আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

আজিৰ পৰা আৰম্ভ নতুন বছৰ, নৱবৰ্ষত উজ্জ্বল হ’ব কোন কোন ৰাশিৰ ভাগ্য? অন্ধকাৰ নামিব কাৰ কাৰ জীৱনত?

9 hours ago
কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

কাইলৈৰ পৰা নক্ষত্ৰ সলনি কৰিব শুক্ৰই, এই ৩ৰাশিৰ চাকৰি পাক্কা, প্ৰেম জীৱনতো সুখৰ খবৰ আহিব

10 hours ago
২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

২০২৭ চনত সলনি হ’ব দেশৰ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীক লৈ বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত ডাঙৰ ভৱিষ্যদ্বাণী

11 hours ago
দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

দিনত ৩বাৰ ৰং সলনি হয় এই জ্যোতিৰ্লিংগৰ, জানক ৰহস্য ঘেৰা এই মন্দিৰৰ কথা

11 hours ago
৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

৫মাহ ধৰি ৰাজ কৰিব এই ৪ৰাশিয়ে, বৃহস্পতিৰ গোচৰত সোণৰ মুকুট পিন্ধিব কোন কোন ৰাশিৰ জাতকে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?

editor by editor
September 12, 2022
in ভাৰত, ৰাজনীতি
0
মোদী-শ্বাহ আউট, কেজৰিৱাল ইন! কি হৈছে গুজৰাটৰ ৰাজনীতিত?
0
SHARES
538
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘গুজৰাটত আমাৰ চৰকাৰ হওক, ১ মাৰ্চৰ পৰা বিনামূলীয়া বিজুলী যোগানৰ দায়িত্ব মোৰ।’ গুজৰাটত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰা এই মন্তব্য এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গুজৰাট ভ্ৰমণক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। পঞ্জাৱৰ পিছতেই এইবাৰ গুজৰাটৰ মছনদো কেজৰীৱালৰ আম আদমি পাৰ্টিলৈ যাব নেকি? এই প্ৰশ্নই এতিয়া ৰাজনৈতিক ভূ ৰখা মহলৰ মনত দোলা দি আছে৷ কাৰণ মোদীৰ সাম্ৰাজ্যত দিনকদিনে জনপ্ৰিয় হ’ব ধৰিছে আপৰ মুখ্য আহ্বায়ক অৰবিন্দ কেজৰিৱাল।

ইয়াৰ প্ৰমাণ এই এটা মাত্ৰ সাধাৰণ উদাহৰণতেই স্পষ্ট হৈ পৰিব। কেজৰিৱালৰ গুজৰাট ভ্ৰমণৰ কালছোৱাত এজন সাধাৰণ ৰিক্সা চালকে অৰবিন্দ কেজৰিৱালক লগ কৰে। ৰিক্সা চালকগৰাকীয়ে কেজৰিৱালক তেওঁৰ বাসগৃহলৈ ভোজনৰ বাবে নিমন্ত্ৰণ জনায়।

লগতে পঢ়ক ৰোগীৰ প্ৰতি দায়ৱদ্ধ চিকিৎসক! ট্ৰেফিক জামত আৱদ্ধ, ৰাজপথতে বাহন এৰি ৪৫ কিঃমিঃ দৌৰি গৈ অস্ত্ৰোপচাৰ সম্পন্ন

নিমন্ত্ৰণ জনোৱাৰ লগতে ৰিক্সা চালকগৰাকীয়ে কয় যে পঞ্জাৱতো কেজৰিৱালে ৰিক্সাচালকৰ ঘৰলৈ ভোজনৰ বাবে গৈছিল। তেনে ক্ষেত্ৰত তেওঁৰ ঘৰতো নিশ্চয় আহাৰ গ্ৰহণৰ বাবে অহাত কেজৰিৱালৰ আপত্তি থাকিব নালাগে। ৰিক্সা চালকগৰাকীৰ কথাত মোহিত হৈ কেজৰিৱালে লোকজনৰ গৃহলৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

আনহাতে, গুজৰাটত কেজৰিৱালে বিৰোধীপক্ষক লক্ষ্য কৰি কয় যে, গুজৰাটত আপৰ চৰকাৰ গঠন হ’লে গুজৰাটবাসীয়ে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। দিল্লী-পঞ্জাৱত আপে চৰকাৰ গঠন কৰাৰ পিছতেই প্ৰত্যেকঘৰ মানুহৰ ঘৰত বিনামূলীয়া বিজুলীৰ ব্যৱস্থা কৰিছে। আনহাতে চিকিৎসাও বিনামূলীয়াকৈ লাভ কৰিছে দিল্লী আৰু পঞ্জাৱবাসীয়ে।

চলিত চৰকাৰে দিয়া আঁচনিতকৈ অধিক আঁচনি ঘোষণা কৰি কেজৰিৱালে কয় যে, আপৰ চৰকাৰ হ’লেই গুজৰাটৰ প্ৰত্যেক ঘৰৰ তিনিগৰাকী জীয়াৰীয়ে মাহে ৩০০০ কৈ টকা লাভ কৰিব। বিজেপি চৰকাৰৰ মাত্ৰ অৰুনোদয় আঁচনিৰ জৰিয়তে কেৱল অবিবাহিত মহিলা বিধৱা মহিলাসকলহে উপকৃত হৈছে। ১৮ বছৰৰ ওপৰৰ কন্যা সন্তানৰ বাবে কোনো আঁচনি বিজেপিয়ে দিয়া নাই।

লগতে পঢ়ক টাটাৰ যাদু! টাটাই লোৱাৰ লগে লগে ভাগ্য সলনি এয়াৰ ইণ্ডিয়াৰ! ৩০ খন নতুন বিমান হ’ব অন্তৰ্ভুক্ত!

