বিশ্বকাপৰ মেচ চলি থকাৰ মাজতেই গেলাৰীত ঢলি পৰি মৃত্যু মাৰ্কিন সাংবাদিকৰ! কাটাৰ কিয় জগৰীয়া এই মৃত্যুৰ বাবে? সবিশেষ…
অসম লাইভ২৪ঃ আৰ্জেণ্টিনা-নেদাৰলেণ্ডৰ মেচ চলি আছিল তেতিয়া। কাটাৰত অনুষ্ঠিত সেই শ্বাসৰূদ্ধকৰ মেচখন চলি থকাৰ মাজতেই হঠাতেই মৃত্যুক সাবটি ল’লে এজন ...
















