• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

4 years ago
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

27 minutes ago
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

1 hour ago
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

3 hours ago
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

3 hours ago
পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

পোষ্ট অফিচৰ PPFত এবছৰৰ বাবে ৫০ হাজাৰ টকা ৰাখিলে মেচিউৰিটিত কিমান পাব?

4 hours ago
১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

১৮ এপ্ৰিলৰ পৰা ইনকাম বাঢ়িব ৩ৰাশিৰ, প্ৰমোছনৰ আশা, শুক্ৰ চন্দ্ৰৰ বৈভৱত লক্ষ্মী ৰাজযোগ

5 hours ago
সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

সাৱধান হওক! ৫খাদ্যঃ ভাতৰ সৈতে খালে বিপদ হ’ব পাৰে

5 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

5 hours ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

6 hours ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

6 hours ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক

editor by editor
July 4, 2022
in জীৱনশৈলী, বিবিধ
0
আজি কঁঠাল দিৱস, কঁঠালে আমাৰ স্বাস্থ্যৰ কি কি উপকাৰ সাধে? জানিবলৈ চাওক
0
SHARES
28.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি বছৰে ৪ জুলাইত জেকফ্ৰুট অৰ্থাৎ কঁঠালৰ দিৱস পালন কৰা হয়। গ্রীষ্মমণ্ডলীয় ফলটো বাংলাদেশ আৰু শ্ৰীলংকাৰ জাতীয় ফলৰ লগতে ভাৰতৰ তামিলনাডু আৰু কেৰেলাৰ ৰাজ্যিক ফল৷ অসমতো কঁঠালৰ বিশেষ আদৰ আছে। ছালখন কাঁইটযুক্ত এই ফলবিধ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ কিছু অংশৰ স্থানীয় ফলৰূপেও স্বীকৃতিপ্ৰাপ্ত।

আজিৰ তাৰিখত এই ফল উদ্ভিদ ভিত্তিক খাদ্য গ্ৰহণ কৰা লোকসকলৰ বাবে জনপ্ৰিয় মাংসৰ বিকল্প হিচাপে জনাজাত। ইয়াত ভিটামিন আৰু এন্টিঅক্সিডেন্ট অধিক থাকে যাৰ ফলত ই যিকোনো খাদ্যৰ ক্ষেত্ৰত এক স্বাস্থ্যকৰ সংযোজন বুলিও অভিহিত কৰা হয়। কঁঠালক অন্যান্য নামৰ লগতে ‘জক,’ আৰু ‘চক্কা’ বুলিও কোৱা হয়।

JACKFRUIT DAY ৰ অৰ্থাৎ কঁঠাল দিৱসৰ ইতিহাস

মানুহে সহস্ৰাব্দৰ পৰা কঁঠালক বতৰৰ  ফলৰূপে ভক্ষণ কৰি আহিছে। যদিও এই ফলটো ক’ৰ পৰা আহিল সেই বিষয়ে কোনেও সম্পূৰ্ণ নিশ্চিত নহয়, তথাপিও ই ভাৰতৰ পশ্চিম ঘাটৰ থলুৱা বুলি ধাৰণা কৰা হৈছে। চিৰসেউজ কঁঠাল গছ গৰম বতৰ আৰু আৰ্দ্ৰ গ্রীষ্মমণ্ডলীয় জলবায়ুত বেছিকৈ হোৱা দেখা যায়।

লগতে পঢ়ক কাশ্মীৰৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী বিজেপিৰ আইটি চেলৰ মুৰব্বী! কোন সঁচা কোন মিছা?

১৮৭৮ চনৰ আগতে হাৱাইত এই ফলবিধৰ খেতি কৰাৰ প্ৰয়াস কৰা হৈছিল যদিও এই ফলটো এছিয়াৰ ভিতৰতে প্ৰধানকৈ উৎপাদন কৰা হয়৷ গাৰ্চিয়া দা অৰ্টাই ১৫৬৩ চনত লিখা এখন কিতাপত ইংৰাজী ‘Jackfruit’ শব্দটো ব্যৱহাৰ কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ সুবাদত সমগ্ৰ বিশ্বতে কঁঠালে পৰিচিতি লাভ কৰে বুলি কোৱা হয়৷ বৰ্তমান কেইবাখনো দেশত কঁঠাল খেতি কৰা হৈছে যিবোৰ আগতে ইউৰোপীয় সাম্ৰাজ্যৰ উপনিবেশ আছিল।