ইপিনে অটোৱালাৰ সৈতে বাৰ্তালাপত মিলিত হৈ কোজৰিৱালে কয় যে, বিজেপিয়ে ২৭ বছৰ ধৰি গুজৰাটত শাসন কৰিছে। কিন্তু এই ২৭ বছৰত বিজেপিৰ কোনো মন্ত্ৰী অথৱা এমএলএ-এ অ’টোৱালাসকলৰ দুৰ্দশাৰ কথাবোৰ বুজ ল’বলৈ আগুৱাই আহিছেনে বুলিও কেজৰিৱালে প্ৰশ্ন কৰে৷

আপৰ নেতাগৰাকীয়ে লগতে কয় যে আপৰ প্ৰত্যেকগৰাকী মন্ত্ৰীকেই দিল্লীৰ অ’টোৱালাই চিনি পায়। ক’ভিডৰ সময়ত দিল্লীৰ অ’টোৱালাসকলক আপ চৰকাৰে পাৰ্যমানে সহায়ো কৰিছে। দিল্লীৰ ১.৫ লাখ অ’টোৱালাক লকডাউনৰ সময়ত ৫০০০ কৈ টকাও দুবাৰকৈ আগবঢ়াইছিল আপ চৰকাৰে।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী কেজৰিৱালে গুজৰাটৰ চৰকাৰী শিক্ষাখণ্ডৰো বুজ লয়। গুজৰাটৰ কিমান ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত পঢ়াশুনা কৰি আছে? চৰকাৰী বিদ্যালয়সমূহ উন্নতনে বুলি কেজৰিৱালে প্ৰশ্ন কৰে৷

লগতে পঢ়ক ভক্ষক আৰক্ষী পৰিদৰ্শকক গ্ৰেপ্তাৰ! মহিলা আৰক্ষীক ধৰ্ষণ কৰি পলাতক হৈ আছিল বিষয়াগৰাকী

গুজৰাটৰ শিক্ষাব্যৱস্থাৰ কথা আওপকীয়াকৈ বেয়া বুলি দাবী কৰি কেজৰীৱালে কয় যে, ‘‘ইয়াত উপায়হীনসকলেহে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী পঠিয়ায়। এনে ব্যৱস্থাত অ’টোৱালাৰ সন্তানে জানো কাহানিবা ডাক্টৰ-ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখিব পাৰিব? চৰকাৰী শিক্ষা ব্যৱস্থা দিল্লীত আমি যথেষ্ঠ উন্নত কৰিছো। পঞ্জাৱতো এতিয়া উন্নতিৰ ধাৰা আৰম্ভ হৈছে। আপৰ চৰকাৰ হ’লে গুজৰাটৰ অটোৱালাৰ সন্তানেও চিকিৎসক হ’ব, অভিযন্তা হ’ব।’’

এইদৰেই কেজৰিৱালৰ যাদুৱে মোহিছে গুজৰাটবাসীক! ৭ বছৰৰ পিছত পৰিবৰ্তন আনিবলৈ সাঁজু হৈছে গুজৰাটবাসীয়েও! সঁচাকৈয়ে অস্তগামী হৈছে নেকি গুজৰাটত বিজেপি। এতিয়া ৰাজনৈতিক মহলত বিশেষভাৱে এই চৰ্চা লাভ কৰা দেখা গৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamDelhi CM Aravind KejriwalPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?
জীৱনশৈলী

ৰুদ্ৰাক্ষই মানুহৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰে? কি কয় জ্যোতিষবিদে?

April 15, 2026
ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?
জীৱনশৈলী

ডিঙিৰ বিষ, ঘনাই জ্বৰ উঠে, জিভা লৰোৱাত অসুবিধা, অৱহেলা নকৰিব এইসমূহ লক্ষণ মুখৰ কৰ্কটৰ লক্ষণ, কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

April 15, 2026
মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত
জীৱনশৈলী

মীন ৰাশিত মঙ্গল-বুধৰ বিশেষ শুভ যোগ, ১৫ দিন অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ ভাগ্যত

April 15, 2026
হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?
জীৱনশৈলী

হাওঁফাওঁৰ কৰ্কটৰ প্ৰাথমিক উপসৰ্গ ফুটি ওঠে নখত, কোন ৩ লক্ষণ মাৰণ ৰোগৰ ইংগিত?

April 15, 2026
Next Post
কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

কেৱল কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে গান্ধীয়েই নিপিন্ধে! মন্ত্ৰী পীয়ুষেও পিন্ধে ৩৭ হাজাৰ টকীয়া দামী ছাৰ্ট

সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

সৰ্বাধিক বিবাহেৰে বিশ্ব ৰেকৰ্ড! ৩১ বাৰ বিবাহ কৰাইও কিয় মন নভৰিল গ্লীন উলফৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.