Tag: Best News Portal of Assam

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

চন্দ্ৰৰ দক্ষিণত অভিযান চলোৱা ভাৰত চতুৰ্থখন দেশ হোৱাত আহিছে বাধা! ৰুছ মকাকাশযানে চন্দ্ৰযান-৩ ক ধাক্কা দিব নেকি?

অসম লাইভ২৪ঃ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰি চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে চন্দ্ৰযান-৩য়ে। ইতিমধ্যেই পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ একাধিক ছবিও প্ৰেৰণ কৰিছে যানখনে। ...

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

‘গংগাস্নান কৰিলেও এই মহাপাপ দূৰ নহয়!’ গীতাত আৰু কি কৈছে শ্ৰী কৃষ্ণই?

অসম লাইভ২৪ঃ হিন্দুধৰ্মত গংগা হৈছে অতি পবিত্ৰ নদী। স্বৰ্গৰ নদী গংগাই পৃথিৱীৰ মানুহক সকলো পাপৰ পৰা মুক্ত কৰে। মৰ্ত্যৰ জনতাক ...

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

এয়া মাত্ৰ আৰম্ভণিহে! কেতিয়া অৱসান হ’ব কলিযুগৰ? কল্কি অৱতাৰ আহিলে কি কি সলনি হ’ব? কি আছে হিন্দু পুৰাণত?

অসম লাইভ২৪ঃ শাস্ত্ৰত চাৰিটা যুগৰ কথা উল্লেখ আছে। এই চাৰিটা যুগ হৈছে, সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান কলিযুগ চলি ...

তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

তিনিটা ঢাপ পাৰ হ’লেই চন্দ্ৰপৃষ্ঠ! সফলভাৱে চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথ অতিক্ৰম কৰিলে চন্দ্ৰযান-৩য়ে

অসম লাইভ২৪ঃ চন্দ্ৰৰ আকৰ্ষণবলৰ অধীনত আৰু এঢাপ আগুৱাই গৈছে চন্দ্ৰযান-৩। বুধবাৰে দুপৰীয়া চন্দ্ৰৰ দ্বিতীয়টো কক্ষপথত ভৰি দিছে চন্দ্ৰযান-৩য়ে। চন্দ্ৰ পৃষ্ঠৰ ...

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

৩টা কাৰণঃ বায়ুপ্ৰদূষণৰ ওপৰিও হাওঁফাওঁৰ সমস্যা বাঢ়ে এইকেইটা কাৰণত

অসম লাইভ২৪ঃ যান্ত্ৰিক জীৱনত সকলো মানুহেই অভ্যস্ত হৈ পৰিছে। চহৰাঞ্চলত অত্যাধিক পৰিমানে বাঢ়িছে প্ৰদূষণ। ইয়াৰোপৰি বতাহত বিভিন্ন ভাইৰাছ, বেক্টেৰীয়া আৰু ...

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

মহিলা সাংসদক উদ্দেশ্যি অভৱ্য আচৰণ! নাম নোলোৱাকৈ ৰাহুলক টাৰ্গেট মন্ত্ৰী স্মৃতি ইৰাণীৰ, এই অভিযোগেই বিপদ আনিব নেকি সাংসদ ৰাহুলৰ?

অসম লাইভ২৪ঃ মোদী উপাধিক লৈ বিতৰ্কিত মন্তব্য কৰি সাংসদ পদ হেৰুৱাইছিল ৰাহুল গান্ধীয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত সাংসদ পদ পুনৰ লাভ ...

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

লংকা হনুমানে ধ্বংস কৰা নাছিল, লংকা ধ্বংস কৰিছিল ৰাৱনৰ অহংকাৰে, মোদীজীয়েও মণিপুৰত কেৰচিন ছটিওৱাৰ কাম কৰিছে, তেওঁ হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ নুশুনে, তেওঁ কেৱল আদানীৰ হৃদয়ৰ শব্দহে শুনেঃ ৰাহুল গান্ধী

অসম লাইভ২৪ঃ 'নৰেন্দ্ৰ মোদীজী আপুনি যদি হিন্দুস্থানবাসীৰ হৃদয়ৰ শব্দ শুনিব নোৱাৰে তেন্তে কাৰ শব্দ শুনে। আপুনিতো কেৱল দুজন মানুহৰেই হৃদয়ৰ ...

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশৰ জনতালৈ উপহাৰ! ১১ আগষ্ঠত মুক্তি লাভ কৰিব ‘গদৰ-২’য়ে

অসম লাইভ২৪ঃ ১১ আগষ্ঠত মুক্তি পাব বহু প্ৰতীক্ষিত ছবি 'গদৰ-২’। ছানী দেওল আৰু আমিশা পেটেলৰ অভিনীত 'গদৰ-২’য়ে শুকুৰবাৰে মুক্তি লাভ ...

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

‘কৰাচি টু নয়ডা’, সীমা আৰু শচীনৰ প্ৰেমকাহিনীক লৈ নিৰ্মাণ হ’ব ছবি, আগন্তুক সপ্তাহতেই মুকলি হ’ব ‘থিম ছং’

অসম লাইভ২৪ঃ অভিনয় আৰু মোটা ধনৰ বিনিময়ত চাকৰিৰ প্ৰস্তাৱ কেতিয়াবাই লাভ কৰিছে। এইবাৰ কিন্তু কথা বেলেগ। সীমা আৰু শচীনৰ প্ৰেমকাহিনীক ...

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

ভাৰতখনেই মোৰ ঘৰ! ৩ মাহৰ পাছত বাংলো উভতাই পোৱাৰ পাছতেই ৰাহুলৰ প্ৰথম প্ৰতিক্ৰিয়া, অনাস্থা প্ৰস্তাৱক লৈ ৰাহুল গান্ধীয়ে কিয় বক্তব্য নাৰাখিলে? সবিশেষ

অসম লাইভ২৪ঃ সাংসদ পদ ঘূৰাই পোৱাৰ পাছত তুঘলকৰ ১২ নম্বৰ লেনত থকা বাংলো ঘূৰাই পালে ৰাহুল গান্ধীয়ে। বাংলো ঘূৰাই পোৱাক ...

Page 123 of 279 1 122 123 124 279

ফেচবুকত অসম লাইভ ২৪

সাম্প্ৰতিক

[covid19 title=”ভাৰত” country=”India” dark_mode=”yes”]