এই ফল সমগ্ৰ বিশ্বৰ ৰান্ধনীশালত কেইবাটাও ভিন্ন ৰূপত ব্যৱহাৰ কৰা হয়। জেকফ্ৰুট জাম, আচাৰ, আইচক্ৰীম, ডেজাৰ্ট, আৰু আন সকলো ধৰণৰ খাদ্য প্ৰস্তুত কৰা দেখা যায়। শেহতীয়াকৈ গ্ল’বেল নৰ্থে কঁঠালক মাংসৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

ফলটোৰ কেইবাটাও জাত আছে, প্ৰতিটোৱেই এক অনন্য গেষ্ট্ৰ’নমিক অভিজ্ঞতা প্ৰদান কৰিবলৈ উপযুক্ত। পকা কঁঠালৰ এক বিশেষ তথা তীব্ৰ গোন্ধ থাকে৷ পকা কঁঠালৰ গোন্ধই বহু দূৰলৈকে বিয়পি পৰা দেখা যায়৷ সম্ভৱতঃ সেয়ে বহুতে ইয়াৰ পৰা হাত সাৰিবলৈ অপকোৱা কঁঠাল ক্ৰয় কৰে৷ এই ফলৰ সোৱাদক প্ৰায়ে ‘মৃদু’ বুলি বৰ্ণনা কৰা হয় আৰু ২০১৬ চনৰ পৰা ইয়াৰ বহুমুখীতাৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰম্ভ কৰা হয়৷

লগতে পঢ়ক ভয়াৱহ বাছ দুৰ্ঘটনা, স্কুলীয়া শিক্ষাৰ্থীসহ ১৬ গৰাকীৰ শোকাৱহ মৃত্যু

কঁঠালৰ কিছু উপকাৰিতা

১. শৰীৰৰ ভিতৰৰ পৰা শক্তি যোগান ধৰাত কঁঠাল অতি উপযোগী। আঁহযুক্ত কঁঠালে হজম শক্তি বৃদ্ধি কৰে। পেটটো পৰিষ্কাৰ কৰি ৰখাতো কঁঠাল অতি ফলপ্ৰসূ বুলি কোৱা হয়।

২. ভিটামিন এ আৰু বিটা কেৰটিন সমৃদ্ধ কঁঠালে চকু ভালদৰে ৰখাতো অতি ফলপ্ৰসূ। ভিটামিন এয়ে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে।

৩. কঁটালত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। ৰক্তকণিকাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ কঁঠাল খোৱাটো অতি প্ৰয়োজনীয়। বিশেষকৈ ৰক্তহীনতাত ভুগি থকাসকলে কঁঠাল বেছিকৈ খোৱাটো জৰুৰী। এই ফল নিয়মিত সেৱন কৰিলে পাইল আৰু কলন কেন্সাৰৰ সম্ভাৱনাও কমি যায়।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamJackfruit Day
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

April 17, 2026
UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই
জীৱনশৈলী

UPI পেমেণ্টত ভুল একাউণ্টলৈ ধন গুচি গৈছে? ঘৰতে বহি কৰক এই ৫কাম, ধন উভতাই পাবই

April 17, 2026
স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স
জীৱনশৈলী

স্বনক্ষত্ৰত ৰাজকীয় এন্ট্ৰী কেতুৰ, ২০ এপ্ৰিলৰ পৰা ৩ৰাশিৰ বাঢ়িব বেংক বেলেন্স

April 17, 2026
ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট
জীৱনশৈলী

ঘৰত গংগাজল প্লাষ্টিকৰ বটলত থৈছে নেকি? অজানিতেই মাতি আনিছে চৰম দুৰ্ভাগ্য আৰু অৰ্থকষ্ট

April 17, 2026
Next Post
বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

বিশ্ব অভিলেখ গঢ়িলে ৮৬ বছৰীয়া বেট নেছে! ৬৫ বছৰে কৰি আছে এয়াৰ হোষ্টছৰ চাকৰি!

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নী বুশ্বৰা বিবিৰ চাঞ্চল্যকৰ অডিঅ’ ক্লীপ লিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.