Tag: Best Assamese News Channel

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

আজিৰেপৰা আৰম্ভ কিশোৰৰ কোভিড টীকাকৰণ অভিযান, ২০ লাখ ছাত্ৰ-ছাত্ৰীক সামৰি ল’ব অভিযানে

অসম লাইভ ২৪ঃ সমগ্ৰ দেশৰ লগতে অসমতো আজিৰেপৰা আৰম্ভ হয় কিশোৰৰ কোভিড টিকাকৰণ অভিযান৷ এই অভিযানে সামৰি ল’ব ২০ লাখ ...

ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট

ভৱিষ্যতৰ ইন্ধন! যোৰহাটত স্থাপন দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট

অসম লাইভ ২৪ঃ যোৰহাটৰ স্থাপন কৰা হৈছে দেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰ’জেন প্লাণ্ট৷ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব প্ৰকল্পৰ কাম৷ হাইড্ৰ’জেনক ভৱিষ্যতৰ ...

নৱবৰ্ষৰ পুৱাই বৈষ্ণুদেৱীত অঘটন! পদপিষ্ট হৈ ১২ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

নৱবৰ্ষৰ পুৱাই বৈষ্ণুদেৱীত অঘটন! পদপিষ্ট হৈ ১২ জনৰ মৃত্যু, প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

অসম লাইভ ২৪ঃ নৱবৰ্ষৰ পুৱাই এটি দুখৰ খবৰ৷ জম্মু-কাশ্মীৰৰ বিখ্যাত মাতা বৈষ্ণুদেৱী মন্দিৰত পদপিষ্ট হৈ মৃত্যু ১২ জন ভক্তৰ, আহত ...

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

শিশুৰ বাবে অধিক বিপজ্জনক ‘অমিক্ৰণ’, আপোনাৰ শিশুটিক কি দৰে বচাই ৰাখিব সংক্ৰমণৰ পৰা?

অসম লাইভ ২৪ঃ অমিক্ৰণৰ বাবে পুনৰ ক’ৰোনাৰ ছুনামি আৰম্ভ হৈছে বিশ্বত৷ তুলমামূলকভাৱে শিশুৰ দেহত অধিক সংক্ৰমিত হৈছে এই ভাইৰাছ৷ বয়স্ক ...

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

পোৱা-নোপোৱাৰ দুমোজাৰে পাৰ হ’ল ২০২১, সুখ-দুখৰ মাজেৰে পাৰ হ’ল আন এটা বছৰ…

অসম লাইভ ২৪ঃ নতুন বছৰলৈ মাজত মাথো কেইটামান ক্ষণ বাকী৷ কাইলৈৰ পৰা সলনি হ’ব কেলেণ্ডাৰ৷ পিছে পুৰণি কেলেণ্ডাৰখনত ৰৈ গ’ল ...

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

কোভিড পজিটিভ ৰিপ’ৰ্ট! উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা

অসম লাইভ ২৪ঃ উৰন্ত ফ্লাইটৰ টয়লেটত ৫ ঘণ্টা ধৰি আৱদ্ধ এগৰাকী মহিলা৷ কোভিড পজিটিভ হোৱাৰ বাবেই টয়লেটতে আৱদ্ধ থাকিব লগা ...

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

বিশ্বৰ অন্যতম ব্যয়বহুল ‘ব্লেক আইভৰি কফি’, উচ্চ গুণবিশিষ্ট এই কফি কিদৰে তৈয়াৰ কৰা হয় জাননে?

অসম লাইভ ২৪ঃ ‘ব্লেক আইভৰি কফি’— বিশ্বৰ অন্যতম ব্যয়বহুল কফি৷ সুস্বাদু আৰু সুগন্ধিৰ সমাহাৰ ‘ব্লেক আইভৰি কফি’৷ এই কফিৰ উৎপত্তিস্থল ...

ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

ভাৰততো আৰম্ভ হ’ল নেকি কোভিডৰ তৃতীয় ঢৌ? কি কয় WHOৰ বিজ্ঞানী সৌম্যা স্বামীনাথনে…

অসম লাইভ ২৪ঃ বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ভাৰততো তীব্ৰ হাৰত বৃদ্ধি পাইছে অমিক্ৰণ সংক্ৰমণৰ ঘটনা৷ দেশৰ পৰিস্থিতি ক্ৰমাৎ ভয়াৱহ হ’বলৈ ...

এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

এখন অদ্ভুট আইন! আপোনাৰ বেলকনি সজাব লাগিব প্ৰশাসনৰ মতে অন্যথা ভৰিব লাগিব জৰিমনা

অসম লাইভ ২৪ঃ নাগৰিকক জৰিমনা ভৰোৱাটোৱেই যেন প্ৰশাসনৰ মূল কাম৷ নিজৰ ঘৰৰ বেলকনিটো আপুনি কি কামত ব্যৱহাৰ কৰিব সেই কথাও ...

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

অসম লাইভ ২৪ঃ নৱবৰ্ষৰ প্ৰাকমূহুৰ্তত ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ৷ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা৷ ...

Page 268 of 283 1 267 268 269 283

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]